Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

জালুকৰ উপকাৰিতা

publisher by publisher
February 14, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
জালুকৰ উপকাৰিতা
39
SHARES
391
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

★এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলাই দিয়ক । এতিয়া তাৰ পৰা যি ধোৱাঁ ওলায়, সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ ল’লে । মূৰৰ বিষ দূৰ হয় ।

ADVERTISEMENT

★আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়।

★চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।

★যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।

★আপোনাৰ ৰক্তচাপ(blood pressure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১ টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক ।

★জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে । শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।

★উল্লেখযোগ্য যে জালুক এবিধ গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক।

★মানুহে কঠোৰ শাৰীৰিক শ্ৰম কৰাৰ ফলত শৰীৰৰ অসহ্য বিষ-বেদনা হ’লে ভেদাইলতাৰ পাত বা ঠাৰিৰ ৰসৰ স’তে জালুকৰ গুড়ি অকণমান মিহলাই একেৰাহে দিনত দুবাৰকৈ প্ৰায় তিনি-চাৰি দিন মান খালে বিষ উপশম হয়।

★ফেৰিণজাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা মানুহে দুই-তিনিটা জালুকৰ গুড়ি মণিছালৰ দুটা গুটিৰ বাকলিৰ ৰসৰ স’তে মিশ্ৰণ কৰি কুহুমীয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পাছত এচামুচকৈ দুই বা তিনি দিন খালে ৰোগ নিয়ন্ত্ৰণ হয়।

★দীৰ্ঘদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি-চাৰিটামান জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ-ছদিন খাব লাগে।

★মাজে-সময়ে টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই অসুখ উপশম হয়। দুই-তিনি দিনৰ মূৰে মূৰে একেৰাহে এসাঁজকৈ এমাহ খালে এই অসুখৰ সুফল পোৱা যায়।

★নিমোনিয়া, পানী লগা, কাহ,শ্বাসৰোগ আদিত আক্ৰান্ত হোৱা লোকে এচামুচ মৌ জোলৰ লগত তিনিটা বা চাৰিটা জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে তিনি-চাৰি দিন খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়।

★পূৰ্ণনৱা বা পনৌনোৱা গছৰ শিপাৰ লগত অকণমান জালুকৰ গুড়ি মিশ্ৰণ কৰি আকৌ ভালদৰে সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰম পানীৰে দিনে দুবাৰকৈ একেৰাহে প্ৰায় আঠ-ন দিন খালে হাঁপানী ৰোগৰ উপশম হয়।

★তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰ খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়। এয়া একেৰাহে কেইদিনমান নিয়মিত খাব লাগে।

★বেলপাতৰ ৰসৰ স’তে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়।

★যকৃতৰ অসুখত ভোগা মানুহৰ মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ পিপ্‌লি আৰু আদাৰ ৰসৰ লগত জালুকৰ গুড়ি মিহলাই মাজে মাজে কেইদিনমান মুখত কিছুসময় ৰাখিব লাগে। তেতিয়া মুখৰ দুৰ্গন্ধ নাইকিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsblackpaperHealth
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d