● প’ক’ এক্স৩ প্ৰ’ আৰু প’ক’ এফ৩ আজি সংস্থাটোৰ বৃহৎ উন্মোচন সভাত মুক্তি দিয়াৰ সম্ভাৱনা আছে ।
● এই ডিজিটেল অনুষ্ঠানটো আৰম্ভ হ’ব নিশা আঠ বজাত জিএমটি+৮ (৫:৩০ আইএছটি) ।
● অনুষ্ঠানটো লাইভ প্ৰত্যক্ষ্য কৰিব পাৰিব সংস্থাটোৰ অফিচিয়েল ইউটিউব চেনেলত ।
● প’ক’ এফ৩-ত ট্ৰিপল ৰেয়াৰ কেমেৰা আৰু ৪,৫২০mAh বেটেৰী উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ।
● প’ক’ এক্স৩ প্ৰ’ৰ ৬.৬৭ইঞ্চি ফোল এইচডি+ডিছপ্লে ।
● প’ক’ এক্স৩ প্ৰ’ ৬জিবি+১২৮জিবি ষ্ট’ৰেজ থকা মডেলৰ প্ৰাৰম্ভিক মূল্য ২১,৭০০-২৩,৩০০ টকা ।
● প’ক’ এক্স৩ প্ৰ’ ৮জিবি+২৫৬জিবি ষ্ট’ৰেজ থকা মডেলৰ প্ৰাৰম্ভিক মূল্য ২৫,২০০ টকা ।
ADVERTISEMENT