Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
January 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
2222 2
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

মােৰ বিশ্বাস এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰিম

বিটি এছৰ জনপ্ৰিয়তা আৰু আমাৰ আশা

অসমৰ সাজ-পোছাকৰ মাজত নৱ প্ৰজন্মৰ বাবে আছে প্ৰচূৰ সম্ভাৱনীয়তাঃ প্ৰিয়ংকা ডি পাটোৱাৰী

২০২১-এ থলুৱা উদ্যোগ বহল কৰি তোলক

Screenshot 170

ADVERTISEMENT

অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ প্ৰতি তৰুণ প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি নিঃসন্দেহে আনন্দৰ বিষয় এই পৰম্পৰাগত সাজ-পোছাকে একে সময়তে থলুৱা উদ্যোগীসকলৰ বাবে সংস্থাপনৰ এক বৃহৎ দুৱাৰ মুকলি কৰি দিছে । এনে উদ্যোগৰ স’তে জড়িত হৈছে প্ৰিয়ংকা ডি পাটোৱাৰীৰ দৰে হস্তশিল্প আৰু বস্ত্ৰ ডিজাইনিংত দক্ষতা অৰ্জন কৰা তৰুণ প্ৰজন্মৰ ফেশ্বন ডিজাইনাৰ । এনে তৰুণচাম জড়িত হোৱাৰ বাবে অসমৰ পৰম্পৰাগত সাজ-পোছাক পৰিধানৰ বাবে স্বাভাৱিকতে এক প্ৰজন্ম উৎসাহিত হৈছে । প্ৰিয়ংকাৰ দৰে থলুৱা উদ্যোগীসকলৰ বাবে ২০২১ বৰ্ষটো হ’ব এক পৰম আকাংক্ষাৰ বৰ্ষ । কিয়নো ২০২০ বৰ্ষই বিশ্বলৈ নমাই আনিলে অমানিশা । কৰ’না অতিমাৰীয়ে স্বাৱলম্বী হৈ জীৱন যাত্ৰাত আগবাঢ়িব বিচৰাসকলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে । বিশ্ব তথা দেশ তথা ৰাজ্যৰ ৰুগাক্ৰান্ত অৰ্থনীতিয়ে এইসকলৰ বাবেও অভিশাপ হৈ পৰিল । স্বাভাৱিকতে নতুন বছৰত কলা ডাৱৰ আঁতৰি নতুন সপোন ৰচিব পাৰিব বুলি তেওঁলোকে আশা কৰিছিল ।

প্ৰিয়ংকাই কয়, ‘২০২১ত অসমত নতুনত্ব বিচাৰিছো । অতি একান্তভাৱে বিচাৰিছো যে ৰাজ্যৰ থলুৱা ব্যৱসায়ৰ উন্নতি সাধন হয় । মই ভাবো আমাৰ ইয়াৰ কেঁচা সামগ্ৰীসমূহ আন দেশলৈ প্ৰেৰণ কৰাতকৈ নিজে ব্যৱহাৰোপযোগী কৰিব লাগে । তদুপৰি আমি আশা কৰো যে সময়ৰ উপযোগিতাৰ স’তে আগবাঢ়ি গৈ অনলাইন ব্যৱসায়ৰ স’তে যাতে সকলোৱে পৰিচিত হ’ব পাৰে ।’

২০২১ত সাজ-পোছাকৰ লগতে আ-অলংকাৰ, চেণ্ডেল বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰাৰ পৰিকল্পনা কৰিছে প্ৰিয়ংকাই । ইয়াৰ দ্বাৰা সকলো যুৱতী-মহিলা উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তদুপৰি ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ পোছাকৰ আলম লৈ নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে প্ৰিয়ংকাই । এই সামগ্ৰীসমূহ বিশেষকৈ তৰুণ প্ৰজন্মই যাতে ক্ৰয় কৰিবলৈ আগ্ৰহী হয় তাৰ প্ৰতি তেওঁ বিশেষ লক্ষ্য ৰাখিব । ইয়াৰ দ্বাৰা আমাৰ পৰম্পৰাগত , জাতি-জনগোষ্ঠীৰ সাজ-পোছাক অধিক প্ৰসাৰিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

সন্মুখত আছে বহু কাম আৰু তাৰ বাবে তেওঁ ২০২১ৰ বাবে সাজু হৈছে । ‘এইবাৰ গৃহসজ্জাত গুৰুত্ব দিম বুলি ভাবিছো । চোফা ক’ভাৰ, গাৰুৰ ক’ভাৰ আদি অসমীয়া পাট কাপোৰ, মুগাৰে ন ৰূপত সজোৱাৰ প্ৰয়াস কৰিম । আশাকৰো সকলোৱে ভাল পাব ।’

এগৰাকী থলুৱা উদ্যোগী প্ৰিয়ংকাই নৱ প্ৰজন্ম অধিক ৰূপত এই ব্যৱসায়ৰ স’তে জড়িত হোৱাটো আকাংক্ষিত বুলি কয় । ‘মই যিহেতু অসমৰ থলুৱা ব্যৱসায়ৰ স’তে জড়িত সেই বাবে নৱ প্ৰজন্মক ক’ব বিচাৰো যে আমাৰ অসমত সাজ-পোছাকৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনীয়তা লুকাই আছে । সেইসমূহক মাথোঁ আধুনিক ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজন আছে । মই ভাবো নৱপ্ৰজন্মই অসমৰ থলুৱা শিল্পক উন্নত মানত সজাই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ব দৰবাৰত অসমক চিনাকি কৰাওক । ২০২১-এ ইয়াৰ বাট বহল কৰিব বুলি মই আশাবাদী ।’

প্ৰিয়ংকাৰ ‘উঘা এথনিকছ’ নামৰ বুটিকখন অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ ক্ষেত্ৰত এক জনপ্ৰিয় লেবেলৰূপে ইতিমধ্যে পৰিচিতি লাভ কৰিছে । ফেশ্বন আৰু ডিজাইনিংৰ প্ৰতি থকা প্ৰিয়ংকাৰ আৱেগে তেওঁক সফলতাৰ বাটলৈ আগুৱাই লৈ গৈছে । সৰুৰে পৰা তেওঁৰ এই বিষয়ত আগ্ৰহ আছিল । ফেশ্বন ডিজাইনাৰ হোৱাৰ আশা বান্ধি তেওঁ আগবাঢ়ি গৈছিল । জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’ল’জীৰ পৰা তেওঁ ডিপ্ল’মা গ্ৰহণ কৰে । একে সময়তে তেওঁ স্নাতক ডিগ্ৰীও লাভ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে । হস্ততাঁত আৰু বস্ত্ৰ ডিজাইনিংৰ বিষয়ে তেওঁ পেছাদাৰী জ্ঞান আহৰণ কৰে । বিভিন্ন ধৰণৰ কাপোৰত ৰং কৰাৰ প্ৰক্ৰিয়া আদি সম্পৰ্কেও শিক্ষা গ্ৰহণ কৰে ।

ভাৰত চৰকাৰৰ বস্ত্ৰ উদ্যোগ মন্ত্ৰণালয়ৰ অধীনত তেওঁ এই বিশেষ দক্ষতা অৰ্জন কৰে । মন্ত্ৰণালয়ে তেওঁক গাঁও অঞ্চলত প্ৰশিক্ষণৰ বাবে ব্লক ক্লাষ্টাৰৰ মূল প্ৰশিক্ষকৰূপেও নিৰ্বাচিত কৰিছিল । ২০১৪ত মাত্ৰ দুখন শালেৰে তেওঁ মহানগৰীত আৰম্ভ কৰে উঘা এথনিকছ নামৰ প্ৰতিষ্ঠানটো । সম্প্ৰতি তেওঁৰ আছে ৩০ খন শাল আৰু ৩০ গৰাকী শিপিনীক তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে । তেওঁ কয় যে উঘা এথনিকছ মাত্ৰ এটা প্ৰতিষ্ঠান নহয় ই এটা পৰিয়াল যিয়ে এজনে আনজনক মানসিকভাৱে সমৰ্থন কৰে । তেওঁৰ এই প্ৰতিষ্ঠানত পাট, মুগাকে আদি কৰি নানা তৰহৰ বস্ত্ৰ শিল্পৰ চানেকি উপলব্ধ । তেওঁ নানা ধৰণৰ পৰ্দা, কুচন ক’ভাৰ, শাল আদিৰ উপৰি গৃহসজ্জাৰ সামগ্ৰীও প্ৰস্তুত কৰে । পাট-মুগা-টছৰ কাপোৰৰ উপৰি আন বহুতো আকৰ্ষণীয় সামগ্ৰী উপলব্ধ হয় এই প্ৰতিষ্ঠানত । তদুপৰি নানা পুৰস্কাৰেৰেও বিভূষিত হৈছে এইগৰাকী ডিজাইনাৰ আৰু তেওঁৰ প্ৰতিষ্ঠানটো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: designernew year wishpriyanka d patoway
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d