Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপৰ ৪০ খন পদপথৰ দোকান উচ্ছেদ

publisher by publisher
December 8, 2020
in Assam, India, News
Reading Time: 1 min read
0
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপৰ ৪০ খন পদপথৰ দোকান উচ্ছেদ
7
SHARES
74
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

তলাবন্ধৰ ফলত আর্থিকভাৱে কোঙা হৈ পৰা পদপথৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ উদ্দেশ্যে যি সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ঋণ প্রদানৰ ব্যৱস্থা কৰিছে সেই সময়তে এচাম নিদাৰুণ,মানৱতাহীন লােকে উচ্ছেদৰ নামত সময়ে সময়ে এই ব্যৱসায়ীসকলক নানা অত্যাচাৰ চলাই আহিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত সংঘটিত তেনে এক অমানৱীয় ঘটনা শেহতীয়াকৈ পােহৰলৈ আহিছে।

ADVERTISEMENT

উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জননী গেটৰ সমীপত যােৱা ১০-১২ বছৰে পদপথত ব্যৱসায় কৰি জীৱন নির্বাহ কৰি অহা প্রায় ৪০টা পৰিয়ালক শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই যানজট আৰু ছাত্রাবাসৰ অসুবিধাৰ অজুহাত দেখুৱাই উচ্ছেদ কৰিছিল; কিন্তু এই উচ্ছেদৰ সময়ত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল ব্যৱসায়ীসকল। তেওঁলােকক ভীতিগ্রস্ত কৰি সমগ্র ঘটনা গাপ দিবলৈ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই চেষ্টা কৰিছিল যদিও এই সমগ্র ঘটনাক লৈ কাইলৈ আদালতৰ কাষ চাপিবলৈ সাজু হৈছে ভুক্তভােগী ব্যৱসায়ীসকল।

জিএমচিৰ জননী গেটৰ সন্মুখৰ পৰা উচ্ছেদিত ভুক্তভােগী পদপথৰ ব্যৱসায়ীসকলে সমগ্র ঘটনা ‘দৈনিক অগ্রদূত’ৰ আগত বিৱৰণ দি কয়, ‘আমি জিএমচিএইছৰ জননী গেটৰ সমীপত প্রায় ৪০ টা পৰিয়ালে বিগত ১০-১২ বছৰ ধৰি পুৰী-চাহ, ভাত, পাণ-তামােল আদি বিক্ৰী কৰি আহিছাে। প্রাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈক মেডিকেলত থােৱাৰ পাছতে আমাৰ দোকানসমূহ উঠাই দিলে। কৈছে অধীক্ষক অভিজিৎ শৰ্মাই দোকান দিব নিদিয়ে। এইখিনি হােষ্টেল এৰিয়া হয়। নিদিয়ে বুলি কোৱাৰ পাছত আমি একো কোৱা নাছিলাে কাৰণ দোকান নিদিলে আমাৰ জীয়াই থকাৰ অন্য পথ নাই। গগৈৰ মৃত্যুৰ দুদিনৰ আগত আমাৰ দোকানসমূহ বন্ধ কৰি দিলে। অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মা, কলেজৰ অধ্যক্ষ আহিল আৰু আৰক্ষীয়ে গােটেই দোকানবিলাক উঠাই দিলে। সকলাে দোকানীয়ে খাদ্য সামগ্রী প্রস্তুত কৰিছিল যদিও সকলাে পেলাই দিব লগা হ’ল। আমি কি কৰিম কওঁক? দীর্ঘদিনৰ পৰা আমি সেই স্থানতে দিয়া দোকানসমূহৰ জৰিয়তে পৰিয়াল পােহপাল দি আহিছাে। উল্লেখ্য যে এই পদপথৰ দোকানসমূহ উচ্ছেদ কৰাৰ সময়ত জি এম চি হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ ভৰিত পৰি ব্যৱসায়ীসকলে তেওঁলােকৰ জীৱিকাৰ একমাত্র সমলসমূহ উচ্ছেদ নকৰিবলৈ কান্দি-কাটি কাতৰ অনুৰােধ জনাইছিল যদিও তেওঁ এই ক্ষেত্ৰত কোনাে দয়া প্রদর্শন নকৰিলে বুলি ব্যৱসায়ীসকলে আবেগেৰে কয়। তেওঁলােকে কয়, ‘চিকিৎসা মহাবিদ্যালয়ৰ। অধীক্ষকক আমি লগ পাইছাে; কিন্তু এনেকুৱা নির্দয়, মানৱতাহীন লােক পােৱা নাই। ভৰিত ধৰাৰ পাছতাে আমালৈ তেওঁ উভতি চাবলৈ অলপ সময় নােলাল।’

সংশ্লিষ্ট স্থানত দোকান দি পৰিয়াল পােহপাল দিয়া মহিলা ব্যৱসায়ীসকলে কয়, ‘তলাবন্ধৰ পাছত আমি কিদৰে ব্যৱসায় পুনৰ আৰম্ভ কৰিছাে একমাত্র ভগৱানেহে জানে। আমাৰ ঘৰবােৰলৈ গ’লে সেইসকলে উপলব্ধি কৰিব মানৱতা কি বস্তু। আমি কেতিয়াও কাৰাে অন্যায় কৰিবলৈ যােৱা নাছিলাে। এটা কথা ঠিক আমি তেওঁলােকৰ নির্দেশ মনা নাছিলাে। কি পৰিস্থিতিত আমি দোকানসমূহ দি আছাে কোনেও যদি অনুধাৱন কৰিব নােৱাৰে, সদায় সৰু মানুহ বুলি গণ্য কৰি সকলােৱে অৱহেলা কৰে আমি কিদৰে জীয়াই থাকিম? আমি ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিলাে। সেই দিনটোত প্রস্তুত কৰাৰ খাদ্যখিনিও আমাক বিক্ৰী কৰিবলৈ সুবিধা নিদিলে তেওঁলােকে। কাৰণ তেওঁলােক শিক্ষিত আৰু আমি অশিক্ষিত লােক।’

ব্যৱসায়ীসকলে উল্লেখ কৰা অনুসৰি উচ্ছেদৰ সময়ত পদপথত এখন ক্ষুদ্র দোকান দি পৰিয়াল পােহপাল দিয়া ব্যৱসায়ীসকলে দোকানসমূহ উচ্ছেদ নকৰিবলৈ কান্দি কান্দি কাতৰ অনুৰােধ জনােৱাৰ সময়ত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কাক সুধি পদপথত ইয়াত দোকান দিছা? মােক সুধি দোকান দিছা নেকি? আমি কি কৰিব লাগে? বুলিহে কয়।

উল্লেখ্য যে ভঙাগড় আৰক্ষী থানাৰ জনৈক দাস উপাধিৰ বিষয়াৰ নেতৃত্বত এই দোকানসমূহ উচ্ছেদ কৰা হৈছিল বুলি ব্যৱসায়ীসকলে উল্লেখ কৰি সেই সময়ছােৱাত এখন বিশেষ দোকানৰ প্রতি সংশ্লিষ্ট পক্ষৰ দৰদ আছিল বুলি কয়। নিশালৈ খােলা থকা সেই বিশেষ দোকানখনৰ সন্দৰ্ভত দিছপুৰৰ শীৰ্য আৰক্ষী বিষয়াক অৱগত কৰাৰ পাছতহে সেই দোকানখনাে বন্ধ কৰি দিয়া হয় বুলি তেওঁলােকে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GMCHGUWAHATI ASSAM
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d