Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কি যুক্তিত কটা হ’ল হেজাৰ হেজাৰ আপেল গছ ?

publisher by publisher
December 25, 2020
in India, News
Reading Time: 1 min read
0
কি যুক্তিত কটা হ’ল হেজাৰ হেজাৰ আপেল গছ ?
1
SHARES
10
VIEWS
ShareShareShareShare

দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কিত কৃষি আইনৰ প্ৰভাৱ পৰিছে । কৃষকসকলৰ স’তে কেন্দ্ৰৰ কে’বা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো কোনো সমাধান পোৱা নগ’ল । নতুন কৃষি আইনৰ যি দিশসমূহক লৈ কৃষকসকলৰ আপত্তি, ইয়াৰ ভিতৰত অন্যতম ন্যূনতম সমৰ্থিত মূল্য । শস্যৰ ন্যূনতম সমৰ্থিত মূল্যৰ বিষয়ে মাত মতাৰ সুযোগ পাইছে কৃষকসকলে । কিন্তু ন্যূনতম সমৰ্থিত মূল্য বিচৰাৰ সুযোগেই নাই কাশ্মীৰৰ আপেল ৰোপণ কৰা কৃষকসকলৰ ।

ADVERTISEMENT

কে’বা দশকজুৰি অক্লান্ত পৰিশ্ৰম কৰি কৃষকসকলে যি আপেল‌ বাগান প্ৰস্তুত কৰিছিলে সেই আপেল বাগান‌ এতিয়া চৰকাৰী বুলড’জাৰৰ তলত । কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে জম্মু-কাশ্মীৰৰ প্ৰশাসনৰ নিৰ্দেশত উপত্যকা অঞ্চলৰ ১০ হেজাৰ আপেল গছ কাটি পেলোৱা হয় ।

RelatedPosts

নাম সুধি হিন্দু পর্যটকক গুলীয়ালে সন্ত্রাসবাদীয়ে

জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ,উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধ কৰে সেনাই,

Heavy Snowfall in Jammu & Kashmir:কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত !

download 5

যোৱা বছৰ ৰাজ্যৰ বিশেষ মৰ্য্যদা বিলোপনৰ পাছতে সমগ্ৰ দেশৰ পৰাই প্ৰায় বিচ্ছিন্ন কাশ্মীৰ উপত্যকা । ইয়াৰ প্ৰভাৱ পৰ্যটনৰ ওপৰতো পৰিছে । স্থানীয় বাসিন্দাসকলে বংশগত পৰম্পৰা‌ অনুসৰি আপেল বাগানৰ পৰিচৰ্যাতেই মন দিছিল যাতে শীত কালত কিছু ধন উপাৰ্জন‌ কৰিব পাৰি ।

মধ্য কাশ্মীৰৰ বদগাম জিলাৰ কানিদাজানসহ কাষৰীয়া অঞ্চলসমূহৰ পৰাই আৰম্ভ হৈছিল আপেল গছ নিধন কাৰ্য । সেই অঞ্চলত গুৰ্জৰ আৰু বাখৰৱাল এই দুই মুছলিম যাযাবৰ গোষ্ঠীয়ে বাস কৰে । উভয় জাতিয়ে ১৯৯১ত টফছিলি উপজাতি হিচাপে স্বীকৃতি লাভ কৰে । তেওঁলোকৰ আপেল বাগানতেই নিধন কাৰ্য চলায় বন বিভাগে । লোকসকলে মাটিৰ ঘৰ বনাই বাস কৰিছিল, সেইবোৰো ভাঙি পেলোৱা হৈছে ।

0b8257 acd214aff44740c59b9c5ee3faf3e70a mv2

স্থানীয় বাসিন্দা আব্দুল গনি ৱাগে (৬০) কয় যে, কোনো জাননী নিদিয়াকৈয়ে নৱেম্বৰ মাহত আপেল গছ নিধন কাৰ্য আৰম্ভ কৰা হয় । শ্ৰীনগৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত ডেৰ বিঘা ভূমি আছে আব্দুলৰ । তাতেই তেওঁ খেতি কৰে । আব্দুলৰ অভিযোগ, ১০ নৱেম্বৰ পুৱা তেওঁ ঘৰত থকাৰ সময়তে হঠাৎ এদল লোকে কোৰ-কোঠাৰ লৈ তেওঁৰ বাগানত উপস্থিত হয় । তেওঁ বাগানত গৈ দেখে আৰক্ষী আৰু চি আৰ পি এফৰ তত্বাৱধানত নিৰ্বিচাৰে গছ কাটি পেলাইছে বন বিভাগৰ লোকজনে ।

লগতে তেওঁ কয় যে, বাগানখনত ৫০ জোপা আপেল গছ আছিল । ইয়াৰ ওপৰতেই তেওঁৰ পৰিয়াল নিৰ্ভৰশীল । তেওঁৰ সাতজনী কন্যা সন্তান আছে । কন্যা সন্তানকেইজনীৰ ভৱিষ্যৎকলৈ আৰক্ষীৰ ওচৰত অনুনয়-বিনয় কৰে তেওঁ; কিন্তু একো লাভ নহয় ।

image 2

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কাশ্মীৰ উপত্যকাত যোৱা ১০ নৱেম্বৰত বন বিভাগৰ ৫০ জন অধিকাৰীৰ তত্বাৱধানত প্ৰায় ১০ হেজাৰ আপেল গছ কাটি পেলোৱা হয় । গাঁৱৰ মূৰব্বী আহসানে জনায় যে, গছ কটাৰ বিৰোধিতা কৰিবলৈ বহু স্থানীয় লোকেই আগবাঢ়ি আহিছিল । কিন্তু চৰকাৰী কামত বাধা প্ৰদান কৰিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰোজো কৰা হ’ব বুলি পিছ হুহুকিবলৈ বাধ্য কৰা হয় । মহম্মদ আহসানে আক্ষেপ কৰি কয়, ‘আপেল গছৰ ডাল অত্যন্ত সৰু আৰু নৰম । কুঠাৰৰ এক ঘাপো সহ্য কৰাৰ ক্ষমতা নাই ।’

কাশ্মীৰৰ আপেল বাগানবোৰ বন বিভাগৰ ভূমিত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰে চৰকাৰে । বহু বছৰ পূৰ্বৰ পৰাই সেই ভূমিত আপেল খেতি কৰি আহিছে গুৰ্জৰ আৰু ৰাখৰৱালসকলে । গুৰ্জৰ-ৰাখৰৱালসহ ১০ লাখৰো অধিক টফছিলি উপজাতি আৰু বনবাসীসকলে অৰণ্যৰ অধিকাৰ আইন ভোগ কৰি আহিছে । অৰ্থাৎ অৰণ্যত বসবাস কৰাৰ লগতে ব্যৱসায়ৰো অধিকাৰ আছে তেওঁলোকৰ । আইনীভাৱে মালিকীস্বত্বও ভোগ কৰে তেওঁলোকে ।

5a

এখন দেশতে থকা স্বত্বেও জম্মু-কাশ্মীৰত বৰ্তমানেও এই আইন জাৰি হোৱা নাই । যোৱা বছৰ কাশ্মীৰৰ উপত্যকাৰ বাবে সংৰক্ষিত সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত ১৫৫ টা কেন্দ্ৰীয় আইন জাৰি কৰি দিয়া হয় । সেইসময়ত অৰণ্যৰ অধিকাৰ আইন কাৰ্যকৰী কৰা হ’ব বুলিও আশ্বাস দিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ।

উপত্যকাৰ মুখ্য সচিব বি ভি আৰ সুব্ৰহ্মন্যমে কয়, ‘২০২১ৰ ১৫ জানুৱাৰীৰ ভিতৰত সমীক্ষা সম্পূৰ্ণ হ’লে মাৰ্চৰ পৰাই উপত্যকাত অৰণ্যৰ অধিকাৰ আইন‌ কাৰ্যকৰী কৰা হ’ব ।’ কিন্তু আইন কাৰ্যকৰী হোৱাৰ পূৰ্বেই হেজাৰ হেজাৰ আপেল গছ নিধন কৰাৰ লগতে ঘৰ-বাৰী উচ্ছেদ কৰি দিয়া হয় ।

Kashmir 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: apple trees were cut downForest Departmentindian governmentJammu-Kashmir
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d