Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান

    China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

    Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ

    গোৱাত পৰ্যটনৰ অভিলেখ, ১০.৫ শতাংশ বৃদ্ধি পৰ্যটকৰ সংখ্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰকাশ পালে আযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ‘নক্সা’

publisher by publisher
December 20, 2020
in India, News
Reading Time: 1 min read
0
প্ৰকাশ পালে আযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ‘নক্সা’
1
SHARES
14
VIEWS
ShareShareShareShare

উচ্চতম ন্যায়ালয়ৰ ৰায়‌ দানৰ ভিত্তিত নৱ ৰূপত সজাই তোলা হৈছে ‘ৰাম জন্মভূমি’ অযোধ্যাক । কৰ’না অতিমাৰীৰ সময়তে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ’ল । এতিয়া মছজিদৰ ‘নক্সা’ প্ৰকাশ কৰা হ’ল আৰু ইয়াৰ পাছতেই প্ৰস্তাৱিত মাল্টি স্পেচিয়েলিটি চিকিৎসালয় প্ৰস্তুত কৰাৰো নক্সা প্ৰস্তুত কৰা হৈছে ।

ADVERTISEMENT

বিগত বৰ্ষত অযোধ্যাৰ সমস্যা সমাধানত যায় দান কৰে উচ্চতম ন্যায়ালয়ে । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিয়াৰ লগতে মছজিদ নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰো ব্যৱস্থা কৰে ।

RelatedPosts

No Content Available

শনিবাৰে মছজিদ নিৰ্মাণৰ দায়িত্বত থকা ছুন্নি ৱাকফ ব’ৰ্ড দ্বাৰা গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেছন (আইআইইছিএফ)এই মছজিদ নিৰ্মাণৰ নক্সা প্ৰকাশ কৰে । ঐতিহাসিক নিয়ম মতেই মছজিদৰ ওপৰত বিশাল গম্বুজ থাকিলেও, আদিৰ পৰা অন্ত লৈকে পাশ্চাত্য স্থাপত্যবিদ্যাৰ অনুসৰিয়ে নিৰ্মাণ কৰা হৈছে । মছজিদৰ মূল ভৱনটো আধুনিকতাৰ আভাস পোৱা যায় । মছজিদৰ চৌহদত পাৰ্কিংৰ ব্যৱস্থাও কৰা হ’ব ।

Today at the Press Conference of Trust members and Architect Prof S M Akhtar, the design of the Mosque and Hospital was unveiled. @athardesi @FaruqiZufar #ayodhyamosque pic.twitter.com/Iy4vn6SLVI

— INDO-ISLAMIC CULTURAL FOUNDATION (@IndoIslamicCF) December 19, 2020

कुछ इस तरह नजर आएगी अयोध्या मस्जिद। @IndoIslamicCF ने जारी किया मस्जिद व हॉस्पिटल का डिजाइन pic.twitter.com/wNJyYaoA19

— Shobhit Srivastava (@shobhitlko26) December 19, 2020

মছজিদ প্ৰকল্পৰ দায়িত্বত থকা মুখ্য স্থাপত্যবিদ এছ এম আখটাৰে কয়, ‘চিকিৎসালয়ত তিনিশ বিছনাৰ ব্যৱস্থা থাকিব । বিশেষজ্ঞ চিকিৎসকসকল ইয়াত উপস্থিত থাকিব । মছজিদত সমান্তৰালকৈ নামাজ পঢ়িব পৰা যাব । মছজিদটো সৌৰশক্তিৰ সহায়ত চালিত হ’ব । মছজিদৰ ভিতৰৰ তাপমাত্ৰা বৃদ্ধি আৰু কম কৰাৰো ব্যৱস্থা থাকিব ।’

https://twitter.com/banarasivikas/status/1340303656235614209?s=20

ইয়াৰ বাহিৰেও মছজিদৰ বাবে প্ৰদান কৰা পাঁচ একৰ ভূমিত সামূহিক ৰান্ধনীশাল আৰু গ্ৰন্থাগাৰ নিৰ্মাণ কৰা হ’ব বুলিও কয় তেওঁ ।

আগন্তুক বৰ্ষৰ ২৬ জানুৱাৰীত ‌প্ৰস্তাৱিত মছজিদৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি জনায় আখটাৰে । তেওঁ কয় যে, সাত দশক পূৰ্বে সেই দিনটোতে ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল । সেয়েহে সেই দিনাই মছজিদৰ আধাৰশিলা স্থাপন কৰা হ’ব । চিকিৎসালয় নিৰ্মাণ কাৰ্য দ্বিতীয় পৰ্যায়ত আৰম্ভ হ’ব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Blueprint of Ayodhya's mosque complexIndo-Islamic Cultural Foundation
publisher

publisher

Related Posts

Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান
News

May 14, 2025
China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ
News

China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

May 14, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

May 14, 2025
Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট
News

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

May 14, 2025
Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ
India

Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ

May 14, 2025
গোৱাত পৰ্যটনৰ অভিলেখ, ১০.৫ শতাংশ বৃদ্ধি পৰ্যটকৰ সংখ্যা
India

গোৱাত পৰ্যটনৰ অভিলেখ, ১০.৫ শতাংশ বৃদ্ধি পৰ্যটকৰ সংখ্যা

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d