Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বিজেপিয়ে দেশৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি শেষ কৰিছেঃ আগষ্টীন ইংহি

publisher by publisher
March 27, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিজেপিয়ে দেশৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি শেষ কৰিছেঃ আগষ্টীন ইংহি
8
SHARES
82
VIEWS
ShareShareShareShare

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছৰো নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙত। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা দিন বাকী । ইয়াৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টীন ইংহি আৰু জিলাখনৰ দলীয় নেতাই অধিক তৎপতাৰে ধাৰাবাহিকভাৱে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ চলায় আসন দখলৰ চেষ্টা ৰখা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

আজিও সমষ্টিটোৰ দুৰ্গম অঞ্চলত অৱস্থিত জেৰিকীণ্ডিঙত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আগষ্টীন ইংহিয়ে স্বয়ং উপস্থিত হৈ কে’বা শতাধিক উপস্থিত ৰাইজ তথা কংগ্ৰেছ সমৰ্থকক সম্বোধন জনায় কয়, ‘বৈঠালাংছ’ সমষ্টিত কংগ্ৰেছৰ জয় এশ শতাংশই নিশ্চিত। কেৱল ইয়াতে নহয় এইবাৰ অসমত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন হ’ব। কংগ্ৰেছ চৰকাৰৰ আমোলত বিভিন্ন উন্নয়নমূলক চৰকাৰী আঁচনিৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছিল, উগ্ৰপন্থী সমস্যা দূৰ হৈ শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছিল, গেছ, তেল, খাদ্য-সামগ্ৰীৰ মূল্য আদি সকলো শ্ৰেণীৰ লোকৰ বাবে বহনক্ষম আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগেই সম্পূৰ্ণ ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পাইছে ৰাইজে। পুঁজিপতিৰ বাহিৰে সাধাৰণ ৰাইজ চলিব নোৱাৰা হৈ পৰিছে।’

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

WhatsApp Image 2021 03 27 at 6.09.29 PM

তেওঁ লগতে, বিজেপিয়ে দেশৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি শেষ কৰিছে বুলিও মন্তব্য কৰে । বাছ, ৰে’ল পৰিৱহণ, বিদ্যুৎ বিভাগ, অসমৰ তৈলক্ষেত্ৰ আদি ব্যক্তিগতকৰণ কৰি শেষ কৰিছে, সংস্থাপনৰ সুবিধা নোহোৱা কৰিছে এই বিজেপি চৰকাৰে বুলি ইংহিয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপিক। সেয়ে ৰাজহুৱা সম্পত্তি ৰক্ষা, উন্নয়ন-বিকাশ, সংস্থাপন, ঐক্য, শান্তি আদিৰ স্বাৰ্থত কংগ্ৰেছত ভোট প্ৰদান কৰি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন কৰাত সহায় সহযোগ আৰু বৈঠালাংছ’ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰবলৈ ৰাইজক আহ্বান জনায় ইংহিয়ে।

WhatsApp Image 2021 03 27 at 6.09.28 PM 1

ইপিনে, সভাত উপস্থিত থকা চট্টিশগৰৰ বিধায়ক ৰাম কুমাৰ যাদৱে বিজেপি চৰকাৰ তথা দলক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰি বিজেপি এটা ভ্ৰষ্টাচাৰী দল, ধৰ্মীয় সংঘাত সৃষ্টি কৰা দল আৰু জাতি ধ্বংসকাৰী দল হিচাপে আখ্যা দিয়ে। বিজেপিয়ে শান্তি, উন্নয়ন, বিকাশ, প্ৰগতি আদি কৰিব নোৱাৰে বা নাজানে, বিজেপিয়ে কেৱল শোষণ কৰিব জানে বুলি মন্তব্য কৰে যাদৱে।

প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টীন ইংহিৰ বিপৰীতে চট্টিশগৰৰ বিধায়ক ৰাম কুমাৰ যাদৱ, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা এলিচ ইংতিপি, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, আমৰেঙ মণ্ডল কংগ্ৰেছৰ সভাপতি সাৰ্থে ৰংহি, মহিলা কংগ্ৰেছৰ সম্পাদিকা, যুৱ কংগ্ৰেছৰ সম্পাদককে ধৰি ভালে সংখ্যক নেতা, কৰ্মী উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Augustine EnghiCongress
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d