Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি

    দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!

    CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

     Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

    প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশত কে’বাগুণো বৃদ্ধি পালে চিকিৎসা সামগ্ৰীৰ আবৰ্জনা

publisher by publisher
January 21, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
দেশত কে’বাগুণো বৃদ্ধি পালে চিকিৎসা সামগ্ৰীৰ আবৰ্জনা
1
SHARES
10
VIEWS
ShareShareShareShare

সামাজিক টিকাকৰণ আৰম্ভ হোৱাৰ লগে লগে দেশৰ মানুহৰ মনলৈ আহিছে স্বস্তিৰ ভাব । ইতিমধ্যে প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সমগ্ৰ দেশ । তলাবন্ধৰ সময়ত দেশে দেখিছিল প্ৰদূষণমুক্ত পৰিৱেশ । কিন্তু ইয়াৰ পৰিৱৰ্তে দেশত হঠাৎ বৃদ্ধি পাইছে চিকিৎসা সামগ্ৰীৰ আবৰ্জনাৰ পৰিমাণ ।

ADVERTISEMENT

বিগত ১০টা মাহত মানুহৰ মাজত বৃদ্ধি পাইছিল মাস্ক-পিপিই-গ্লাভছ্ আদি চিকিৎসা সৰঞ্জাম ব্যৱহাৰৰ অভ্যাস । সাধাৰণ মানুহেও ব্যাপক হাৰত ব্যৱহাৰ কৰিছিল এইবোৰ চিকিৎসা সৰঞ্জাম । কৰ’নাৰ ব্যাপকতাৰ ফলত যিদৰে বৃদ্ধি পাইছিল চিকিৎসা সেৱাৰ ব্যস্ততা, সেইদৰে ডাঙৰ হ’বলৈ ধৰিছিল চিকিৎসা সৰঞ্জামৰ আবৰ্জনাৰ দ’ম ।

RelatedPosts

মহাৰাষ্ট্ৰ আৰু দিল্লীত ঘাটি স্থাপন কৰিছে ১০ হেজাৰ পাকিস্তানী!

Kumbh Mela 2027: ২০২৭ চনত ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ মেলা ?

Ranveer Allahbadia:দেশজুৰী অভিযোগৰ পাহাৰ !

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ জুনৰ পৰা ডিচেম্বৰ পৰ্যন্ত প্ৰায় ৩৩ হেজাৰ টন বায়’মেডিকেল আবৰ্জনা উৎপাদন কৰিছে ভাৰতে । ইয়াৰ ভিতৰত সবাতোকৈ বেছি আবৰ্জনা উৎপাদন হৈছে যোৱা অক্টোবৰত । সেই মাহত প্ৰায় পাঁচ হেজাৰ পাঁচশ টন আবৰ্জনা উৎপাদন হোৱা বুলি জনোৱা হৈছে উক্ত প্ৰতিবেদনত । সকলো ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে উক্ত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

ৰাজ্যসমূহৰ ভিতৰত চিকিৎসা আবৰ্জনাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ । দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক । বিগত জুনৰ পৰা মহাৰাষ্ট্ৰই উৎপাদন কৰিছে তিনি হেজাৰ ৫৮৭ টন আবৰ্জনা । সকলো ৰাজ্য মিলাই উৎপাদিত আবৰ্জনাৰ পৰিমাণ হৈছে ৩২ হেজাৰ ৯৯৪ কোটি ।

প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দেশৰ মুঠ ১৯৮টা ‘বায়’মেডিকেল ৱাষ্ট ট্ৰিটমেণ্ট ফেচিলিটী’ত এই আবৰ্জনাসমূহ নষ্ট কৰা হৈছে । এই বায়’মেডিকেল আবৰ্জনাৰ ভিতৰত এফালে যিদৰে আছে মাস্ক, পিপিই কিট, গ্লাভছ্ আৰু জোতাৰ ক’ভাৰ, সেইদৰেই আনফালে আছে মানৱ দেহৰ টিছ্যু, তুলা, ড্ৰেছিং কৰা বেণ্ডেজসহ আৰু বিভিন্ন সৰঞ্জাম ।

মহাৰাষ্ট্ৰৰ উপৰি এই তালিকাত ওপৰৰ ফালে আছে পশ্চিমবংগ, কেৰালা, গুজৰাট, তামিলনাডু, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক আদিৰ নাম । যোৱা ডিচেম্বৰতেই সমগ্ৰ দেশত প্ৰায় চাৰি হেজাৰ ৫৩০ টন আবৰ্জনা উৎপাদন হোৱা বুলি প্ৰতিবেদনত জনোৱা হৈছে, যিবোৰে পৰিৱেশ প্ৰদূষণ বৃদ্ধি কৰিব বুলিও আশংকা কৰিছে পৰিৱেশবিদসকলে ।

বিগত বৰ্ষৰ মাৰ্চৰ পৰা দেশজুৰি ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে এই ধৰণৰ বায়’মেডিকেল আবৰ্জনাসমূহৰ সঠিক প্ৰক্ৰিয়াকৰণৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উপৰি ব’ৰ্ডে ক’ভিড১৯বিডব্লিউএম নামৰ এটা ম’বাইল এপ্ বজাৰলৈ আনে । কৰ’না ভাইৰাছ সংক্ৰান্তীয় বায়’মেডিকেল আবৰ্জনাৰ সঠিক প্ৰক্ৰিয়াকৰণ হৈছে নে নাই, সেই ক্ষেত্ৰত উক্ত এপৰ মাধ্যমেৰে দৃষ্টি ৰখাও আৰম্ভ হয় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19COVID19BWM appMaharashtraMedical waste
publisher

publisher

Related Posts

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

May 15, 2025
ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি
India

ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি

May 15, 2025
দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!
News

দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!

May 15, 2025
CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 
News

CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

May 15, 2025
 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক
News

 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

May 15, 2025
প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 
News

প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d