●প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ ভেকচিনৰ উন্নয়নৰ সম্পৰ্কত ব্যক্তিগতভাৱে পৰ্যালোচনা কৰে ।
●ইতিমধ্যেই আহমেদাবাদৰ জায়ডছ বায়’টেকত উপস্থিত হয় প্রধানমন্ত্ৰীগৰাকী।
●কৰ’না ভেকচিনৰ সম্পৰ্কে বুজ ল’বলৈ দেশৰ তিনিটা গৱেষণাকেন্দ্ৰ জায়ডছ বায়’টেক, ভাৰত জায়ডছ বায়’টেক, ছিৰাম ইনষ্টিটিউটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
●জায়ডছ বায়’টেকৰ গৱেষকসকলৰ লগত আলোচনাত মিলিত হৈ কৰ’নাৰ ভেকচিন Zycov-D সম্পৰ্কে বুজ লয় ।
ADVERTISEMENT




































