Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডত সোমাই ছালৰ যত্ন লয় নেকি?

publisher by publisher
October 16, 2025
in Lifestyle
Reading Time: 1 min read
0
ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডত সোমাই ছালৰ যত্ন লয় নেকি?
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ৰুক্ষতা আঁতৰাই কোমল ছালৰ আশ্বাস দিয়া স্কোৱালেন

প্ৰসাধন সামগ্ৰীৰ প্ৰয়োজন নাই, এই তিনি টিপছৰ দ্বাৰা ঘৰতে কৰিব পাৰিব দাগমুক্ত ছাল

শীতকালৰ ছালৰ পৰিচৰ্যাৰ উপায়

Social media:✒️ছ’চিয়েল মিডিয়া আজিকালি বিভিন্ন ছালৰ যত্নৰ ‘ট্রেন্ড’ৰে ভৰি পৰিছে। প্রতিদিনে কোনোবা কোনোবা প্রভাৱশালী বা তথাকথিত বিশেষজ্ঞই ছালৰ যত্নৰ নতুন ট্রেন্ড এটা উলিয়াই আনে যিটো তেওঁলোকে ছালৰ বাবে অত্যন্ত উপকাৰী বুলি দাবী কৰে। এই ধাৰাবোৰৰ কিছুমান সম্পূর্ণ অদ্ভুত যেনে ফে’চ টেপিং, আনহাতে, আন কিছুমান মোটামুটি যুক্তিসংগত, যেনে মুখখন বৰফৰ দৰে ঠাণ্ডা পানীত ডুবাই ৰখা। কিন্তু ইয়াৰে কোনটো আৰু কোনটো কেৱল হাইপ’?

ADVERTISEMENT

বৰফৰ দৰে ঠাণ্ডা পানীত মুখখন আইচিং কৰা আৰু মুখখন টেপ কৰা-সঁচাকৈয়ে এইবোৰ উপকাৰী নেকি? এই দুয়োটা ট্রেন্ড এতিয়া ছ’চিয়েল মিডিয়াত অতি জনপ্রিয়। কিন্তু সঁচাকৈয়ে আপোনাৰ ছালৰ বাবে ভাল নেকি?

ছালৰ বিশেষজ্ঞৰ বিশ্লেষণ

ছালৰ বিশেষজ্ঞ গুৰভিন বয়ৰাইচে শেহতীয়াকৈ ইনস্টাগ্রামত এটা ভিডিঅ’যোগে এই ভাইৰেল স্কিনকেয়াব ট্রেণ্ডসমূহৰ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। তেওঁ কে’বাটাও জনপ্রিয় ট্ৰেণ্ডৰ ফলপ্রসূতাক ৰেটিং দিয়ে যেনে বৰফৰ পানীত ফে’চ ডিপিং, ফে’চ টেপিং, স্লাগিং, ছালত চাউলৰ পানী আৰু চুলিৰ বাবে ৰোজমেৰী তেল। চাও আহক তেওঁ কি কৈছে-

বৰফৰ পানীত মুখ ডুব যোৱা

অর্থাৎ বৰফৰ দৰে ঠাণ্ডা পানীত মুখখন ডুবাই বখা। এই পদ্ধতি বহু লোকে, আনকি আলিয়া ভাট আৰু কৃতি ছাননৰ দৰে চেলিব্রিটিয়েও মুখ ফুলি উঠা কমোৱাৰ বাবে ব্যৱহাৰ কৰে। ডাঃ ৱ’হৰাইচে কয় যে ই সাময়িকভাবে ফুলি উঠা, ৰঙা পৰা আৰু ছিদ্ৰৰ আকাৰ হ্ৰাস কৰে যদিও ইয়াৰ দীর্ঘম্যাদী কোনো উপকাৰ নাই।

স্লাগিং

স্লাগিং হৈছে এনে এটা পদ্ধতি য’ত আপোনাৰ ৰাতিৰ ছালৰ যত্নৰ কটিনৰ শেষ পদক্ষেপ হিচাপে মুখত ডাঠ মইশ্ব’ৰাইজাৰ বা ভেচলিনৰ দৰে কিবা এটা প্রয়োগ কৰা হয়। তেওঁ কয়, ‘শুকান, পানীহীন বা বিৰক্তিকৰ ছালৰ বাবে ই ভাল কাম কৰিব পাৰে। কিন্তু তেলীয়া বা ব্রণ প্ৰৱণ ছালৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে।

চুলিৰ বাবে ৰোজমেৰী তেল

বহুতে বিশ্বাস কৰে যে বোজমেৰী তেলে চুলি গজিবলৈ সহায় কৰে, কিন্তু ডাঃ ব’হৰাইচে কয়, ‘ইয়াৰ কোনো ক্ষতি নাই, কিন্তু চুলিৰ বৃদ্ধি বা মূৰৰ ছালৰ স্বাস্থ্যৰ বাবে ইয়াৰ ফলপ্ৰসূতাৰ প্ৰমাণ অতি সীমিত। নিয়মীয়াকৈ ব্যৱহাৰ আৰু সঠিক পৰিমাণে ফলাফল দেখাৰ মূল চাবিকাঠি।

ছালৰ চাইকেল

ডাঃ ৱহৰাইচৰ মতে এইটোৱেই আটাইতকৈ ফলপ্রসূ ধাৰা। ইয়াৰ লগত প্রতি দুদিনৰ মূৰে মূৰে ৰেটিন ‘ইড, এইএ বা বিএইছৰ দৰে ছালৰ যত্নৰ উপাদানসমূহ পর্যায়ক্রমে ব্যৱহাৰ কৰাটো জড়িত হৈ থাকে। ছালৰ বাধাত ব্যাঘাত জন্মাব নোৱাৰাকৈয়ে ভাল ফলাফল লাভকৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

মুখৰ টেপিং

ফে’চ টেপিং হৈছে মুখৰ নির্দিষ্ট অংশত বিশেষ টেপ প্রয়োগ কৰি ছালৰ টান কমাবলৈ, যেনে কপাল, ভ্রূৰ মাজত বা চকুৰ চাৰিওফালে, ডাঃ ব’হৰাইচে এই ধাৰাটোক ০/১০ ৰেটিং দিছে কাৰণ ই অকাৰ্যকৰী আৰু ছালৰ ক্ষতি কৰিব পাৰে।

ছালৰ বাবে চাউলৰ পানী

কোৰিয়ান আৰু জাপানীজ ছালৰ যত্নত চাউলৰ পানী জনপ্রিয় উপাদান, তেওঁ কয়, ‘যদিও বৈজ্ঞানিক প্রমাণ সীমিত, ই ছাল শান্ত আৰু কোমল কৰি তুলিব পাৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: skin care
publisher

publisher

Related Posts

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d