Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিধিয়ে দিলেও বিধাতাই নিদিয়ে

publisher by publisher
December 16, 2020
in Assam, India, News
Reading Time: 1 min read
0
বিধিয়ে দিলেও বিধাতাই নিদিয়ে
7
SHARES
67
VIEWS
ShareShareShareShare

ৰাইজৰ সহায়ৰ আহ্বান দুৰ্ভগীয়া পিতৃ মাতৃৰ

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমাৰ ৰূপৱন গাৱঁৰ নৰেন কোঁৱৰ আৰু ৰুনু কোঁৱৰৰ একমাত্ৰ কন্যা তথা ডুমডুমা মহাবিদ্যালয়ৰ পৰা কলা শাখাত অসমীয়াত সন্মানসহ স্নাতক ডিগ্ৰীত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মেধাৱী ছাত্ৰী পল্লবী কোঁৱৰ (২৩) বৰ্তমান ’কিডনী’ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱাৰ ঘটনাই ছাত্ৰীগৰাকীৰ গাঁওবাসীৰ লগতে ডুমডুমাৰ ছাত্ৰ সমাজত শোকৰ ছাঁ পেলাইছে ৷

ADVERTISEMENT

উল্লেখ্য যে যোৱা সাত ডিচেম্বৰ সন্ধিয়া পল্লবী কোঁৱৰে উশাহ লোৱাত কষ্ট অনুভৱ কৰাত জ্যেষ্ঠ ভাতৃ পংকজ কোঁৱৰে ভগ্নী পল্লবীক ডুমডুমা নগৰৰ গান্ধী চ’ক সমীপৰ ডা° বি কে হাজৰিকা ক্লিনিকলৈ লৈ যায় ৷ ডা° বি কে হাজৰিকাই পল্লবীৰ স্বাস্থ্য পৰীক্ষা কৰি সামূহিক সকাহৰ বাবে ঔষধ লিখি দিয়াৰ লগতে তৎকালে দুটা ডাইগ’নাষ্টিক টেষ্ট কৰিবলৈ পৰামৰ্শ দিয়ে ৷

RelatedPosts

No Content Available

IMG 20201216 WA0005 1

তেনেই দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা পল্লবীক যোৱা ন ডিচেম্বৰত এছ আৰ এলত ডাইগ’নাষ্টিক টেষ্ট কৰোৱাই জ্যেষ্ঠ ভাতৃ পংকজ কোঁৱৰে ৷ পিছদিনা ১০ ডিচেম্বৰ বিয়লি পল্লবীৰ ডাইগ’নাষ্টিক টেষ্টৰ ৰিপ’ৰ্ট আহি পোৱাৰ পিচত ১১ ডিচেম্বৰ বিয়লি ডা° বি কে হাজৰিকাই ডাইগ’নাষ্টিক ৰিপ’ৰ্টসমূহ চাই পল্লবীক ‘কিডনী’ ৰোগী বুলি ঘোষণা কৰি সেইদিনাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ যোৱাৰ পৰামৰ্শ দিয়ে ৷

ইয়াৰ পাছতে পল্লবীক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ সৃষ্টি হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰলৈ লৈ যোৱা হয় ৷ সৃষ্টি হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ চিকিৎসকে পল্লবীক দুটা ডায়’লচিছ কৰি ১৫ ডিচেম্বৰত চুটি দিয়ে ৷ উল্লেখ্য যে সৃষ্টি হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ পৰা চুটি পোৱাৰ দিনাই অৰ্থাৎ ১৫ ডিচেম্বৰত পল্লবীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ নিউৰ’লজি বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ লৈ যায় যদিও মহাবিদ্যালয় হস্পিতালখনত ৰোগীৰ আসানৰ অভাৱত পল্লবীক ভৰ্তি কৰোৱাবলৈ সক্ষম নহয় ৷

উপায়ন্তৰ হৈ দুৰ্ভগীয়া পিতৃ মাতৃয়ে পল্লবীক ডিব্ৰুগড়ৰ সম্পৰ্কীয় খুড়ীয়েকৰ বাসগৃহত ৰাখি ‘ডায়’লচিছ’ৰ ব্যৱস্থা কৰিবলগীয়া হৈছে ৷ দুৰ্ভগীয়া পল্লবীৰ ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰাটো এতিয়া পিতৃ মাতৃদ্বয়ৰ বাবে পানীত হাঁহ-নচৰা অৱস্থা হৈ পৰিছে ৷ ৰাইজৰ সহায়ৰ অবিহনে পল্লবীৰ ব্যয়বহুল চিকিৎসা অসম্ভৱ হৈ পৰা দুৰ্ভগীয়া পিতৃ মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে সদাশয় ৰাইজক পাৰ্যমানে আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিনম্ৰ আহ্বান জনাইছে ৷

উল্লেখ্য পল্লবী কোঁৱৰৰ পিতৃ নৰেন কোঁৱৰে জীৱিকাৰ তাৰণাত অৰুণাচল প্ৰদেশৰ ডায়ুন প্লাইউদ ফেক্টৰীত কাম কৰি লাভ কৰা সামান্য টকাৰে পল্লবী আৰু জ্যেষ্ঠ পুত্ৰ পংকজক পঢ়াৰ খৰচৰ লগতে পৰিয়ালটো পোহপাল দি আহিছিল ৷ পিতৃৰ কষ্ট সহ্য কৰিব নোৱাৰি পুত্ৰ পংকজে ডুমডুমা নগৰত পুৱাৰ পৰা গধূলিলৈ ই-ৰিক্সা চলাই ভগ্নীৰ পঢ়াৰ খৰচ উলিয়াই দিছিল ৷

সেইমতে পল্লবীয়ে বিগত বৰ্ষত ডুমডুমা মহাবিদ্যালয়ৰ পৰা কলা শাখাত অসমীয়াত সন্মানসহ স্নাতক ডিগ্ৰী পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছিল ৷ পল্লবীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ মন আছিল ৷ সেইবাবেই মাতৃক পল্লবীয়ে প্ৰায়েই কৈছিল, ‘মই এমএ পঢ়িম ৷ মোৰ কাৰণে চিন্তা নকৰিব ৷ মই শ্ৰমদান কৰি হ’লেও এমএ পঢ়িবলৈ খৰচ উলিয়াই ল’ম ৷’

এই লক্ষ্যৰে পল্লবীয়ে ডুমডুমাৰ নাতি দূৰৈত অৱস্থিত ৰূপাই চাইডিঙৰ ‘আৰটিপি’ নামৰ ক্ষুদ্ৰ চাহ ফেক্টৰী এটাৰ কাৰ্যালয়ত কাম কৰিবলৈ লৈছিল ৷ ক্ষুদ্ৰ চাহ ফেক্টৰীটোত কাম কৰি লাভ কৰা টকাৰে পল্লবীয়ে আগন্তুক বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এমএ-ত নাম ভৰ্তি কৰাৰ কথা আছিল ৷ কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে আপ্তবাক্য ফাঁকিয়ে পল্লবীৰ এমএ পঢ়াৰ সপোন নিমিখতে থানবান কৰি দিলে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: dumduma assampallabi konwar
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d