Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সেনা শাসক বিৰুদ্ধে হাতত অস্ত্র তুলি ল’লে ম্যানমাৰৰ এই সুন্দৰীয়ে

publisher by publisher
May 14, 2021
in News
Reading Time: 1 min read
0
সেনা শাসক বিৰুদ্ধে হাতত অস্ত্র তুলি ল’লে ম্যানমাৰৰ এই সুন্দৰীয়ে
3
SHARES
25
VIEWS
ShareShareShareShare

সুন্দৰীৰ হাতত আগ্নেয়াস্ত্র। দেশৰ দুর্দিনত গ্লেমাৰৰ জগতক বিদায় জনাই গভীৰ অৰণ্যত এইদৰে হাতত অস্ত্র লৈ বিচৰণ কৰিছে এগৰাকী সুন্দৰীয়ে।

ADVERTISEMENT

তেওঁৰ নাম টাৰ টেট টেট, তেওঁ ম্যানমাৰৰ এগৰাকী ‘বিউটী কুইন’। সম্প্রতি নিজৰ টুইটাৰ হেণ্ডেলত হাতত বন্দুক লৈ নিজৰ এখন ফটো পষ্ট কৰিছিল ৩২ বছৰীয়া টাৰে।

RelatedPosts

ম্যানমাৰৰ সমস্যা সমাধানৰ বাবে তৎপৰ ভাৰত

নিজৰ ফেচবুক প্রফাইলতাে সুন্দৰীগৰাকীয়ে একে ফটো শ্বেয়াৰ কৰি কৈছে, যুঁজ কৰাৰ সময় উপস্থিত হৈছে। আপােনালােকে হাতত অস্ত্র, কলম, কী-ব’র্ড বা ধন, যিয়েই নলওক কিয় ইয়াৰ জৰিয়তে দেশত গণতন্ত্র ওভতাই আনিবলৈ যুঁজত যােগদান কৰক।

https://twitter.com/HtarHtetHtet2/status/1392118338508136453?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1392118338508136453%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.timesnownews.com%2Finternational%2Farticle%2Feveryone-must-do-their-bit-for-the-revolution-to-succeed-myanmar-beauty-queen-takes-up-arms-against-junta%2F756080

সকলােৱে সহযােগিতা আগবঢ়ালে এই বিপ্লৱ সফল হ’ব। উল্লেখ্য যে ২০১৩ত থাইণ্ডেত অনুষ্ঠিত হােৱা মিছ গ্রাণ্ড ইণ্টাৰনেচনেল সৌন্দর্য প্রতিযােগিতাত ৬০ প্রতিযােগীক পৰাভূত কৰি ‘বিউটী কুইন’ৰ খিতাপ লাভ কৰিছিল ম্যানমাৰৰ এইগৰাকী সুন্দৰীয়ে।

দেশৰ সামৰিক শাসকৰ বিৰুদ্ধে সশস্ত্র যুঁজত অৱতীৰ্ণ হ’বলৈ টাৰে এটা বিদ্রোহী সংগঠনত যােগদান কৰিছিল। যােৱা পহিলা ফেব্ৰুৱাৰীত অভ্যুত্থান ঘটাই ম্যানমাৰৰ ক্ষমতা সেনাই দখল কৰিছিল।

ম্যানমাৰক সেনাৰ শাসনৰ পৰা মুক্ত কৰিবলৈ সংকল্পবদ্ধ হৈ এইদৰে টাৰে হাতত তুলি ল’লে অস্ত্র। সামৰিক জুন্টাৰ বিৰুদ্ধে গজি উঠা টাৰে ম্যানমাৰবাসীক একগােট হৈ দেশত পুনৰ গণতন্ত্র প্রতিষ্ঠাৰ উদ্দেশ্যৰে ব্যাপক বিক্ষোভত অংশ ল’বলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Htar Htet HtetJunta
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d