Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিয়াত কমকৈ মাংস পোৱাৰ বাবেই বিয়াৰ পেণ্ডেল ভাঙি লণ্ড ভণ্ড কৰিলে বৰযাত্ৰীয়ে

publisher by publisher
March 16, 2021
in India, News
Reading Time: 1 min read
0
বিয়াত কমকৈ মাংস পোৱাৰ বাবেই বিয়াৰ পেণ্ডেল ভাঙি লণ্ড ভণ্ড কৰিলে বৰযাত্ৰীয়ে
8
SHARES
78
VIEWS
ShareShareShareShare

মাংস কম পোৱাৰ বাবেই বৰযাত্ৰীৰ তাণ্ডৱ । ঘটনাটো সংগঠিত হৈছে গলচিৰ বামোনাৰা গাঁৱত । বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ পাছত আৰম্ভ হৈছিল খোৱাৰ পৰ্ব । হঠাতে, দৰাঘৰৰ দাবী খোৱাৰ পাতত মাংস কম। বিয়া ঘৰতে লাগিল হুলস্থূল ।ভাঙি পেলোৱা হ’ল বিয়াৰ পেণ্ডেল।

ADVERTISEMENT

ঘটনাটো শান্ত হোৱাৰ পাছতে কইনাক দৰাৰ ঘৰলৈ নিয়াৰ সময়তে লাগিল কন্দল। সামান্য বিষয়ত ধুমুহাৰ সৃষ্টি কৰা ঘটনাটোৰ পৰিয়ালৰ পুত্ৰৰ লগত বিয়া নকৰোৱাৰ সিদ্ধান্ত ল’লে কইনাই।পৰিয়ালৰ চুবুৰীয়াসকলেও গলচিৰ বামোনাৰা গাঁৱত কইনাৰ সিদ্ধান্তক সমৰ্থন কৰিছিল।

RelatedPosts

No Content Available

কইনাৰ দেউতাক চাজাহান মণ্ডলে এই সন্দৰ্ভত কয় যে প্ৰথমতে ঘটনাটোক লৈ মই আচৰিত হৈছিলোঁ কিন্তু পাছত ছোৱালীজনীৰ সিদ্ধান্ত টো সঠিক যেন লাগিল।

লগতে বিয়াত বহাৰ কইনা গৰাকীয়ে কয় “মই অলপ মাংসৰ বাবে বিয়াৰ ঘৰ লণ্ডভণ্ড কৰিব পৰা সকলৰ ঘৰৰ পত্নী হ’ব নোৱাৰো। স্থানীয় সূত্ৰ অনুসৰি, গলচিৰ বামুনাৰা গাওঁৰ বাসিন্দা সায়ান মণ্ডল শুক্ৰবাৰে ৭০ জন বৰযাত্ৰীৰ লগত বিয়া কৰিবলৈ আহিছিল।

কইনাৰ পৰিয়ালে জনায় যে বিয়াটো দুপৰীয়া মছজিদত তেওঁলোকৰ বিয়া সম্পন্ন হৈছিল। ঘৰত আছিল উৎসৱৰ পৰিৱেশ । ৰীতি অনুসৰি, কাজি আহে আৰু পঞ্জীয়ন কৰে।

তেতিয়াই বৰযাত্ৰীয়ে খাবলৈ বহে আৰু দাবী কৰে যে মাংস কম দিয়া হৈছে। দুয়োপক্ষত মনুমালিন্য হয় ।ত পাছতে বৰযাত্ৰীসকলে বিয়াৰ পেণ্ডেল ভাঙি লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে।

খবৰ পাইয়ে, আৰক্ষীয়ে আহি ঘটনাস্থলীত উপস্থিত হয় আৰু দৰাৰ পিতৃৰ লগতে কিছুআত্মীয়ক আটক কৰে। স্থানীয় বাসিন্দাসকলে কয় যে বাকীসকল আৰক্ষী অহাৰ আগতেই সেই স্থানৰ পৰা পলায়ন কৰে ।

পৰিয়ালৰ সূত্ৰই কয় যে দুয়োপক্ষই শনিবাৰে বিষয়টো আলোচনা কৰিছিল।বিষয়টো প্ৰায় সমাধান হৈছিল যদিও কিন্তু তেতিয়াই কইনাগৰাকীয়ে বিবাহৰ বিচ্ছেদৰ কথা ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BamunaraGolshi
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d