Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিজৰ দৰমহা প্ৰায় সাত কোটি টকা হ্ৰাস কৰি কৰ্মচাৰীৰ বিপুল দৰমহা বৃদ্ধি কৰিলে ডেনে

publisher by publisher
February 26, 2021
in Business, News
Reading Time: 2 mins read
0
নিজৰ দৰমহা প্ৰায় সাত কোটি টকা হ্ৰাস কৰি কৰ্মচাৰীৰ বিপুল দৰমহা বৃদ্ধি কৰিলে ডেনে
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

চৰকাৰী হওক বা বেচৰকাৰী দৰমহাক লৈ কোনো দিনে অভিযোগৰ অন্ত নপৰে কৰ্মচাৰীৰ । কিন্তু এনে এক সংস্থা আছে য’ত নিবিচৰাকৈয়ে কৰ্মীসকলৰ বিপুল দৰমহা বৃদ্ধি কৰা হৈছে ক’ভিড পৰিস্থিতিৰ মাজতেই ।

ADVERTISEMENT

gravity income announce superJumbo

কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবৰ বাবে সংস্থাৰ প্ৰতিষ্ঠাতা তথা চিইঅ’ই নিজৰ দৰমহা বহু পৰিমাণে হ্ৰাস কৰি দিয়ে । সংস্থাৰ পৰা প্ৰতি বছৰে কৰ্মচাৰীসকলৰ সমানে দৰমহা গ্ৰহণ কৰে তেঁৱো ।

Dan Price 70k wage announcement

সংস্থাটোৰ নাম গ্ৰেভিটী পেমেণ্টছ । কাৰ্যালয়ত বন্ধুত্বসুলভ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বত চৰ্চাৰ বিষয় হৈ পৰিছে সংস্থাৰ চিইঅ’ ডেন প্ৰাইছ ।

190925133450 dan price gravity payments super tease

ডেন প্ৰাইছে মাত্ৰ ১৯ বছৰ বয়সতে গ্ৰেভিটী পেমেণ্টছ সংস্থা আৰম্ভ কৰে । সেই সময়ত তেওঁ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছিল । মহাবিদ্যালয়ৰ এটা কোঠাৰ পৰাই আৰম্ভ হৈছিল গ্ৰেভিটী পেমেণ্টৰ যাত্ৰা ।

gravity ceo dan price lede social 1200x630

গ্ৰেভিটী পেমেণ্টছ এটা ক্ৰেডিট কাৰ্ড প্ৰ’ছেছিং সংস্থা । ২০০৪ত ডেন আৰু তেওঁৰ ভাতৃ লুকাছে সংস্থাটো প্ৰতিষ্ঠা কৰে ।

https specials images.forbesimg.com imageserve cc4e71e8d0cb4959a9c907114e1c847e 640x0

মাত্ৰ চাৰি বছৰৰ ভিতৰতেই ই ৱাশ্বিংটনৰ আটাইতকৈ বৃহৎ ক্ৰেডিট কাৰ্ড সংস্থাত পৰিণত হয় । সম্প্ৰতি সংস্থাটোৰ গ্ৰাহকৰ সংখ্যা ১৫ হেজাৰৰো অধিক ।
39b6d3e00f29c811730f6a706700c974 c0 0 5106 2977 s885x516সংষ্ঠাটোৰ সদৰ কাৰ্যালয় ৱাশ্বিংটনৰ বালাৰ্ডত অৱস্থিত । দুশজন কৰ্মীচাৰীয়ে কাম কৰে এই সংস্থাত । ২০১৫ত এই সৰু সংস্থাটো সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে যেতিয়া সংস্থাটোৰ চিইঅ’ ডেনে প্ৰত্যেক কৰ্মচাৰীৰ দৰমহা ৭০ হেজাৰ ডলাৰ কৰি দিয়াৰ কথা ঘোষণা কৰে ।

1614320963 9

২০১৯ত তেওঁ প্ৰত্যেক কৰ্মচাৰীৰ দৰমহা ১০ হেজাৰ ডলাৰলৈ বৃদ্ধি কৰে । প্ৰতি বছৰেই এইদৰে দৰমহা বৃদ্ধি পাইছে কৰ্মচাৰীসকলৰ । ২০২৩ৰ লৈকে প্ৰতিজন কৰ্মচাৰীৰ দৰমহা বছৰে অন্ততঃ ৭০ হেজাৰ ডলাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে ডেনে ।

1614320931 11

কঠিন সময়ত আৰু মূল্য বৃদ্ধি হোৱা পৰিস্থিতিত যাতে কোনো কৰ্মচাৰীয়েই সমস্যাত নপৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ডেনে । ইয়াৰ বাবে তেওঁ নিজৰ বাৰ্ষিক দৰমহাও বহু পৰিমাণে হ্ৰাস কৰিছে ।

getty 1170850206 200013332000928066 414155

ডেনে বিগত বৰ্ষত‌ সংস্থাৰ পৰা মাহে ১০ লাখ ডলাৰ দৰমহা গ্ৰহণ কৰিছিল । সম্প্ৰতি তেওঁ বছৰি ৭০ হেজাৰ ডলাৰ দৰমহা গ্ৰহণ কৰে । অৰ্থাৎ, ডেনে ন লাখ ৩০ হেজাৰ ডলাৰ, ভাৰতীয় মুদ্ৰাত প্ৰায় ছয় কোটি ৮০ লাখ টকা হ্ৰাস কৰিছে ।

price dannyt 620x347 1

কিন্তু ডেনৰ এই সিদ্ধান্তৰ স’তে একমত নহয় সংস্থাৰ সহ প্ৰতিষ্ঠাতা তথা তেওঁৰ ভাতৃ লুকাছ । সেয়ে দুয়োগৰাকীৰ মাজত আইনী যুদ্ধও চলে ।

IMG 4239 1 1240x930 1

দুয়ো ভাতৃৰ মাজত মতবিৰোধ থাকিলেও অন্তত এই সিদ্ধান্তত সংস্থাৰেই লাভ হয় । এই ঘোষণাৰ ফলত ২০১৪ত হোৱা লাভৰ তুলনাত দ্বিগুণ বৃদ্ধি হয় । ২০২০ত অতিমাৰীৰ প্ৰভাৱ পৰাৰ পূৰ্বে প্ৰতি মাহে ৪০ লাখ ডলাৰ আয় কৰিছিল সংস্থাটোৱে ।

5afd3e6d2000006505b91bdc

ডেনৰ বৰ্তমান বয়স ৩৬ বছৰ । ৩১ বছৰ বয়সতে ডেন কোটিপতি হৈ পৰে । তেওঁৰ মতে, যিসকল ধনকুবেৰে নিজৰ আয়ৰ সামান্য অংশ দান কৰে বা নিজৰ নামত কোনো চিকিৎসালয় নিৰ্মাণ কৰে, সৰহ ভাগেই কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে কৰে ।

5644cd5aecad04c42c9e7161

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dan PriceGravity Payments
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d