Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বী অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

publisher by publisher
April 3, 2021
in Assam, Food, India, News
Reading Time: 1 min read
0
ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বী অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
9
SHARES
89
VIEWS
ShareShareShareShare

RelatedPosts

Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

Fast food : আঠ কেজি ওজনৰ বাহুবলী চিঙৰা খাওঁক আৰু জিকক ৫১ হেজাৰ টকা

ফুচকাৰ জনপ্ৰিয়তা

লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ এজন উদ্যোগী যুৱক ধ্ৰুৱজ্যোতি শইকীয়াই এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰায় এটা দশকৰ পূৰ্বে এটি ৰাষ্ট্ৰীয় মিডিয়া হাউচৰ স’তে জড়িত ধ্ৰুৱজ্যোতি শইকীয়াই প্ৰায় এটি দশক জোৰা চাকৰি জীৱনৰ অন্ত পেলাই, গ্ৰহণ কৰিলে এক প্ৰত্যাহ্বান ৷

ADVERTISEMENT

স্বনিয়োজনৰ লক্ষ্যৰে অসমৰ চুবুৰীয়া ৰাজ্য ছিক্কিমত খাদ্য ব্যৱসায়ৰ স’তে জড়িত হৈ পৰে ধ্ৰুৱজ্যোতি ৷ বৰ্তমান তেওঁ নিজৰ নামৰ আদ্যাক্ষৰকে নিজৰ ব্ৰেণ্ড ৰূপ দিয়া “ডীজ ফাষ্ট ফুড ৰেষ্টুৰাঁ আৰু হোটেল গোট”ৰ স্বত্বাধিকাৰী তথা চেফ ৷

শেহতীয়াভাৱে অসম তথা অসমীয়াৰ চৰ্চিত “পথাৰ আমাৰ, বজাৰ আমাৰ” এই শ্লোগানটোৱে সুদূৰ ছিক্কিমত থকা ধ্ৰুৱজ্যোতি শইকীয়াৰ মনটো প্ৰভাৱ পেলায় ৷ তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যত থকা অসমীয়া যুৱকসকলৰ দুদৰ্শা দেখি তেওঁ প্ৰথমে এলানি অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে ৷

অসমীয়া ভাষাত তথা অসমৰ সৰ্ব প্ৰথমটো ফাষ্টফুড উদ্যোগৰ ব্যৱসায় ভিত্তিক অনলাইন প্ৰশিক্ষণ “ফাষ্টফুড ব্যৱসায়ৰে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি” শীৰ্ষক এটি অনলাইন প্ৰশিক্ষণ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় পাঁচশৰো অধিক উদ্যমীয়ে উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি লাভৱান হোৱাৰ লগতে বহুকেইজনে এই প্ৰশিক্ষণ উদ্যমত স্বনিয়োজিত হয় ৷ ঘৰৰ ল’ৰা ঘৰতে থাকি ব্যৱসায়ৰ মাধ্যেমেৰে স্বাৱলম্বী হোৱাকে লক্ষ্য কৰি আৰম্ভ কৰা এই ৱেব প্ৰশিক্ষণৰ পাছতে তেওঁ হাতে-কামে শিকোৱাৰ এই অভিযানটোত ব্ৰতী হৈ পৰে ৷

অতি লাভজনক ব্যৱসায় ৰূপে স্বীকৃত খাদ্য ব্যৱসায়, ডেলিভাৰী সেৱাৰ লগতে ফাষ্ট ফুড উদ্যোগটো অসমীয়াৰ দখললৈ অনাৰ স্বাৰ্থতে ধ্ৰুৱজ্যোতি শইকীয়াই আৰম্ভ কৰা ফেচবুক পেজ “স্বাৱলম্বী অসম, আত্মনিৰ্ভৰশীল অসমীয়া” যাৰ দ্বাৰা নিজা প্ৰচেষ্টাক সংগঠিত কৰি অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বনৰ পথ প্ৰদৰ্শন কৰাৰ প্ৰয়াসত কে’বাটাও অনলাইন ৱেবিনাৰো প্ৰদান কৰে ৷ সেয়া আছিল কৰ’নাগ্ৰস্ত সময়ৰ কথা ৷

ধ্ৰুৱজ্যোতি শইকীয়াৰ কথাৰে, “আমাক কেৱল কৰ্ম আন্দোলনৰ প্ৰয়োজন, জাতি সৱলীকৰণৰ হেতুকে, যি আন্দোলনক অসমৰ দল সংগঠনসমূহে আজিলৈ পিঠি দি আহিছে ৷ ৰাষ্টাৰ আন্দোলনে অসমীয়াৰহে ভাত কাঢ়িছে গতিকে লগতে আন্দোলন হওক কৰ্মৰো ৷ পথাৰ অসমীয়াৰ হ’লে বিদেশী নাথাকে, বজাৰ নিজৰ হ’লে অসমৰ পৰা হেজাৰ কোটি টকা অসমৰ বাহিৰলৈ যোৱাৰ শংকাও নাথাকে৷ বিদেশীক ভাতে মাৰিলেহে অসম সুস্থিৰ হ’ব, কামত ধৰিলেহে অসম ধনী হ’ব ৷”

হাতে-কামে ব্যৱসায়ৰ এই ক্ষেত্ৰখনৰ বিষয়ে শিকোৱাৰ লক্ষ্যটোক আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থতে ধ্ৰুৱজ্যোতি শইকীয়াই সহযোগী হিচাপে লয় ছিক্কিমৰ তিব্বতীয় মূলৰ খাদ্য ম’ম’, থুকপা, ফালে আদিৰ স্পেচিয়েলিষ্ট মুস্কান চুব্বাক ৷ নিজ অভিযানক “স্বাৱলম্বী অসম মোৰ স্বাভিমান, আত্মনিৰ্ভৰশীল অসমীয়া মোৰ অভিযান” শ্লোগানেৰে সজাই আৰম্ভ কৰিছে অসমৰ প্ৰতিখন জিলা, মহকুমাত “ফাষ্ট ফুড ব্যৱসায়ৰে স্বাৱলম্বন” শীৰ্ষক এলানি সাতদিনীয়া প্ৰায়োগিক প্ৰশিক্ষণ ৷ য’ত প্ৰায় পাঁচশটা চাইনিজ ফাষ্ট ফুড ব্যঞ্জন শিকোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক নিজে কৰি শিকাৰ সুযোগ প্ৰদান কৰে ৷

ইয়াৰোপৰি ব্যৱসায় সূচাৰু ৰূপে পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা সকলোখিনি নিজা অভিজ্ঞতাৰে সজাই তেওঁ অসমীয়া যুৱক-যুৱতীসকলৰ বাবে কৰ্মোদ্যমৰ এটি পথ ৰচনা কৰাত মনোনিৱেশ কৰিছে ৷

আজি লখিমপুৰত আয়োজন কৰা এক সংবাদ মেলত তেওঁ কয় যে, তেওঁৰ এই যাত্ৰাত অসমৰ প্ৰতিখন জিলা তথা মহকুমাত অসমীয়া যুৱক-যুৱতীসকলক বজাৰমুখী কৰাৰ এই উদ্দেশ্য সম্পূৰ্ণ কৰিবৰ বাবে তেওঁ প্ৰায় ডেৰটা বছৰ সময় লাগিব ৷ বৰ্তমানেও আনক দেখি ব্যৱসায় কৰাৰ ধাৰাই অসমত চলি আহিছে কিন্তু প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰশীল ব্যৱসায়ী খুবেই কম ৷ মালিক হোৱাৰ প্ৰৱণতাৰ বাবেই বেছিভাগ ব্যৱসায়ত লোকচান হয় ৷

সোৱাদৰ পৃথিৱীত হাত সলনি হ’লেই সোৱাদ সলনি হয়, সেয়ে খাদ্য উদ্যোগটোক বৰ্তমানেও অসমীয়াৰ পূৰ্ণ দখললৈ আনিব পৰা নাই ৷ কৰ্মচাৰী নিৰ্ভৰ উদ্যোগটোৰ অধিকাংশ মালিকেই পাকঘৰটোৰ বিষয়ে নাজানে, যাৰ পৰিণতিত ফাষ্ট ফুড ব্যৱসায় ক্ষেত্ৰখন হৈ পৰিছে ক্ষন্তেকীয়া, খোলাৰ দুদিন পাছতে বন্ধ হোৱা ধৰণৰ ৷

তেওঁ জানিবলৈ দিয়ে, বৰ্তমান লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত সফলভাৱে এই প্ৰশিক্ষণ সমাপনৰ কথা৷ চাকৰিমুখী সমাজ ব্যৱস্থাৰ বাহিৰলৈ ওলাই কেনেদৰে এই উদ্যোগটোৰে একোজন অসমীয়া যুৱকে লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰে তাৰ উদাহৰণ হিচাপে তেওঁ জনায় যে, তেওঁলোকৰ কৰ্মশালাত শিকোৱা খাদ্য সম্ভাৰসমূহৰ প্ৰতিপদ সামগ্ৰীৰ মাত্ৰ দুই প্লেটকৈও যদি দৈনিক বিক্ৰী কৰে একোজন অসমীয়া ল’ৰাই প্ৰায় ডেৰ লাখ টকা পৰ্য্যন্ত মাহেকত উপাৰ্জন কৰিবলৈ সক্ষম হ’ব, যিটো একোজন চৰকাৰী চাকৰিয়ালৰ দৰমহাতকৈ কোনো গুণে কম নহয় ৷

ধ্ৰুৱজ্যোতি শইকীয়াৰ ব্যতিক্ৰমী এই প্ৰয়াসৰ বিষয়ে বিৱৰণ দিবলৈ গৈ তেওঁ জনাই যে, কিছু নামী-দামী প্ৰতিষ্ঠানেও এনে বিষয়ক পাঠ্যক্ৰম প্ৰদান কৰে যি অতিমাত্ৰাকে খৰচী টকা আৰু সময়ৰে ৷ তেনে একোটা ডিপ্লমা পাঠ্যক্ৰমত খৰচ হয় প্ৰায় ডেৰ লক্ষাধিক টকা আৰু সময়ো লয় প্ৰায় ৮-১০ মাহ ৷ যিটো একোজন অসমীয়া যুৱকৰ ব্যৱসায়ৰ মূলধন হ’ব পাৰে ৷ তাৰোপৰি তেনে প্ৰশিক্ষণ লোৱা বেছিভাগেই চাকৰিমুখী হোৱাহে দেখা যায় ৷ য’ত প্ৰাৰম্ভিক অৱস্থাত দৰমহা ১০-১৫ হেজাৰ টকাতকৈ অধিক নহয় ৷

এই প্ৰশিক্ষণৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়াও তেনেই সহজ ৷ তেওঁৰ ফোন নম্বৰ ৭০০১১৪৭৪৭১ত হুৱাটছএপ্ যোগে নিজৰ নাম আৰু জিলাখনৰ নাম লিখি পঠিয়ালেই নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হয় ৷

অসমৰ বাহিৰত সুপ্ৰতিষ্ঠিত হৈয়ো, অসম তথা অসমীয়া যুৱচামৰ হকে লোৱা এই প্ৰচেষ্টাক অসমৰ ৰাইজে আদৰি ল’বলৈ লগতে বিভিন্ন জিলা মহকুমাস্থিত বিভিন্নতা সংগঠন বা গোটৰ সহযোগিতাৰ বাবে তেওঁ সকলোকে অনুৰোধ জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dhrubajyoti Saikiafast-food
publisher

publisher

Related Posts

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d