Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

গোৰোহা ফটা সমস্যাৰ বাবে ঘৰতে কৰিব পৰা উপায়

publisher by publisher
February 21, 2021
in Lifestyle
Reading Time: 1 min read
0
গোৰোহা ফটা সমস্যাৰ বাবে ঘৰতে কৰিব পৰা উপায়
13
SHARES
125
VIEWS
ShareShareShareShare

★ এক কাপ মধু এক বাল্টি কুহুমীয়া পানীত মিহলি কৰক।এতিয়া আপােনাৰ ভৰি এই বাল্টিত ১৫ৰ পৰা ২০ মিনিটৰ বাবে ডুবাই ৰাখক। এতিয়া আপােনাৰ গােৰােহা আৰামদায়কভাৱে মালিচ কৰক।ইয়াৰ পিছত অলপ পাতল গৰম পানীৰে ভৰিখন ধুব। এই প্রক্রিয়াটো দৈনিক পুনৰাবৃত্তি কৰক যেতিয়ালৈকে ভৰিৰ তলুৱাখন থিক নহয়।

ADVERTISEMENT

Loreal Paris BMAG Article How to Get Rid of Dead Skin on Your Feet D★ চাউলৰ গুড়িৰ স’তে মধু আৰু নেমুৰ ৰস মিহলি কৰি এটা পেষ্ট প্রস্তুত কৰক। পেষ্টটো প্রস্তুত কৰাৰ পিছত, আপােনাৰ ভৰি ১০ মিনিটৰ বাবে পাতল গৰম পানীত ডুবাই ৰাখক। তাৰ পিছত আপােনাৰ গােৰােহাবােৰ প্ৰস্তুত কৰা পেষ্টেৰে ঘহক।যেতিয়ালৈ আপােনাৰ গােৰােহা কোমল নহয় তেতিয়ালৈকে এই প্রক্রিয়াটো সপ্তাহত দুবাৰ কৰিব।

RelatedPosts

ৰুক্ষতা আঁতৰাই কোমল ছালৰ আশ্বাস দিয়া স্কোৱালেন

ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডত সোমাই ছালৰ যত্ন লয় নেকি?

প্ৰসাধন সামগ্ৰীৰ প্ৰয়োজন নাই, এই তিনি টিপছৰ দ্বাৰা ঘৰতে কৰিব পাৰিব দাগমুক্ত ছাল

Foot Scrub and Soak★ৰাতি শুৱাৰ আগতে আপােনাৰ ভৰিৰ গােৰােহাত নাৰিকল তেল প্রয়ােগ কৰক।এতিয়া অলপদেৰি মালিচ কৰক। তাৰপাছৰ মােজা পিন্ধি গােটেই ৰাতি তেনেকে শুই যাওক।ৰাতিপুৱা গােৰােহাবােৰ পানীৰে ধুৱক। গােৰােহা কোমল নােহােৱালৈকে প্রতি নিশা শােৱাৰ আগতে এই প্রক্রিয়াটো পুনৰাবৃত্তি কৰক। অতি শীঘ্রেই আৰাম পাব।

Coffee and almond oil homemade foot scrub★এমুঠি নিমপাত গুড়ি কৰি এক চাহ চামুচেৰে ভাল হালধি গুড়ি মিহলাই অলপ গোলাপ জল দি ১০-১৫ মিনিট পেক বনাই সপ্তাহত তিনি দিন সানক।

images 1 4
★গৰম ভাত তিনি চামুচ, মৌ, তিল তেল একেলগে মিহলাই গোৰোহাত লাহে লাহে মালিচ কৰক। ১০-১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। তাৰ পিছত গোলাপজলৰ লগত গ্লিচাৰিণ মিহলাই লগাই থ’ব।

diy foot bath 274689 11691★পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগাই ১৫-২০ মিনিট থ’ব।4c019ed2 7471 4b8d 87e2 d97611d999a0

★নিশা শোৱাৰ আগতে ভৰি দুখন ধুই ল’ব। সম পৰিমাণে জলফাই তেল আৰু নাৰিকল তেল মিহলাই ভৰিত সানি থ’ব গোটেই নিশা।

t8eern2o feet 650 625x300 26 March 20

★যিসকলৰ ভৰি ফাটি ছটাছটকৈ এৰাই যায়, তেনে লোকে আম গছৰ ৰস অলপ, পানী মিহলাই ভৰি দুখন তিয়াই থ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dry Feetskin care
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d