Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটি এছৰ জনপ্ৰিয়তা আৰু আমাৰ আশা

publisher by publisher
January 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিটি এছৰ জনপ্ৰিয়তা আৰু আমাৰ আশা
6
SHARES
60
VIEWS
ShareShareShareShare

♦প্ৰাঞ্জলসেন ডেকা

ADVERTISEMENT

বি টি এছ। বাংটান ছ’নেয়নডান। আজিৰ পৃথিৱীত সবাতােকৈ জনপ্রিয় পপ বেণ্ড। পঢ়ুৱৈয়ে ভাবিব পাৰে আজি আকৌ হঠাতে কিয় পপ বেণ্ডৰ কথা! হ’ব, কিমান আৰু ক্ষমতাৰ টনা-আঁজোৰা, নিকৃষ্ট গালি-শপনি, সােণােৱাল-হিমন্ত, কৰ’না-তলাবন্ধ, হাগ্রামা- প্রমােদ, মােদী-ট্রাম্পৰ কথা শুনিব, পঢ়িব! সেই কাৰণেই আজি এটি পপ বেণ্ড আৰু তেওঁলােকক লৈ আমাৰ আশাৰ কথা…।দক্ষিণ কোৰিয়াৰ ছিউলত সদ্য যুৱ সাতজনীয়া এই পপ সংগীতৰ বেণ্ডটোৱে অসীম জনপ্রিয়তাৰে ইতিমধ্যে বহু নতুন অভিলেখ ৰচনা কৰিছে। ২০১৩ ২০ বছৰৰ তলৰ সাতজন কিশােৰ-যুৱকে ‘টু কুল ফৰ স্কুল’ এলবামটোৰে আত্মপ্রকাশ ঘটাই পৰৱৰ্তী সময়ত দক্ষিণ কোৰিয়াৰ ইতিহাসত সর্বকালৰ সর্বাধিক জনপ্রিয় হৈ উঠে।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

446a1df755f81c9a77c3c3c723d09f3f

২০১৭ত বি টি এছে আন্তর্জাতিক সংগীতৰ জগতত প্ৰৱেশ কৰে আৰু এটাৰ পাছত এটাকৈ অভিলেখ গঢ়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখে। আমেৰিকাত কোৰিয়ান ঢৌৰ সৃষ্টি কৰি বিলব’র্ডত শীর্ষতম স্থান অধিকাৰ কৰে। মাত্র দুবছৰৰ ভিতৰতে চাৰিবাৰকৈ আমেৰিকাৰ সংগীত জগতৰ জনপ্রিয়তাৰ শীর্ষতম স্থান অধিকাৰ কৰা বিখ্যাত বিটলছৰ পাছত প্ৰথমটো বেণ্ডৰূপে পৰিগণিত হয় বি টি এছ। আনকি ‘লাভ ইয়’ৰছেল্ড’ ৱর্ল্ড ট্যুৰত ইংলণ্ডৰ প্রসিদ্ধ ৱেম্বলী ষ্টেডিয়াম হাউছফুল কৰি সংগীতানুষ্ঠান পৰিৱেশন কৰা একমাত্র দল যি এছীয় আৰু আনহাতে ইংৰাজীভাষী নহয়। একেটা ট্যুতে আমেৰিকাৰ কেলিফর্ণিয়াত ৰ’জ বাউল ষ্টেডিয়ামত এটা অনুষ্ঠানতে সর্বাধিক উপার্জনকাৰী অভিলেখ গঢ়ে।

4d7b4716503695978a68580271b8eddf

অকল সেয়ে নহয়, সংগীতৰ জৰিয়তে বি টি এছে ‘টাইম’ আলােচনীৰ পৰৱর্তী প্রজন্মৰ নেতৃত্ব’ শীর্ষক আন্তর্জাতিক সংস্কৰণত ভুমুকি মৰাৰ উপৰি আলােচনীখনত ইন্টাৰনেটৰ ২৫ সর্বাধিক প্ৰভাৱশালী ব্যক্তিত্বৰ তালিকাত স্থান অধিকাৰ কৰে। টাইম’ৰ বিশ্বৰ এশ সর্বাধিক প্ৰভাৱশালী ব্যক্তিৰ বার্ষিক বিশেষ সংখ্যাতাে বি টি এছ অন্তর্ভুক্ত হয়। ইউনিচেফৰ স’তে যুটীয়াভাৱে লাভ ইয়’ৰছে’ (নিজক ভাল পাওঁক) শীর্ষক হিংসা বিৰােধী অভিযান চলােৱাৰ সুবাদত বি টি এছে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত বিশ্বৰ যুৱ সমাজৰ বাবে পথ নির্ণয় সম্পৰ্কত ভাষণ প্রদানৰ সুযােগ লাভ কৰিছে। বিশ্বত কোৰিয়াৰ ভাষা আৰু সংস্কৃতি প্ৰচাৰত আগবঢ়োৱা বিৰল অৱদানৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিয়ে ‘অর্ডাৰ অৱ কালচাৰেল মেৰিট’ সন্মানেৰে সন্মানিত কৰা বি টি এছ দেশখনৰ সর্বকনিষ্ঠ শিল্পী।

02 BTS press Big Hit Entertainment 2019 billboard 1548 compressed

অলপতে এটা নিৱন্ধ পঢ়া মনত পৰে। দক্ষিণ কোৰিয়াৰ বিশিষ্ট সাহিত্যিকসকলৰ আলােচনা অংশগ্রহণকাৰী অধিকাংশই দেশত অতি জনপ্রিয়, সন্মানীয় আৰু জ্যেষ্ঠ। কোৰিয়াৰ সাহিত্য কেনেদৰে জনপ্ৰিয় কৰি বিশ্ব সাহিত্যত এক সন্মানজনক স্থানত উপনীত কৰাব পাৰি সেয়াই আছিল আলােচনাৰ বিষয়। মজাৰ কথা এয়ে যে আলােচনাত সেই বিশিষ্ট সাহিত্যিকসকলৰ অনুপ্ৰেৰণাৰ উৎস আছিল বি টি এছ। কোৰিয়াৰ সাহিত্যক বি টি এছৰ দৰে জনপ্রিয় কৰি তােলাই আছিল আলােচনাৰ লক্ষ্য আৰু আকাংক্ষা। এখন পৰম শক্তিশালী দেশৰ পৰিচয় ক্ৰমাৎ গঢ় লৈছে সদ্য যুৱককেইজনমানৰ দ্বাৰা গঠিত এটা বেণ্ডৰ পৰিচয়ৰে।

2020 BTS FESTA PHOTO COLLECTION 11

ইয়াতকৈ আৰু সাফল্য কি হ’ব পাৰে! আনকি দক্ষিণ কোৰিয়া ভ্রমণলৈ যােৱা বৃহৎ সংখ্যক বিদেশী পর্যটকৰৰ অন্যতম আকর্ষণৰ কেন্দ্ৰ হৈছে বি টি এছ। লক্ষ্যণীয় যে বিশ্বৰ অন্যতম সর্বাধিক উপার্জনকাৰী চেলিব্রেটীৰূপে পৰিগণিত হােৱা বি টি এছে প্রতি বছৰে দক্ষিণ কোৰিয়াৰ অর্থনীতিলৈ ৪.৬৫ বিলিয়ন মার্কিন ডলাৰৰ বৰঙণি আগবঢ়াইছে। ই দেশৰ জিডিপিৰ ০.৩ শতাংশ। তদুপৰি এক সমীক্ষা অনুসৰি ২০১৮ বিশ্বত ১৯ বিলিয়ন ডলাৰৰ সংগীত বিক্রীত বি টি এছৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে বিৰল সাফল্য আৰু জনপ্রিয়তাৰ অধিকাৰী হােৱা বি টি এছৰ সদস্যসকলৰ প্ৰতিভাও স্বাভাৱিকতে ঈর্ষণীয়। জিম নামেৰে পৰিচিত বর্তমান ২৮ বছৰীয়া বেণ্ডটোৰ সদস্যজন গায়ক আৰু গীতিকাৰ।

151013 yzfgszmvmv 1606139655

বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে তেওঁ বি টি এছ গঠনত আগভাগ লৈছিল আৰু ইয়াৰ সদস্যসকলক যথাযােগ্যভাৱে আগবঢ়াই দিছিল। ২৭ বছৰীয়া ছুগা এজন ৰেপাৰ আৰু গীতিকাৰ। আনহাতে ৰেপাৰ, গায়ক, গীতিকাৰ আৰু ডেন্সাৰ জে-হােপৰ বয়স ২৬ বছৰ। বেণ্ডটোৰ নেতৃত্ব দিয়া ২৬ বছৰীয়া আৰ এম ৰেপাৰ আৰু গীতিকাৰ। বি টি এছৰ আন এজন সদস্য ২৫ বছৰীয়া জিমিন গায়ক, গীতিকাৰ আৰু ডেন্সৰ। বেণ্ডটোৰ আন এজন সদস্য এই বুধবাৰে ২৫ বছৰত ভৰি দিয়া ভি গায়ক, গীতিকাৰ আৰু অভিনেতা। বেণ্ডটোৰ কনিষ্ঠতম সদস্য ২৩ বছৰীয়া জংকুক গায়ক আৰু গীতিকাৰ। অর্থাৎ বেণ্ডটো গঠনৰ সময়ত তেওঁলােকৰ বয়স আছিল মাত্র ১৫-১৬ বছৰ।

সংগীতৰ অনুৰাগী মানেই অৱগত এই পৃথিৱীত কিমান এনে সংগীত শিল্পীৰ দল আছে? এনে বহুতৰে জনপ্রিয়তা আকাশলংঘী; কিন্তু এইসকলৰে মাজত বি টি এছৰ বৈশিষ্ট্য কি? দৰাচলতে তেওঁলােকৰ সংগীতেই তেওঁলােকৰ বিশেষত্ব আৰু জনপ্রিয়তাৰ ঘাই কাৰণ। সাধাৰণতে জনপ্রিয় বেণ্ড তথা গায়কৰ গীতসমূহ প্রেমিক-প্রেমিকা অর্থাৎ কিশােৰ-কিশােৰী অথবা যুৱক-যুৱতীৰ সম্পর্ককেন্দ্রিক। প্রেমিক অথবা প্রেমিকাক পােৱা-নােপােৱা, পাই হেৰুওৱা, আকৌ ঘূৰাই পাবলৈ যত্ন কৰা, প্রেমাস্পদক পাবলৈ আকুলতা আদিৰ মাজতেই যেন সীমাবদ্ধ তেওঁলােকৰ সংগীতৰ ব্যাপ্তি। অৱশ্যে এই কথাও ঠিক যে প্রেমতননা কি অসুবিধা! আৰু সেইবাবেই সেইবােৰ গীত তথা শিল্পীসকলেও সীমাহীন জনপ্রিয়তা লাভ কৰিছে আৰু কৰি থাকিব।

BTS Dynamite 1024x882

বিয়ন্সে, টেইলৰ ছুইফট, সদ্য ভংগ ৱান ডাইৰেকচন, জাষ্টিন বিবাৰ আদি কিমান জনপ্রিয় বেণ্ড আৰু শিল্পী! কিন্তু বােধহয় এই যে ‘জেনেৰেচন জেদ’, অথবা সহস্রাব্দৰ ধ্বজাবাহীসকল কেৱল ল’ৰা-ছােৱালীৰ মিলনতকৈ আৰু অধিক প্রয়ােজনীয় কথা গুৰুত্বপূর্ণ বিষয়তহে অধিক আগ্রহী। আৰু বি টি এছৰ সাফল্যৰ চাবিকাঠিও ছাগৈ তাতেই। তেওঁলােকৰ গীতত ল’ৰা-ছােৱালীৰ প্ৰেমৰ আকুলতাতকৈ নিজকে দৃঢ় আৰু শক্তিশালী কৰাৰ দিশতহে অধিক গুৰুত্ব পৰিলক্ষিত হয়। ঘাইকৈ মানসিক স্বাস্থ্য অটুট ৰাখি শক্তিশালী হৈ থকা, কৈশােৰ অথবা সদ্য যৌৱনপ্রাপ্ত অৱস্থাত সন্মুখীন হােৱা ভিন্ন ধৰণৰ বাধাৰ স’তে মােকাবিলা কৰা, সামাজিক ধাৰা বিৱৰণ, দুখ আৰু ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰা আৰু সর্বোপৰি নিজক ভালপােৱাৰ সপক্ষে গীতৰ জৰিয়তে আকুল আহ্বান।

download 1

এই বিষয়সমূহকে কেন্দ্রীভূত কৰি বি টি এছৰ সংগীত আগবাঢ়িছে। অকল জানাে সেয়াই? গীতৰ মাজত সাহিত্য অথবা বুৰঞ্জীৰ প্ৰসংগৰ উপৰি মনােবিজ্ঞান আৰু পদার্থ বিজ্ঞানৰাে উল্লেখ কি মুখৰ কথা! লগতে আছে বিকল্প সৌৰজগতৰ কল্পনা। আন অতি জনপ্রিয় গায়ক অথবা বেণ্ডৰ মুখত সামাজিক অসমতা অথবা কোৱান্টাম ফিজিক্সৰ কথা দুর্লভ বুলিয়ে ক’ব লাগিব। বি টি এছে তেওঁলােকৰ সংগীতৰ অনুপ্ৰেৰণা লাভ কৰে বিভিন্ন মাধ্যমৰ জৰিয়তে, যাৰ ভিতৰত সাহিত্য, কলা আৰু দর্শন অন্যতম। তদুপৰি তেওঁলােকৰ সম-সাময়িক অথবা পূর্বসুৰী বহু সংগীত শিল্পীৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে বুলি বিভিন্ন সময়ত নিজে প্রকাশ কৰিছে। বি টি এছে গীত ৰচনা অথবা সুৰ দিয়াৰ লগতে কৰিঅ’গ্ৰাফী আৰু ইয়াৰ প্ৰস্তুতিত নিজেই নিবিড়ভাৱে জড়িত হৈ আহিছে।

লাইভ শ্ব’ কৰিলে বি টি এছৰ সদস্যসকলে কোনাে বাদ্যযন্ত্র নবজালেও প্রতিজনেই একাধিক বাদ্যযন্ত্রত পাৰদৰ্শী। পিয়ানাে, গীটাৰ, ছেক্সাফোন, ড্রাম আদি বাদ্যযন্ত্ৰত তেওঁলােক পাকৈত। মানে বেণ্ডৰ প্ৰতিজন সদস্যই একো একোজন সম্পূর্ণ আৰু নিভাঁজ সংগীত শিল্পী। সংগীতৰ জৰিয়তে সকলাে নাম-যশ-ধন আহৰণ কৰিলেও বি টি এছ বিভিন্ন সামাজিক অথবা দাতব্য কাৰ্যসূচীতাে সমানে জড়িত হৈ আহিছে। লাভ ইয়’ৰছে আৰু অন্যান্য সাহায্যমূলক অভিযানৰ জৰিয়তে তেওঁলােকে বিশ্বজুৰি এক বিশাল নিষ্ঠাৱান ভক্তবৃন্দৰ জন্ম দিবলৈ সক্ষম হৈছে।

https hypebeast.com wp content blogs.dir 6 files 2020 12 bts military service law postponed jin jimin jungkook v suga j hope rm south korea law 1

ঘৰুৱা অথবা বিদ্যালয়ত হিংসা আৰু যৌন আতিশয্যৰ বলি হােৱা শিশু-কিশােৰসকলৰ সহায়ৰ বাবে কাম কৰিবলৈকে ইউনিচেফৰ দক্ষিণ কোৰিয়াৰ গােটৰ স’তে বি টি এছে ‘লাভ ইয়’ৰছে’ অভিযান আৰম্ভ কৰে আৰু ইয়াৰ বাবে বেণ্ডৰ প্ৰতিজন সদস্যই বৃহৎ ধনৰাশিৰ বৰঙণি আগবঢ়ায়। ইয়াৰ উপৰি বিভিন্ন দুর্যোগ অথবা দুর্ঘটনাত ক্ষতিগ্রস্ত হােৱাসকলৰ সহায়ৰ বাবেও তেওঁলােকে মুক্তহস্তে দান-বৰঙণি আগবঢ়াই আহিছে। শেহতীয়াভাৱে আমেৰিকাত বর্ণ-বৈষম্যৰ বিৰুদ্ধে আৰম্ভ হােৱা ‘ব্লেক লাইভছ মেটাৰ আন্দোলনৰ বাবে এক।নিযুত মার্কিন ডলাৰ আগবঢ়াইছে। ক’ভিড-১৯ত ক্ষতিগ্রস্ত হােৱা বিনােদন ক্ষেত্ৰৰ কৰ্মীসকলৰ সহায়ৰ বাবেও বি টি এছে।

সম-পৰিমাণৰ বৰঙণি আগবঢ়াইছে। এনেদৰেই আজিৰ বিশ্বৰ সর্ববৃহৎ বেণ্ডটোৱে সমাজসেৱামূলক কার্যৰেও এক বিল দৃষ্টান্ত দাঙি ধৰিছে।সমান্তৰালভাৱে দিনে দিনে জনপ্রিয়তাও বাঢ়ি গৈছে চেলিব্রেটীসকলে যে সমাজত এক দৃষ্টান্তৰ সৃষ্টি কৰিব পাৰে, লাগিলে তেওঁলােক যিমান কনিষ্ঠই নহওক, বি টি এছ তাৰ এক উজ্জ্বল উদাহৰণ। এই বেণ্ডটোৰ যি কথাই আমাক আটাইতকৈ বেছি আমােদ দিয়ে সেয়া হৈছে ইংৰাজীভাষী নােহােৱা সত্ত্বেও ইংৰাজৰ দেশত অথবা আমেৰিকাত তেওঁলােকৰ সংগীতৰ দপদপনি। পৃথিৱী বিখ্যাত হ’বলৈ যে আমাৰ বহুতে ভবাৰ দৰে ইংৰাজীয়েই একমাত্র মাধ্যম নহয়, সেয়া তেওঁলােকে সুন্দৰভাৱে প্ৰমাণ কৰিছে।

bts dna music video reaches 600 million views 01

অসমীয়া ভাষা- সাহিত্যলৈ ভয়ংকৰ ভাবুকি নামি অহা বুলি দিনে-ৰাতিয়ে ভূত দেখি থকাসকলৰ বি টি এছে নিশ্চয়কৈ চকু মুকলি কৰি দিব পাৰে। অসমীয়া ভাষা-সাহিত্যৰ অস্তিত্ব নাথাকিব বুলি শংকা প্রকাশ কৰাসকলে কিন্তু ইয়াক ৰক্ষাৰ বাবে কোনাে অৰিহণা আগবঢ়োৱা দৃষ্টিগােচৰ হােৱা নাই। আমি কেৱল শংকা প্রকাশ কৰি হায়ৈ-বিয়ৈ কৰিব পাৰাে; কিন্তু স্বেচ্ছাই আগবাঢ়ি আহি তেনে প্রত্যাহ্বানৰ মুখামুখি হ’ব নােখােজো। অসমীয়া জাতিৰ ই এক চাৰিত্রিক বৈশিষ্ট্যত পৰিণত হ’বলৈ ধৰিছে। গতিকে আমাৰ আশা— বি টি এছৰ দৰেই আমাৰাে কোনাে শিল্পীয়ে বিশ্বজয় কৰিব— অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যাব— আৰু অসমীয়া ভাষাৰ জয়যাত্রা অক্ষুন্ন ৰাখিব। বৰগীত-লােকগীত নহৈ যেনিবা পপ গীতেই হ’ল— অসুবিধানাে কি? যদি হৈ যায় আমাৰ আশা পূৰণ— কিনাে বেয়া! আজি নৱবৰ্ষৰ শুভক্ষণত কাৰােতাে অহিত চিন্তা কৰা নাই,- কৰিছাে কেৱল আশাহে..

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: btsnew year wishpranjal sen deka
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d