Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিচি নিৰ্ব্বাচন : প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্ট

publisher by publisher
November 27, 2020
in Assam, India, News
Reading Time: 1 min read
0
বিটিচি নিৰ্ব্বাচন : প্ৰমোদ বড়ো ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্ট
3
SHARES
25
VIEWS
ShareShareShareShare

বিটিচি নিৰ্ব্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহৰ তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক বোকাছটিওৱা বৃদ্ধি পাইছে । বিটিচিৰ মূল ৰাজনৈতিক দল বিপিএফ- ইউপিপিএলৰ সমান্তৰালকৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ, বিজেপি, এআইইউডিএফসহ অন্যান্য ৰাজনৈতিক দল। আজি চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ১৬ নং নিচিমা পৰিষদীয় সমষ্টীৰ ঔগুৰিত অনুষ্ঠিত বিপিএফ দলৰ এক নিৰ্ব্বাচনি সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই কয়, অসমৰ অতিকে পিচপৰা অঞ্চল আছিল বিটিচি আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে আজি বিটিচিক বিশ্ব দৰবাৰলৈ উন্নিত কৰিবলৈ সক্ষম হৈছে । আজি বিটিচি নিৰ্ব্বাচন অসম বিধান সভা নিৰ্ব্বাচনৰ আধাৰ হৈ পৰিছে। বিটিচিৰ উন্নয়ণত সংকিত হৈছে বিৰোধি সকল।

ADVERTISEMENT

বিৰোধি ইউপিপিএল দলে বিপিএফৰ বিৰুদ্ধে দুৰ্ণীতিৰ অভিযোগ আনিছিল যদিও ৰাজ্যপাল শাসনৰ সাত মাহে একো দুৰ্ণীতিৰ প্ৰমাণ কৰিব নোৱাৰিলে। আচলতে প্ৰমোদ বড়োক কেৱল ক্ষমতা আৰু টকা লাগে । তেওঁ বিটিচি নিৰ্ব্বাচনত ট্ৰেক্টৰ কোম্পানীৰ বিজ্ঞাপন এজেন্ট হিচাপে টকাৰ কমিচনৰ বিনিময়ত কাম কৰি আছে বুলিও কয় মন্ত্ৰীজনে । মন্ত্ৰী ব্ৰহ্মই কয়, ‘বিজেপি ইউপিপিএল দলে বহু চেষ্টা কৰিও বিফল হোৱাত আত্ম বিশ্বাস হেৰুৱাই পেলাইছে। বিটিচিত দুয়োটা দলে বিটিচি ৰাইজক প্ৰতাৰণা কৰিলে। বিটিচিৰ কেবাটাও সমষ্টি বিজেপি ইউপিপিএলে এটাই আনটোক এৰিছে।

RelatedPosts

BTC Election:বিটিচি নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৩ আগষ্টত

BTC Election:বিটিচিৰ গুমা সমষ্টিত বিজেপিৰ সভাত  অন্ত:কন্দল 

Gossaigaon Visit Minister Ashok Singhal: গোসাইগাঁৱৰ ২ গুমা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্য্যসূচী:উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

আমি বিপিএফে আনৰ লগত লগ হৈ নিৰ্ব্বাচন খেলাৰ কথা ভৱা নাই কাৰণ ৰাইজ আছে বিপিএফ দলৰ স’তে । সেয়ে বিপিএফৰ চিন্তা নাই অনায়াসে বিটিচি পৰিষদ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে । ৰাইজ আমাৰ শক্তি আমি কোনো ৰাষ্ট্ৰীয় দলৰ লগত থাকি বিটিচি বাসীক প্ৰতাৰণা কৰি ক্ষমতা দখলৰ বাবে নিৰ্ব্বাচন খেলা নাই আমি বিটিচিৰ ৩৫ লাখ জনসাধাৰণৰ উন্নয়ণৰ বাবে ৰাজনীতি কৰিছো । বিজপিয়ে কোকৰাঝাৰত নকৰি দিছপুৰ বা দিল্লীত নকৰক কিয় ইয়াৰ কোনো প্ৰভাৱ নপৰিব বিটিচিত। বিটিচি ৰাইজে বিজেপিক গ্ৰহণ নকৰে ।

বিপিএফৰ প্ৰাৰ্থী জেমচ বসুমতাৰীয়ে কয়, ‘বিটিচি নিৰ্ব্বাচনত বিজেপি-ইউপিপিএলে ঠায়ে ঠায়ে সমষ্টি ভাগ কৰি লৈ নিৰ্ব্বাচনত নামিছে ইয়াৰ কোনো প্ৰভাৱ নপৰিব বিপিএফৰ। নিচিমা সমষ্টিত ইউপিপিএলৰ যিজন এমচিএলএ আছিল তেওঁ যোৱা পাঁচ বছৰত কোনো উন্নয়ণৰ কাম কৰিব নোৱাৰা বাবেই আজি ৰাইজে তেওঁক বিচৰা নাই আৰু দলে বলে সকলো জাতি-জনগোষ্ঠিৰ লোকে বিপিএফ দলৰ পিনে ঢাল খাইছে আজিৰ সভাখনত বিপিএফৰ কেবাজনো নেতা উপস্থিত থকাৰ লগতে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আওৱালো উপস্থিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTC Election
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d