●জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ক’ৰনা পৰীক্ষণৰ ফলাফল পজিটিভ আহিছে ।
ADVERTISEMENT
●ছ’চিয়েল মিডিয়াযোগে এই বাৰ্তা প্ৰেৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ।
●বৰ্তমান নিজকে আই’ছোলেচনত ৰাখিছে বুলিও জানিব দিয়ে ৰাকুল প্ৰীত সিঙে ।
●নিজৰ টুইটাৰ একাউন্টৰ এটা পোষ্টত তেওঁ লিখিছে যে, তেওঁ ক’ভিড পজিটিভ আৰু তেওঁ বৰ্তমান নিজকে কোৱাৰেন্টাইন কৰি ৰাখিছে । কিছুদিন জিৰণি লৈ পুনৰ শ্বুটিং আৰম্ভ কৰিব ।
●তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁ ক’ভিড টেষ্ট কৰিবলৈ কোৱাৰ লগতে সকলোকে সুৰক্ষিত থাকিবলৈও আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ।
😊💪🏼 pic.twitter.com/DNqEiF8gLO
— Rakul Singh (@Rakulpreet) December 22, 2020