Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰকাশ পালে আযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ‘নক্সা’

publisher by publisher
December 20, 2020
in India, News
Reading Time: 1 min read
0
প্ৰকাশ পালে আযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ‘নক্সা’
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

উচ্চতম ন্যায়ালয়ৰ ৰায়‌ দানৰ ভিত্তিত নৱ ৰূপত সজাই তোলা হৈছে ‘ৰাম জন্মভূমি’ অযোধ্যাক । কৰ’না অতিমাৰীৰ সময়তে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ’ল । এতিয়া মছজিদৰ ‘নক্সা’ প্ৰকাশ কৰা হ’ল আৰু ইয়াৰ পাছতেই প্ৰস্তাৱিত মাল্টি স্পেচিয়েলিটি চিকিৎসালয় প্ৰস্তুত কৰাৰো নক্সা প্ৰস্তুত কৰা হৈছে ।

ADVERTISEMENT

বিগত বৰ্ষত অযোধ্যাৰ সমস্যা সমাধানত যায় দান কৰে উচ্চতম ন্যায়ালয়ে । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিয়াৰ লগতে মছজিদ নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰো ব্যৱস্থা কৰে ।

শনিবাৰে মছজিদ নিৰ্মাণৰ দায়িত্বত থকা ছুন্নি ৱাকফ ব’ৰ্ড দ্বাৰা গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেছন (আইআইইছিএফ)এই মছজিদ নিৰ্মাণৰ নক্সা প্ৰকাশ কৰে । ঐতিহাসিক নিয়ম মতেই মছজিদৰ ওপৰত বিশাল গম্বুজ থাকিলেও, আদিৰ পৰা অন্ত লৈকে পাশ্চাত্য স্থাপত্যবিদ্যাৰ অনুসৰিয়ে নিৰ্মাণ কৰা হৈছে । মছজিদৰ মূল ভৱনটো আধুনিকতাৰ আভাস পোৱা যায় । মছজিদৰ চৌহদত পাৰ্কিংৰ ব্যৱস্থাও কৰা হ’ব ।

Today at the Press Conference of Trust members and Architect Prof S M Akhtar, the design of the Mosque and Hospital was unveiled. @athardesi @FaruqiZufar #ayodhyamosque pic.twitter.com/Iy4vn6SLVI

— INDO-ISLAMIC CULTURAL FOUNDATION (@IndoIslamicCF) December 19, 2020

कुछ इस तरह नजर आएगी अयोध्या मस्जिद। @IndoIslamicCF ने जारी किया मस्जिद व हॉस्पिटल का डिजाइन pic.twitter.com/wNJyYaoA19

— Shobhit Srivastava (@shobhitlko26) December 19, 2020

মছজিদ প্ৰকল্পৰ দায়িত্বত থকা মুখ্য স্থাপত্যবিদ এছ এম আখটাৰে কয়, ‘চিকিৎসালয়ত তিনিশ বিছনাৰ ব্যৱস্থা থাকিব । বিশেষজ্ঞ চিকিৎসকসকল ইয়াত উপস্থিত থাকিব । মছজিদত সমান্তৰালকৈ নামাজ পঢ়িব পৰা যাব । মছজিদটো সৌৰশক্তিৰ সহায়ত চালিত হ’ব । মছজিদৰ ভিতৰৰ তাপমাত্ৰা বৃদ্ধি আৰু কম কৰাৰো ব্যৱস্থা থাকিব ।’

https://twitter.com/banarasivikas/status/1340303656235614209?s=20

ইয়াৰ বাহিৰেও মছজিদৰ বাবে প্ৰদান কৰা পাঁচ একৰ ভূমিত সামূহিক ৰান্ধনীশাল আৰু গ্ৰন্থাগাৰ নিৰ্মাণ কৰা হ’ব বুলিও কয় তেওঁ ।

আগন্তুক বৰ্ষৰ ২৬ জানুৱাৰীত ‌প্ৰস্তাৱিত মছজিদৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি জনায় আখটাৰে । তেওঁ কয় যে, সাত দশক পূৰ্বে সেই দিনটোতে ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল । সেয়েহে সেই দিনাই মছজিদৰ আধাৰশিলা স্থাপন কৰা হ’ব । চিকিৎসালয় নিৰ্মাণ কাৰ্য দ্বিতীয় পৰ্যায়ত আৰম্ভ হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blueprint of Ayodhya's mosque complexIndo-Islamic Cultural Foundation
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d