●৭৯ বছৰ বয়সত বিয়োগ ঘটে ভাষাবিদজনৰ ।
●ভাষাবিদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসংখ্য গুণমুগ্ধৰ ।
●হাতীগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ডঃ পাঠকে ।
●তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ।
●ডঃ পাঠকৰ বিয়োগত সাহিত্য সমাজত শোকৰ ছাঁ বিৰাজ কৰিছে ।
●নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।
●বিশিষ্ট ভাষাবিদজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে শোক প্ৰকাশ কৰে ।
বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ সাহিত্যাচাৰ্য ড° ৰমেশ পাঠকদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ। pic.twitter.com/ReM7fmBABC
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) January 26, 2021