পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগানমন্ত্ৰী ফনিভূষন চৌধুৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া আছুৰ কৰ্মীসকলে ৷
ADVERTISEMENT
মুখ্যমন্ত্ৰীৰ লগতে যোগানমন্ত্ৰীয়ে সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগৰ দাবী তুলিলে তিনিচুকীয়া আছুয়ে ৷