Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপৰ ৪০ খন পদপথৰ দোকান উচ্ছেদ

publisher by publisher
December 8, 2020
in Assam, India, News
Reading Time: 1 min read
0
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপৰ ৪০ খন পদপথৰ দোকান উচ্ছেদ
7
SHARES
73
VIEWS
ShareShareShareShare

তলাবন্ধৰ ফলত আর্থিকভাৱে কোঙা হৈ পৰা পদপথৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ উদ্দেশ্যে যি সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ঋণ প্রদানৰ ব্যৱস্থা কৰিছে সেই সময়তে এচাম নিদাৰুণ,মানৱতাহীন লােকে উচ্ছেদৰ নামত সময়ে সময়ে এই ব্যৱসায়ীসকলক নানা অত্যাচাৰ চলাই আহিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত সংঘটিত তেনে এক অমানৱীয় ঘটনা শেহতীয়াকৈ পােহৰলৈ আহিছে।

ADVERTISEMENT

উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপত যােৱা ১০-১২ বছৰে পদপথত ব্যৱসায় কৰি জীৱন নির্বাহ কৰি অহা প্রায় ৪০টা পৰিয়ালক শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই যানজট আৰু ছাত্রাবাসৰ অসুবিধাৰ অজুহাত দেখুৱাই উচ্ছেদ কৰিছিল; কিন্তু এই উচ্ছেদৰ সময়ত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল ব্যৱসায়ীসকল। তেওঁলােকক ভীতিগ্রস্ত কৰি সমগ্র ঘটনা গাপ দিবলৈ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই চেষ্টা কৰিছিল যদিও এই সমগ্র ঘটনাক লৈ কাইলৈ আদালতৰ কাষ চাপিবলৈ সাজু হৈছে ভুক্তভােগী ব্যৱসায়ীসকল।

RelatedPosts

GMCH Incident: জিএমচিএইছত নাবালিকাক যৌন নির্যাতনৰ অভিযোগ !

Pankaj Sarma Passed Away:বিশিষ্ট সংগীত শিল্পী পংকজ শৰ্মাৰ দেহাৱসান দল-সংগঠনৰ শোক

At GMCH Aadhaar card is compulsory: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আধাৰ কাৰ্ড বাধ্যতামূলক

জিএমচিৰ জননী গেটৰ সন্মুখৰ পৰা উচ্ছেদিত ভুক্তভােগী পদপথৰ ব্যৱসায়ীসকলে সমগ্র ঘটনা ‘দৈনিক অগ্রদূত’ৰ আগত বিৱৰণ দি কয়, ‘আমি জিএমচিএইছৰ জননী গেটৰ সমীপত প্রায় ৪০ টা পৰিয়ালে বিগত ১০-১২ বছৰ ধৰি পুৰী-চাহ, ভাত, পাণ-তামােল আদি বিক্ৰী কৰি আহিছাে। প্রাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈক মেডিকেলত থােৱাৰ পাছতে আমাৰ দোকানসমূহ উঠাই দিলে। কৈছে অধীক্ষক অভিজিৎ শৰ্মাই দোকান দিব নিদিয়ে। এইখিনি হােষ্টেল এৰিয়া হয়। নিদিয়ে বুলি কোৱাৰ পাছত আমি একো কোৱা নাছিলাে কাৰণ দোকান নিদিলে আমাৰ জীয়াই থকাৰ অন্য পথ নাই। গগৈৰ মৃত্যুৰ দুদিনৰ আগত আমাৰ দোকানসমূহ বন্ধ কৰি দিলে। অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মা, কলেজৰ অধ্যক্ষ আহিল আৰু আৰক্ষীয়ে গােটেই দোকানবিলাক উঠাই দিলে। সকলাে দোকানীয়ে খাদ্য সামগ্রী প্রস্তুত কৰিছিল যদিও সকলাে পেলাই দিব লগা হ’ল। আমি কি কৰিম কওঁক? দীর্ঘদিনৰ পৰা আমি সেই স্থানতে দিয়া দোকানসমূহৰ জৰিয়তে পৰিয়াল পােহপাল দি আহিছাে। উল্লেখ্য যে এই পদপথৰ দোকানসমূহ উচ্ছেদ কৰাৰ সময়ত জি এম চি হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ ভৰিত পৰি ব্যৱসায়ীসকলে তেওঁলােকৰ জীৱিকাৰ একমাত্র সমলসমূহ উচ্ছেদ নকৰিবলৈ কান্দি-কাটি কাতৰ অনুৰােধ জনাইছিল যদিও তেওঁ এই ক্ষেত্ৰত কোনাে দয়া প্রদর্শন নকৰিলে বুলি ব্যৱসায়ীসকলে আবেগেৰে কয়। তেওঁলােকে কয়, ‘চিকিৎসা মহাবিদ্যালয়ৰ। অধীক্ষকক আমি লগ পাইছাে; কিন্তু এনেকুৱা নির্দয়, মানৱতাহীন লােক পােৱা নাই। ভৰিত ধৰাৰ পাছতাে আমালৈ তেওঁ উভতি চাবলৈ অলপ সময় নােলাল।’

সংশ্লিষ্ট স্থানত দোকান দি পৰিয়াল পােহপাল দিয়া মহিলা ব্যৱসায়ীসকলে কয়, ‘তলাবন্ধৰ পাছত আমি কিদৰে ব্যৱসায় পুনৰ আৰম্ভ কৰিছাে একমাত্র ভগৱানেহে জানে। আমাৰ ঘৰবােৰলৈ গ’লে সেইসকলে উপলব্ধি কৰিব মানৱতা কি বস্তু। আমি কেতিয়াও কাৰাে অন্যায় কৰিবলৈ যােৱা নাছিলাে। এটা কথা ঠিক আমি তেওঁলােকৰ নির্দেশ মনা নাছিলাে। কি পৰিস্থিতিত আমি দোকানসমূহ দি আছাে কোনেও যদি অনুধাৱন কৰিব নােৱাৰে, সদায় সৰু মানুহ বুলি গণ্য কৰি সকলােৱে অৱহেলা কৰে আমি কিদৰে জীয়াই থাকিম? আমি ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিলাে। সেই দিনটোত প্রস্তুত কৰাৰ খাদ্যখিনিও আমাক বিক্ৰী কৰিবলৈ সুবিধা নিদিলে তেওঁলােকে। কাৰণ তেওঁলােক শিক্ষিত আৰু আমি অশিক্ষিত লােক।’

ব্যৱসায়ীসকলে উল্লেখ কৰা অনুসৰি উচ্ছেদৰ সময়ত পদপথত এখন ক্ষুদ্র দোকান দি পৰিয়াল পােহপাল দিয়া ব্যৱসায়ীসকলে দোকানসমূহ উচ্ছেদ নকৰিবলৈ কান্দি কান্দি কাতৰ অনুৰােধ জনােৱাৰ সময়ত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কাক সুধি পদপথত ইয়াত দোকান দিছা? মােক সুধি দোকান দিছা নেকি? আমি কি কৰিব লাগে? বুলিহে কয়।

উল্লেখ্য যে ভঙাগড় আৰক্ষী থানাৰ জনৈক দাস উপাধিৰ বিষয়াৰ নেতৃত্বত এই দোকানসমূহ উচ্ছেদ কৰা হৈছিল বুলি ব্যৱসায়ীসকলে উল্লেখ কৰি সেই সময়ছােৱাত এখন বিশেষ দোকানৰ প্রতি সংশ্লিষ্ট পক্ষৰ দৰদ আছিল বুলি কয়। নিশালৈ খােলা থকা সেই বিশেষ দোকানখনৰ সন্দৰ্ভত দিছপুৰৰ শীৰ্য আৰক্ষী বিষয়াক অৱগত কৰাৰ পাছতহে সেই দোকানখনাে বন্ধ কৰি দিয়া হয় বুলি তেওঁলােকে কয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GMCHGUWAHATI ASSAM
publisher

publisher

Related Posts

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d