Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

আনৰ আঁঠু-উৰুত ধাতুৰ ৰড লৈ কৰ্কটক নেওচি মহাকাশলৈ যাব হেলে

publisher by publisher
February 27, 2021
in News, science
Reading Time: 1 min read
0
আনৰ আঁঠু-উৰুত ধাতুৰ ৰড লৈ কৰ্কটক নেওচি মহাকাশলৈ যাব হেলে
3
SHARES
34
VIEWS
ShareShareShareShare

দুৰাৰোগ্য হাড়ৰ কৰ্কটত কাহিল হৈছিল মাত্ৰ ১০ বছৰ বয়সতে । ইয়াৰ ১৯ বছৰৰ পাছত মহাকাশত উপঙি ফুৰাৰ বাবে সাজু হৈছে হেলে আৰ্ছেন’য়াক্স । মাত্ৰ ২৯ বছৰ বয়সতে মহাকাশ ভ্ৰমণ কৰি অভিলেখো প্ৰতিষ্ঠা কৰিব এই যুৱতীয়ে । কিয়নো ইমান কম বয়সত আমেৰিকাৰ কোনো লোক আজিকোপতি মহাকাশলৈ যোৱা নাই ।

ADVERTISEMENT

মাত্ৰ কেইমাহ মানৰ পাছতে মহাকাশযানত উঠিব হেলে । প্ৰদক্ষিণ কৰিব পৃথিৱীৰ ইটোৰ পাছত সিটো কক্ষপথ । এই যাত্ৰাত হেলেৰ সংগী হ’ব বিশিষ্ট উদ্যোগপতি জাৰেড আইজেকমেনসহ তিনিজন লোক । এই চাৰিজন লোকৰ জৰিয়তেই প্ৰথমবাৰলৈ ব্যক্তিগত মহাকাশ ভ্ৰমণ অভিযান আৰম্ভ কৰিব এলন মাস্কৰ স্পেচ-এক্স কোম্পানীয়ে ।

RelatedPosts

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

৫০ বছৰৰ পাছত মানৱৰ চন্দ্ৰ পৰিভ্ৰমণ; NASA-ৰ দীপ-স্পেচ অভিযানত নতুন যুগৰ সূচনা

প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি

অৱশ্যে ইয়াৰ বাবে চাৰিওজনেই নিজৰ গাঁঠিৰ ধন ভাঙিব লগীয়া হৈছে । অৰ্থাৎ ব্যক্তিগত খৰচতেই তেওঁলোক এই বিৰল অভিজ্ঞতাৰ সোৱাদ ল’ব ।

hayley Arceneaux hospital photo space tourist 1024

উল্লেখ্য যে টেনছিৰ বাসিন্দা হেলে মাত্ৰ ১০ বছৰ বয়সতে আঁঠুৰ হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । দীৰ্ঘদিন ধৰি তেওঁৰ চিকিৎসা চলিছিল মেম্ফিছৰ ছেইণ্ট জুড চিলড্ৰেন্স ৰিছাৰ্চ হাস্পতালত । অস্ত্ৰোপচাৰ কৰি কৰ্কটত আক্ৰান্ত আঁঠুটো কাটি পেলোৱা হয় ।

ইয়াৰ পৰিৱৰ্তে হেলেৰ শৰীৰত যুক্ত হয় আন কোনো লোকৰ আঁঠু । বাঁও ভৰিৰ উৰুত সংস্থাপন কৰা হৈছিল টাইটানিয়াম ধাতুৰে নিৰ্মিত ৰড । লক্ষ্যণীয়ভাৱে কৰ্কটৰ পৰা মুক্তিৰ পাছত এতিয়া উক্ত হাস্পতালত মেডিকেল সহকাৰীৰূপে কৰ্মৰত হেলে ।

1614163324 download 1

হেলেই কয়, ‘এতিয়াও মই বাঁও আঁঠু আৰু উৰুত যন্ত্ৰণা অনুভৱ কৰো । সেই যন্ত্ৰণা সহ্য কৰি কৰিয়েই মই মহাকাশলৈ যোৱাৰ দৰে ‘ৰিস্ক’ আৰু ‘চাপ’ ল’বলৈ শিকি পেলাইছো ।’ হেলেই লগতে জনায় যে, কম বয়সতে যিসকল দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত, তেওঁলোককো এই মহাকাশ ভ্ৰমণৰ মাধ্যমেৰে তেওঁ আশাৰ পোহৰ দেখুওৱাব খোজে ।

স্পেচ-এক্সৰ তৰফৰ পৰা জনোৱা হৈছে যে মহাকাশ ভ্ৰমণৰ পৰত বাকী ভ্ৰমণসংগী তিনিজনৰ স্বাস্থ্য বিষয়াৰূপেই হেলেই দায়িত্ব পালন কৰিব ।

‘নিৰ্বাচিত হৈছে ।’ এই কথা জনাই ৰোৱা জানুৱাৰীতে স্পেচ-এক্সৰ তৰফৰ পৰা হেলেলৈ ফোন আহিছিল । হেলে সেই সময়ত মিম্ফিছত আছিল । স্পেচ-এক্সৰ তৰফৰ পৰা তেওঁক সুধিছিল, ‘আপুনি মহাকাশলৈ যাব বিচাৰে নেকি ?’ লগে লগে উত্তৰ দিছিল হেলেই, ‘হয়, হয় । কিয় নাযাম ? মহাকাশলৈ যোৱাৰ বাবে মই উদগ্ৰীৱ হৈ আছো ।’ হেলেই জনাইছে যে সেই ফোন পোৱাৰ পাছতে সুখবৰটো প্ৰথমে জনাইছিল লুইজিয়ানাত থকা তেওঁৰ মাতৃক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hayley ArceneauxNASASpaceXSt. Jude's Children's Research Hospital
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d