Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰঙা-বগা-সাততেই জীৱন আবদ্ধ ছেভেনৰাজৰ

publisher by publisher
January 16, 2021
in India, News
Reading Time: 1 min read
0
ৰঙা-বগা-সাততেই জীৱন আবদ্ধ ছেভেনৰাজৰ
2
SHARES
19
VIEWS
ShareShareShareShare

ভ্রাতৃ-ভগ্নীসকলৰ ভিতৰত তেওঁ আছিল সাত নম্বৰ। তাৰ বাবে পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ছেভেনৰাজ। পৰিয়ালৰ সদস্যসকলে প্ৰধানকৈ বগা পােছাকেই পৰিধান কৰিছিল। সেই কাৰণেই সাত নম্বৰ আৰু বগা ৰঙৰ প্ৰতি শৈশৱতেই কিছু বিশেষ ভালপােৱাৰ সৃষ্টি হৈছিল। অৱশ্যে বগাৰ উপৰি আন এটা ৰঙতাে তেওঁৰ দৃষ্টি নিবদ্ধ হৈছিল। সেয়া হৈছে ৰঙা ৰং।

ADVERTISEMENT

ছেভেনৰাজ ডাঙৰ হােৱাৰ পাছতাে তেওঁৰ ভালপােৱা কিন্তু ম্লান নপৰিল। কোনােপধ্যেই তেওঁ নিজৰ পছন্দত আনৰ হস্তক্ষেপে পৰিবলৈ নিদিলে। যাৰ বাবে সমগ্ৰ ভাৰততে তেওঁ এতিয়া সাত নম্বৰ ৰঙা-বগা ৰূপেই পৰিচিত হৈ পৰিছে। এই আচহুৱা পৰিস্থিতিৰ কাৰণ জানিবলৈ হ’লে কিন্তু কমেও এটা দিন ছেভেনৰাজৰ পৰিয়ালৰ স’তে সময় কটাব লাগিব। স্বাভাৱিকতে ছেভেনৰাজ এতিয়া হৈ পৰিছে বিভিন্ন জনৰ কৌতূহলৰ বিষয়।

RelatedPosts

ULFA (I) member Girish Bora arrested in Bangalore:বেংগালুৰুত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ সদস্য গিৰিশ বৰা

Bangalore tops the list as the ‘Vegetarian City’ভেজিটেৰিয়ান চিটি’ হিচাপে শীর্ষস্থানত বাংগালুৰু

Arjun Nayanmoni Saikia:হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত

 9054cf02699ef07bf43c65bdcd9ce037

বাংগালুৰুত জন্মগ্রহণ কৰা ছেভেনৰাজ এতিয়া প্রতিষ্ঠিত ব্যৱসায়ী। পুৱা শােৱাৰ পৰা উঠাৰ পৰা নিশা বিছনাত পৰা পর্যন্ত তেওঁ কেৱল ৰঙা-বগাৰ মাজতেই থাকে। তেওঁৰ পােছাক, জোতা, বেগ, ঘড়ী আদি সকলােৰেই হয় ৰঙা বা বগা, অন্যথা দুয়ােটা ৰঙৰ মিশ্রণ। আনকি তেওঁৰ বিছনা চাদৰ, টুপী, টুথব্রাছ, টুথপেষ্ট, চাহৰ কাপ, চকী-টেবুল, আলমিৰা, বাছন-পত্ৰ আদি যাৱতীয় যিমানবােৰ সামগ্রী বাসগৃহত আছে। সকলােবােৰেই কেৱল ৰঙা-বগা।

এই ৰঙা-বগা ৰঙৰ প্রতি ভালপােৱা ইমানেই বেছি যে নিজৰ বাসগৃহৰ বাহিৰ-ভিতৰ দুয়ােফালই বগা-ৰঙা ৰং দি লৈছে। আনকি নিজৰ গাড়ীৰ ৰঙো ৰঙা-বগা। ছেভেনৰাজৰ পৰিয়ালত আছে। পত্নী আৰু দুই পুত্র-কন্যা। তেওঁলােকেও ছেভেনৰাজৰ আচহুৱা পছন্দক সম্প্রতি মানি লৈছে।

38eeba0f9e031cd1ed617248516d6dfe

তেওঁলােকেও এতিয়া ৰঙা-বগাতেই নিজক অভ্যস্ত কৰি তুলিছে। দুই সন্তানেও সৰুৰে পৰাই।একমাত্র ৰঙা আৰু বগা পােছাকেই পৰিধান কৰে। পত্নীয়ে অৱশ্যে বিবাহৰ পাছতে ছেভেনৰাজৰ এই আচহুৱা অভ্যাসত নিজকে খাপ খুৱাবলৈ কিছু অসুবিধাত পৰিছিল।

কিন্তু দিন বাগৰাত তেওঁ বিষয়টো বুজিব পাৰিলে আৰু নিজক বগা-ৰঙাত অভ্যস্ত কৰি তুলিছিল। বগা-ৰঙাৰ সমান্তৰালকৈ ছেভেনৰাজে একমাত্র নিজৰ নামৰ কাৰণেই সাত নম্বৰটোকো জীৱনৰ ।অংগ কৰি তুলিছে। সেই বাবেই তেওঁৰ প্ৰতিটো পােছাকত থাকে সাতটা বুটাম, প্ৰতিটো পেণ্টত আছে সাতটাকৈ পকেট।

7 1452682398

ইয়াৰ উপৰি ইংৰাজী, হিন্দী, তামিল, মাৰাঠী, কন্নড়, তেলুগু, মালয়ালম, এই সাতটা ভাষাতে ছেভেনৰাজ দক্ষ। প্রতিবেশীৰ বাবে ছেভেনৰাজৰ পৰিয়াল ৰঙা-বগা ৰূপেই পৰিচিত ৰঙা-বগাৰেই নিজৰ জীৱন ৰঙীন কৰি তুলিছে তেওঁলােকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bangalorered and whitesevenraj family
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d