Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home New Year 2022

মােৰ বিশ্বাস এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰিম

শংকুৰাজ কোঁৱৰ

publisher by publisher
January 1, 2022
in New Year 2022
Reading Time: 1 min read
0
মােৰ বিশ্বাস এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰিম
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

SURYA GRAHAN 2022 : ২৫ অক্টোবৰতহ’ব সূৰ্যগ্ৰহণ

নৱবৰ্ষত অভিশপ্ত সময়বোৰ যাতে পুনৰ ঘূৰি নাহে

বিটি এছৰ জনপ্ৰিয়তা আৰু আমাৰ আশা

ক’ভিড-১৯ৰ বাবে ২০২০ৰ মাৰ্চৰ পৰা যি তলাবন্ধ আৰম্ভ হৈছিল, সেই তলাবন্ধই প্রত্যেকৰে জীৱনত বাৰুকৈয়ে প্রভাৱ পেলাইছিল। ময়াে তাৰ ব্যতিক্রম নহয়। সেই সময়ত মই মুম্বাইত আছিলাে আৰু মইবাস কৰা বিল্ডিংটো ছীল কৰি দিয়া হৈছিল।

ADVERTISEMENT

কোনাে বাহিৰা লােকৰ অহা-যােৱা কৰাৰ অনুমতি নাছিল। সেই সময়ত মােৰ একমাত্র জীৱিকাৰ সমল আছিল মােৰ ইউটিউব চেনেল ‘প্রজেক্টবার্তালাপ’। সেই সময়লৈকে মই যি গান মুক্তি দিছিলাে, তাৰ বাবদ মই মাহেকীয়াকৈ এটা বেতন লাভ কৰিছিলাে।

সেই মাহেকীয়া বেতনটো যাতে লাভ কৰি থাকো সেইবাবে মই আৰু গান লিখিবলৈ, সুৰ কৰিবলৈ চেষ্ট কৰিলাে আৰু ২০২০ৰ তলাবন্ধত প্রায় চাৰি-পাঁচটা গান ৰাইজৰ মাজত এৰি দিবলৈ সক্ষম হ’লাে। মই নিজকে সৌভাগ্যৱান বুলি ভাবাে, কিয়নাে ৰাইজৰ আশীর্বাদত মই আজি সংগীতৰ দ্বাৰাই জীৱন-নির্বাহ কৰিব পাৰিছে।

ক’ভিডৰ বাবে যিসকল সংগীত শিল্পীয়ে জীৱন-নির্বাহৰ বাবে সংগীত বাদ দি বেলেগ কিবা জীৱিকাৰ পথ বিচাৰি ল’লে, তেওঁলােকক মই এটাইকথা ক’ব বিচাৰিম যে আমি আজিৰ দিনত কেৱল লাইভ মিউজিক’বা লাইভ পাৰফৰ্মেন্স’তে নিৰ্ভৰশীল হৈ থাকিলে নহ’ব।

‘লাইভ মিউজিক’ৰ লগতে আমি উপার্জনৰ বাবে অন্য পথ বাচি উলিয়াব লাগিব অন্য পথ বুলি ক’বলৈ গলে মই ‘অনলাইন প্লেটফৰ্মৰ কথা কম। ইউটিউব, স্পটিফাই’, ‘এপলমিউজিক’ আদিৰ পৰাও এটা ভাল উপার্জন হ’ব পাৰে। লগতে আৰু এটা কথা, যিসকলে সংগীত বাদ দি বেলেগ উপার্জনৰ পথ বিচাৰি লৈছে সেয়াও কোনাে ভুল নহয়।

তেওঁলােকে যদি সেই কাম ভালদৰে কৰিছে, সেয়া খুব ভাল কথা। মােৰ বহুত বন্ধু আছে যি দোকান দি ভাল ভাল উপার্জন কৰি আছে। গতিকে উপার্জনৰ পথ যিয়ে নহওক, মাত্র সৎ হ’ব লাগে। যিসকলে কেৱল সংগীত কৰি জীৱন-নির্বাহ কৰিম বুলি ভাবিছে, তেওঁলােকে কেৱল ‘লাইভ মিউজিক’ কৰিলেই নহ’ব; তাৰ লগতে সংগীতৰ লগত জড়িত বেলেগ উপার্জনৰ পথাে বিচাৰি উলিয়াব লাগিব।

আগন্তুক সময় বা বছৰটো মােৰ তথা বিশ্ববাসীৰ বাবে কেনে হােৱাটো বিচাৰাে আৰু তাৰ বাবে মােৰ তৰফৰ পৰা কৰণীয় কি আছেবুলি কোৱাৰ আগতে মই পােনপ্ৰথমে সকলােলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছাে।আশাকৰাে আগন্তুক বৰ্ষটো বিগত দুটি বৰ্ষতকৈ যাতে ভাল হ’ব আৰু লগতে মই সকলােৰে সু-স্বাস্থ্য কামনা কৰিছাে।

মই আশাবাদী যে ২০২২ বৰ্ষটো শিল্পী সমাজৰ বাবে এটা ভাল বর্ষ হ’ব। মােৰ তৰফৰ পৰা ৰাইজৰ বাবে আৰু নতুন গীত উপহাৰ দিবলৈ সাজু হৈছাে। বহুকেইটা নতুন গীতৰ কাম চলি আছে যি মই আগন্তুক বৰ্ষত মুকলি কৰি দিম। আশাকৰাে ৰাইজে আদৰি ল’ব। এই পর্যন্ত মােৰ প্রায় ২০টা মান গীতে মুক্তি লাভ কৰিলে।

ভিডিঅ’ বুলি কবলৈ গ’লে মােৰ গানৰ লিৰিকেল ভিডিঅহে আছে, অফিচিয়েল ভিডিঅ’ তেনেকৈ বিশেষ নাই। তথাপি গীত বুলি ক’বলৈ গলে ২০টা মান আছে আৰু মই ‘লাইভ পাৰফৰ্ম কৰিলে মােৰ নিজৰ গীতেই পৰিৱেশন কৰিবলৈ চেষ্টা কৰাে। আগন্তুক বৰ্ষত প্রায় ১০টা গীত মুকলি হ’বলৈ গৈ আছে আৰু তাৰ ভিতৰত দুটিমান হিন্দী গীততা আছে। সফলতাৰ সংজ্ঞা কি? এইটো মােৰ বাবে এটা কঠিন প্রশ্ন।

কিয়নাে সফলতাৰ সংজ্ঞা দিব পৰাকৈ নিজকে মই সফল বুলি নাভাবাে আৰু সকলােৰে বাবে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ হ’ব পাৰে। কাৰােবাৰ বাবে ধন, টকা-পইচা আৰু আন কাৰােবাৰ বাবে সুখ-শান্তিৰে দুবেলা দুসাজ খােৱাটোৱেই সফলতা হ’ব পাৰে।

কাৰােবাৰ বাবে নিজৰ উম্বকাংক্ষী সপােনৰ প্রাপ্তিয়েই সফলতা হ’ব পাৰে। মই যি কাম কৰি ভাল পাওঁ, যিকামে মােক শান্তি দিয়ে সেই কাম দিনে ১২ ঘণ্টাকৈ কৰিবলৈ পালেই মই সফল হৈছে বুলি ভাবাে। নতুন প্রজন্মই নিজৰ সফলতাৰ সংজ্ঞা নিজে বিচাৰি তেনেকৈ আগবাঢ়ি যােৱাটো মই উচিত বুলি ভাবাে আৰু আমি নিজৰ সফলতাৰ লগতে সমাজখন আমি আৰু ভাল দৰে কেনেকৈ গঢ়ি তুলিব পাৰে, সেই চিন্তা কৰিব লাগে। লগতে ভৱিষ্যত প্রজন্মক আমি কি দি থৈ যাব পাৰাে, সেই কথাষাৰ সদায় চিন্তা কৰা উচিত। এইদৰেই যদি আমি আগবাঢ়ি যাওঁ, মােৰ বিশ্বাস যে আমি সচাঁকৈয়ে এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰিম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2022new year wishShankuraj Konwar
publisher

publisher

Related Posts

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
Assam

January 1, 2024
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
COVID-19 : ক’ভিড আপডেট
COVID-19

COVID-19 : ক’ভিড আপডেট

June 6, 2022
দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ
New Year 2022

January 2, 2022
সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো
News

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো
New Year 2022

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

January 2, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d