Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বী অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

publisher by publisher
April 3, 2021
in Assam, Food, India, News
Reading Time: 1 min read
0
ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বী অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
8
SHARES
82
VIEWS
ShareShareShareShare

লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ এজন উদ্যোগী যুৱক ধ্ৰুৱজ্যোতি শইকীয়াই এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰায় এটা দশকৰ পূৰ্বে এটি ৰাষ্ট্ৰীয় মিডিয়া হাউচৰ স’তে জড়িত ধ্ৰুৱজ্যোতি শইকীয়াই প্ৰায় এটি দশক জোৰা চাকৰি জীৱনৰ অন্ত পেলাই, গ্ৰহণ কৰিলে এক প্ৰত্যাহ্বান ৷

ADVERTISEMENT

স্বনিয়োজনৰ লক্ষ্যৰে অসমৰ চুবুৰীয়া ৰাজ্য ছিক্কিমত খাদ্য ব্যৱসায়ৰ স’তে জড়িত হৈ পৰে ধ্ৰুৱজ্যোতি ৷ বৰ্তমান তেওঁ নিজৰ নামৰ আদ্যাক্ষৰকে নিজৰ ব্ৰেণ্ড ৰূপ দিয়া “ডীজ ফাষ্ট ফুড ৰেষ্টুৰাঁ আৰু হোটেল গোট”ৰ স্বত্বাধিকাৰী তথা চেফ ৷

RelatedPosts

Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

Fast food : আঠ কেজি ওজনৰ বাহুবলী চিঙৰা খাওঁক আৰু জিকক ৫১ হেজাৰ টকা

ফুচকাৰ জনপ্ৰিয়তা

শেহতীয়াভাৱে অসম তথা অসমীয়াৰ চৰ্চিত “পথাৰ আমাৰ, বজাৰ আমাৰ” এই শ্লোগানটোৱে সুদূৰ ছিক্কিমত থকা ধ্ৰুৱজ্যোতি শইকীয়াৰ মনটো প্ৰভাৱ পেলায় ৷ তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যত থকা অসমীয়া যুৱকসকলৰ দুদৰ্শা দেখি তেওঁ প্ৰথমে এলানি অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে ৷

অসমীয়া ভাষাত তথা অসমৰ সৰ্ব প্ৰথমটো ফাষ্টফুড উদ্যোগৰ ব্যৱসায় ভিত্তিক অনলাইন প্ৰশিক্ষণ “ফাষ্টফুড ব্যৱসায়ৰে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি” শীৰ্ষক এটি অনলাইন প্ৰশিক্ষণ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় পাঁচশৰো অধিক উদ্যমীয়ে উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি লাভৱান হোৱাৰ লগতে বহুকেইজনে এই প্ৰশিক্ষণ উদ্যমত স্বনিয়োজিত হয় ৷ ঘৰৰ ল’ৰা ঘৰতে থাকি ব্যৱসায়ৰ মাধ্যেমেৰে স্বাৱলম্বী হোৱাকে লক্ষ্য কৰি আৰম্ভ কৰা এই ৱেব প্ৰশিক্ষণৰ পাছতে তেওঁ হাতে-কামে শিকোৱাৰ এই অভিযানটোত ব্ৰতী হৈ পৰে ৷

অতি লাভজনক ব্যৱসায় ৰূপে স্বীকৃত খাদ্য ব্যৱসায়, ডেলিভাৰী সেৱাৰ লগতে ফাষ্ট ফুড উদ্যোগটো অসমীয়াৰ দখললৈ অনাৰ স্বাৰ্থতে ধ্ৰুৱজ্যোতি শইকীয়াই আৰম্ভ কৰা ফেচবুক পেজ “স্বাৱলম্বী অসম, আত্মনিৰ্ভৰশীল অসমীয়া” যাৰ দ্বাৰা নিজা প্ৰচেষ্টাক সংগঠিত কৰি অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বনৰ পথ প্ৰদৰ্শন কৰাৰ প্ৰয়াসত কে’বাটাও অনলাইন ৱেবিনাৰো প্ৰদান কৰে ৷ সেয়া আছিল কৰ’নাগ্ৰস্ত সময়ৰ কথা ৷

ধ্ৰুৱজ্যোতি শইকীয়াৰ কথাৰে, “আমাক কেৱল কৰ্ম আন্দোলনৰ প্ৰয়োজন, জাতি সৱলীকৰণৰ হেতুকে, যি আন্দোলনক অসমৰ দল সংগঠনসমূহে আজিলৈ পিঠি দি আহিছে ৷ ৰাষ্টাৰ আন্দোলনে অসমীয়াৰহে ভাত কাঢ়িছে গতিকে লগতে আন্দোলন হওক কৰ্মৰো ৷ পথাৰ অসমীয়াৰ হ’লে বিদেশী নাথাকে, বজাৰ নিজৰ হ’লে অসমৰ পৰা হেজাৰ কোটি টকা অসমৰ বাহিৰলৈ যোৱাৰ শংকাও নাথাকে৷ বিদেশীক ভাতে মাৰিলেহে অসম সুস্থিৰ হ’ব, কামত ধৰিলেহে অসম ধনী হ’ব ৷”

হাতে-কামে ব্যৱসায়ৰ এই ক্ষেত্ৰখনৰ বিষয়ে শিকোৱাৰ লক্ষ্যটোক আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থতে ধ্ৰুৱজ্যোতি শইকীয়াই সহযোগী হিচাপে লয় ছিক্কিমৰ তিব্বতীয় মূলৰ খাদ্য ম’ম’, থুকপা, ফালে আদিৰ স্পেচিয়েলিষ্ট মুস্কান চুব্বাক ৷ নিজ অভিযানক “স্বাৱলম্বী অসম মোৰ স্বাভিমান, আত্মনিৰ্ভৰশীল অসমীয়া মোৰ অভিযান” শ্লোগানেৰে সজাই আৰম্ভ কৰিছে অসমৰ প্ৰতিখন জিলা, মহকুমাত “ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বন” শীৰ্ষক এলানি সাতদিনীয়া প্ৰায়োগিক প্ৰশিক্ষণ ৷ য’ত প্ৰায় পাঁচশটা চাইনিজ ফাষ্ট ফুড ব্যঞ্জন শিকোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক নিজে কৰি শিকাৰ সুযোগ প্ৰদান কৰে ৷

ইয়াৰোপৰি ব্যৱসায় সূচাৰু ৰূপে পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা সকলোখিনি নিজা অভিজ্ঞতাৰে সজাই তেওঁ অসমীয়া যুৱক-যুৱতীসকলৰ বাবে কৰ্মোদ্যমৰ এটি পথ ৰচনা কৰাত মনোনিৱেশ কৰিছে ৷

আজি লখিমপুৰত আয়োজন কৰা এক সংবাদ মেলত তেওঁ কয় যে, তেওঁৰ এই যাত্ৰাত অসমৰ প্ৰতিখন জিলা তথা মহকুমাত অসমীয়া যুৱক-যুৱতীসকলক বজাৰমুখী কৰাৰ এই উদ্দেশ্য সম্পূৰ্ণ কৰিবৰ বাবে তেওঁ প্ৰায় ডেৰটা বছৰ সময় লাগিব ৷ বৰ্তমানেও আনক দেখি ব্যৱসায় কৰাৰ ধাৰাই অসমত চলি আহিছে কিন্তু প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰশীল ব্যৱসায়ী খুবেই কম ৷ মালিক হোৱাৰ প্ৰৱণতাৰ বাবেই বেছিভাগ ব্যৱসায়ত লোকচান হয় ৷

সোৱাদৰ পৃথিৱীত হাত সলনি হ’লেই সোৱাদ সলনি হয়, সেয়ে খাদ্য উদ্যোগটোক বৰ্তমানেও অসমীয়াৰ পূৰ্ণ দখললৈ আনিব পৰা নাই ৷ কৰ্মচাৰী নিৰ্ভৰ উদ্যোগটোৰ অধিকাংশ মালিকেই পাকঘৰটোৰ বিষয়ে নাজানে, যাৰ পৰিণতিত ফাষ্ট ফুড ব্যৱসায় ক্ষেত্ৰখন হৈ পৰিছে ক্ষন্তেকীয়া, খোলাৰ দুদিন পাছতে বন্ধ হোৱা ধৰণৰ ৷

তেওঁ জানিবলৈ দিয়ে, বৰ্তমান লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত সফলভাৱে এই প্ৰশিক্ষণ সমাপনৰ কথা৷ চাকৰিমুখী সমাজ ব্যৱস্থাৰ বাহিৰলৈ ওলাই কেনেদৰে এই উদ্যোগটোৰে একোজন অসমীয়া যুৱকে লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰে তাৰ উদাহৰণ হিচাপে তেওঁ জনায় যে, তেওঁলোকৰ কৰ্মশালাত শিকোৱা খাদ্য সম্ভাৰসমূহৰ প্ৰতিপদ সামগ্ৰীৰ মাত্ৰ দুই প্লেটকৈও যদি দৈনিক বিক্ৰী কৰে একোজন অসমীয়া ল’ৰাই প্ৰায় ডেৰ লাখ টকা পৰ্য্যন্ত মাহেকত উপাৰ্জন কৰিবলৈ সক্ষম হ’ব, যিটো একোজন চৰকাৰী চাকৰিয়ালৰ দৰমহাতকৈ কোনো গুণে কম নহয় ৷

ধ্ৰুৱজ্যোতি শইকীয়াৰ ব্যতিক্ৰমী এই প্ৰয়াসৰ বিষয়ে বিৱৰণ দিবলৈ গৈ তেওঁ জনাই যে, কিছু নামী-দামী প্ৰতিষ্ঠানেও এনে বিষয়ক পাঠ্যক্ৰম প্ৰদান কৰে যি অতিমাত্ৰাকে খৰচী টকা আৰু সময়ৰে ৷ তেনে একোটা ডিপ্লমা পাঠ্যক্ৰমত খৰচ হয় প্ৰায় ডেৰ লক্ষাধিক টকা আৰু সময়ো লয় প্ৰায় ৮-১০ মাহ ৷ যিটো একোজন অসমীয়া যুৱকৰ ব্যৱসায়ৰ মূলধন হ’ব পাৰে ৷ তাৰোপৰি তেনে প্ৰশিক্ষণ লোৱা বেছিভাগেই চাকৰিমুখী হোৱাহে দেখা যায় ৷ য’ত প্ৰাৰম্ভিক অৱস্থাত দৰমহা ১০-১৫ হেজাৰ টকাতকৈ অধিক নহয় ৷

এই প্ৰশিক্ষণৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়াও তেনেই সহজ ৷ তেওঁৰ ফোন নম্বৰ ৭০০১১৪৭৪৭১ত হুৱাটছএপ্ যোগে নিজৰ নাম আৰু জিলাখনৰ নাম লিখি পঠিয়ালেই নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হয় ৷

অসমৰ বাহিৰত সুপ্ৰতিষ্ঠিত হৈয়ো, অসম তথা অসমীয়া যুৱচামৰ হকে লোৱা এই প্ৰচেষ্টাক অসমৰ ৰাইজে আদৰি ল’বলৈ লগতে বিভিন্ন জিলা মহকুমাস্থিত বিভিন্নতা সংগঠন বা গোটৰ সহযোগিতাৰ বাবে তেওঁ সকলোকে অনুৰোধ জনায় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dhrubajyoti Saikiafast-food
publisher

publisher

Related Posts

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন
News

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d