Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

জালুকৰ উপকাৰিতা

publisher by publisher
February 14, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
জালুকৰ উপকাৰিতা
37
SHARES
366
VIEWS
ShareShareShareShare

★এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলাই দিয়ক । এতিয়া তাৰ পৰা যি ধোৱাঁ ওলায়, সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ ল’লে । মূৰৰ বিষ দূৰ হয় ।

ADVERTISEMENT

★আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়।

RelatedPosts

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

তৰমুজৰ কেইটামান চমৎকাৰী উপকাৰিতা ! 

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

★চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।

★যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।

★আপোনাৰ ৰক্তচাপ(blood pressure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১ টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক ।

★জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে । শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।

★উল্লেখযোগ্য যে জালুক এবিধ গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক।

★মানুহে কঠোৰ শাৰীৰিক শ্ৰম কৰাৰ ফলত শৰীৰৰ অসহ্য বিষ-বেদনা হ’লে ভেদাইলতাৰ পাত বা ঠাৰিৰ ৰসৰ স’তে জালুকৰ গুড়ি অকণমান মিহলাই একেৰাহে দিনত দুবাৰকৈ প্ৰায় তিনি-চাৰি দিন মান খালে বিষ উপশম হয়।

★ফেৰিণজাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা মানুহে দুই-তিনিটা জালুকৰ গুড়ি মণিছালৰ দুটা গুটিৰ বাকলিৰ ৰসৰ স’তে মিশ্ৰণ কৰি কুহুমীয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পাছত এচামুচকৈ দুই বা তিনি দিন খালে ৰোগ নিয়ন্ত্ৰণ হয়।

★দীৰ্ঘদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি-চাৰিটামান জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ-ছদিন খাব লাগে।

★মাজে-সময়ে টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই অসুখ উপশম হয়। দুই-তিনি দিনৰ মূৰে মূৰে একেৰাহে এসাঁজকৈ এমাহ খালে এই অসুখৰ সুফল পোৱা যায়।

★নিমোনিয়া, পানী লগা, কাহ,শ্বাসৰোগ আদিত আক্ৰান্ত হোৱা লোকে এচামুচ মৌ জোলৰ লগত তিনিটা বা চাৰিটা জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে তিনি-চাৰি দিন খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়।

★পূৰ্ণনৱা বা পনৌনোৱা গছৰ শিপাৰ লগত অকণমান জালুকৰ গুড়ি মিশ্ৰণ কৰি আকৌ ভালদৰে সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰম পানীৰে দিনে দুবাৰকৈ একেৰাহে প্ৰায় আঠ-ন দিন খালে হাঁপানী ৰোগৰ উপশম হয়।

★তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰ খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়। এয়া একেৰাহে কেইদিনমান নিয়মিত খাব লাগে।

★বেলপাতৰ ৰসৰ স’তে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়।

★যকৃতৰ অসুখত ভোগা মানুহৰ মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ পিপ্‌লি আৰু আদাৰ ৰসৰ লগত জালুকৰ গুড়ি মিহলাই মাজে মাজে কেইদিনমান মুখত কিছুসময় ৰাখিব লাগে। তেতিয়া মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsblackpaperHealth
publisher

publisher

Related Posts

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 
Lifestyle

উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

May 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d