Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কন্টেইনমেন্ট সংক্রান্তীয় বিধি কার্যকৰীৰ ক্ষেত্ৰত কঠোৰ হােৱাৰ নির্দেশ

publisher by publisher
November 26, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
কন্টেইনমেন্ট সংক্রান্তীয় বিধি কার্যকৰীৰ ক্ষেত্ৰত কঠোৰ হােৱাৰ নির্দেশ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

পহিলা ডিচেম্বৰৰ পৰা প্রযােজ্য হ’ব তলাবন্ধৰ পৰৱর্তী পর্যায়ৰ সপ্তম পর্বৰ নীতি-নির্দেশনা। আজি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নির্দেশনা জাৰি কৰা হয়। এই নির্দেশনাত ক’ভিড স্থিতি পর্যবেক্ষণ, কন্টেইনমেন্ট জন চিহ্নিত কৰা আৰু সাৱধানতা সংক্রান্তীয় কিছু বিধি-নিষেধ বলবতৰ কথা কোৱা হৈছে। দেশৰ একাংশ স্থানত সংক্রমণৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ক’ভিড পৰিস্থিতিৰ মােকাবিলাৰ প্ৰসংগত।প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কালি একাংশ মুখ্যমন্ত্ৰীৰ স’তে ভার্চুৱেল বৈঠকত অংশ লৈছিল। ইয়াৰ পাছতে গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নতুন নির্দেশনা জাৰি কৰা হ’ল। এই নতুন নির্দেশনা পহিলা ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত বহাল থাকিব।

ADVERTISEMENT

উল্লেখ্য যে পহিলা নৱেম্বৰৰ পৰা জাৰি কৰা নির্দেশনাত কোনাে সালসলনি কৰা নাছিল। অর্থাৎ নৱেম্বৰৰ আগৰ নির্দেশনাকে জাৰি ৰখা হৈছিল; কিন্তু ডিচেম্বৰৰ নতুন নির্দেশনাত কেতবােৰ সাল-সলনি ঘটোৱা হৈছে। এই নির্দেশনাত কেন্দ্রই দেশৰ সকলাে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক কন্টেইনমেন্ট সংক্রান্তীয় বিধি কঠোৰভাৱে কাৰ্যকৰী কৰাৰ নির্দেশ দিছে ।ক’ভিড-১৯ সতর্কতা মানি সামাজিক কার্যকলাপ আৰু সমাবেশ নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত আগতে জাৰি কৰা আদর্শ কার্যবিধিত কোনাে সালসলনি হােৱা নাই। নতুন নির্দেশনাত কোৱা হৈছে যে কন্টেইনমেন্ট জন সমূহত কেৱল অত্যাৱশ্যকীয় কার্যকলাপহে চলিব।

কন্টেইনমেণ্ট জনিত প্ৰৱেশ-প্রস্থানৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’ব লাগিব জিলা প্রশাসনে। অত্যাৱশ্যকীয় কার্যকলাপৰ বাহিৰে আন কোনাে কার্যকলাপৰ বাবে জিলা প্রশাসন, স্থানীয় আৰক্ষী আৰু পৌৰসভা বা পঞ্চায়তৰ অনুমতি লােৱাটো বাধ্যতামূলক। এই ক্ষেত্ৰত কোনাে অনিয়ম হলে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলে ইয়াৰ ‘ব্যাখ্যা দিব লাগিব। উল্লেখ্য যে আগৰ এক নির্দেশনাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ৰাজ্যসমূহৰ পৰা। নিজাকৈ তলাবন্ধ ঘােষণাৰ ক্ষমতা কর্তন কৰিছিল। এইবাৰ গৃহ মন্ত্রণালয়ে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক নিশাৰ ভাগত সান্ধ্য আইন জাৰিকে ধৰি কিছু ক্ষমতা প্রদান কৰিছে। অৱশ্যে কোনাে ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলত তলাবন্ধ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’লে ইয়াৰ বাবে আগৰ দৰেই কেন্দ্ৰৰ স’তে বাধ্যতামূলক আলােচনাৰ চৰ্ত বাহাল আছে।মঙলবাৰে প্ৰধানমন্ত্ৰা আৰু মুখ্যমন্ত্ৰীসকলৰ ভার্চুৱেল বৈঠকত ‘গতিশীল কন্টেইনমেন্ট জ’ন’ চিহ্নিতকৰণৰ বিষয়ত আলােচনা হৈছিল।

কেন্দ্ৰৰ নতুন নির্দেশনাত কোৱা হৈছে যে জিলা প্রশাসনে তৃণমূল স্তৰত নিৱিড় পর্যবেক্ষণৰ মাধ্যমেৰে কন্টেইনমেন্ট জন চিহ্নিত কৰিব লাগিব। ইয়াৰ লগতে কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা, ক’ভিড ৰােগী আৰু তেওঁলােকৰ সংস্পৰ্শলৈ অহা লােকসকলক দ্রুতগতিৰে বিচ্ছিন্ন কৰা, চিকিৎসাৰ আন্তঃগাঁথনি নির্মাণ তথা প্রয়ােজন অনুসাৰে ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও নির্দেশনাত কোৱা হৈছে। সম্প্রতি চহৰ অঞ্চলত সংক্ৰমণৰ হাৰ বেছি হােৱাৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰখাৰ বিষয়ত জোৰ দিয়াৰ বাবেও ৰাজ্যসমূহক পৰামর্শ দিয়া হৈছে নির্দেশনাত।

এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰে নিজা চহৰসমূহৰ কাৰ্যালয়ৰ সময় সলনি বা অন্যান্য সঠিক সাৱধানতা গ্রহণ, কর্মচাৰীৰ সংখ্যা হ্রাস আদিৰ লগতে সামাজিক দূৰত্বৰ ক্ষেত্ৰত প্রয়ােজনীয় সিদ্ধান্ত ল’ব পাৰিব। আন্তর্জাতিক বিমান যাত্ৰাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ অনুমতি লাগিব। ৫০ শতাংশ দর্শকেৰে চিনেমা আৰু থিয়েটাৰ হল খুলিব পাৰিব।সাঁতােৰবিদৰ অনুশীলনৰ বাবেহে ছুইমিং পুল ব্যৱহৃত হ’ব। ব্যৱসায় সংক্রান্তীয় কাৰণতহে প্রদর্শনী হলসমূহ মুকলি কৰিব পাৰিব।

সামাজিক, ধর্মীয়, ক্রীড়া, মনােৰঞ্জন, শিক্ষা, সাংস্কৃতিক, ধর্মীয় সমাবেশ আদিৰ ক্ষেত্ৰত কোনাে হলৰ ভিতৰত সর্বাধিক ৫০জন লােকৰ অনুমতি থাকিব। আনহাতে,কোনাে বন্ধ স্থানত অতি বেছি দুশজন লােক থাকিব পাৰিব আনহাতে, মুকলি স্থানৰ আকাৰ অনুসাৰে মানুহৰ সমাগম হ’ব পাৰিব। ৰাজ্যৰ ভিতৰত বা আন্তঃৰাজ্যিক যাতায়তত কোনাে বিধি-নিষেধ প্রদান কৰা হােৱা নাই। আনহাতে, পূর্বৰ নিদের্শনাৰ দৰেই স্বাস্থ্য ভংগুৰ, ৬৫ বছৰৰ ঊর্ধ্বৰ লােক, অন্তঃসত্ত্বা মহিলা, অন্যান্য ৰােগত আক্রান্ত লােক আৰু ১০ বছৰ বয়সৰ তলৰ শিশুক কোনাে অত্যাৱশকীয় কাৰণ বা চিকিৎসা সম্পর্কীয় কাৰণৰ বাহিৰে সততে ঘৰতে থাকিবলৈ কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19india
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d