Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Ranveer Allahbadia:দেশজুৰী অভিযোগৰ পাহাৰ !

পৰিত্ৰাণ পাবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে ৰণবীৰ এলাহাবাদিয়া

publisher by publisher
February 14, 2025
in India, News
Reading Time: 2 mins read
0
Ranveer Allahbadia:দেশজুৰী অভিযোগৰ পাহাৰ !
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Ranveer Allahbadia:

জনপ্ৰিয় ইউটিউবাৰ পদকাষ্টাৰ ৰণবীৰ এলাহাবাদিয়াৰ বিতৰ্কিত মন্তব্যই দেশত তোলপাৰ লগাইছে। অসমৰ পৰা মহাৰাষ্ট্ৰলৈকে, সমগ্ৰ দেশৰ কেবাখনো আৰক্ষী থানাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে। এই অভিযোগৰ পৰা পৰিত্ৰাণ পাবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ইউটিউবাৰ ৰণবীৰ।

ADVERTISEMENT

তথ্য অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত ৰণবীৰৰ বিৰুদ্ধে কেবাটাও অভিযোগ দাখিল কৰা হৈছে। তেওঁ শীৰ্ষ আদালতক তেওঁলোকৰ প্ৰত্যেককে বৰ্খাস্ত কৰিবলৈ আবেদন কৰিছে। তেওঁ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওচৰত গোচৰটোৰ জৰুৰী শুনানিৰ বাবে আবেদন কৰে। কিন্তু মুখ্য ন্যায়াধীশে আগতীয়া শুনানিৰ আবেদন নাকচ কৰিছে ।

ইফালে শুক্ৰবাৰে অসম আৰক্ষীয়ে মাতি পঠিয়াইছে ৰণবীৰক। ৰণবীৰৰ উকীল অভিনৱ চন্দ্ৰচূড়ে জৰুৰী শুনানি বিচাৰিছে যদিও অনুৰোধটো গ্ৰহণ কৰা হোৱা নাই। উল্লেখ্য যে কিছুদিনৰ আগতে জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনুষ্ঠানত যোগদান কৰে। তাত তেওঁ হঠাতে পিতৃ-মাতৃৰ যৌনতা ওপৰত বিতৰ্কিত মন্তব্য কৰে ।এই মন্তব্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যখনৰ আৰক্ষীয়ে ৰণবীৰকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। আনহাতে, মহাৰাষ্ট্ৰতটো ৰণবীৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। মহাৰাষ্ট্ৰ মহিলা আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে।

অৱশ্যে, ছ’চিয়েল মিডিয়া তাৰকাগৰাকীয়ে ‘অনিচ্ছাকৃত’ মন্তব্যৰ বাবে ইতিমধ্যে সামাজিক মাধ্যমত ক্ষমা বিচাৰিছে। উল্লেখ্য যে, হঠাৎ হ্ৰাস পাইছে ৰণবীৰৰ অনুসৰণকাৰীৰ সংখ্যা । এই বিষয়টো সংসদতো উত্থাপন কৰা হৈছে। ইয়াৰ মাজতে, বেয়াৰ বাইচেপছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। গোচৰটোৰ শুনানি অহা দুই-তিনি দিনৰ ভিতৰত হ’ব। আনহাতে, অসম আৰক্ষীৰ এটা বিশেষ দলও মুম্বাইত উপস্থিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against fir filedMaharashtraRanveer AllahbadiaSupreme Courtyoutuber
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d