Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ম্যানমাৰৰ সমস্যা সমাধানৰ বাবে তৎপৰ ভাৰত

publisher by publisher
April 3, 2021
in India, News
Reading Time: 1 min read
0
ম্যানমাৰৰ সমস্যা সমাধানৰ বাবে তৎপৰ ভাৰত
4
SHARES
37
VIEWS
ShareShareShareShare

ম্যানমাৰৰ সেনা অভ্যুত্থানৰ হিংসাক তীব্ৰ গৰিহণা ভাৰতৰ । আজি সংবাদ মেলত ম্যানমাৰৰ সেনা বাহিনীৰ গুলী চালনা আৰু বিভিন্ন গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলনৰ ওপৰত হিংসাত্মক ব্যৱস্থা গ্ৰহণক লৈ বহু প্ৰশ্ন উত্থাপন হয় । বৈদেশিক মন্ত্ৰণালয়ৰ সদ্য নিযুক্ত মুখপাত্ৰ অৰিন্দম বাগ্‌চিয়ে জনায়, যিকোনো ধৰণৰ হিংসাক আমি গৰিহণা দিওঁ । আমি আইনৰ শাসন বলবৎ থকাটো বিচাৰো । ম্যানমাৰত পুনৰ শান্তি স্থাপনৰ পক্ষত ভাৰত ।’

ADVERTISEMENT

তেওঁ লগতে কয়, ‘আমি বন্দী হৈ থকা ৰাজনৈতিক নেতাসকলৰ মুক্তিৰ দাবী জনাইছো । সম্প্ৰতি সমস্যা সমাধানৰ বাবে যি পদক্ষেপে গ্ৰহণ কৰে আমি তাৰ সমৰ্থনত আছো । এছিয়ান-এ যি পদক্ষেপ গ্ৰহণ কৰিছে আমি তাৰ লগতো আছো । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু আন্তৰ্জাতিক মধ্যস্থতাকাৰীসকলৰ স’তেও এই বিষয়ত আলোচনা অব্যাহত আছে । আমি ভাৰসাম্য অটুট ৰাখি গঠনমূলক ভূমিকা গ্ৰহণ কৰিব বিচাৰো ।’

RelatedPosts

Aung San Suu Kyi : তিনি বছৰলৈ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি আং ছান ছু কি-ৰ

খাৰকিভত গুলিয়াগুলিত‌ নিহত এজন ভাৰতীয় ছাত্ৰ‌

ছ্যু কীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতিৰ অভিযোগ সেনাৰ

ম্যানমাৰত এই অগ্নিদগ্ধ পৰিস্থিতিতে ভিডিঅ’ কনফাৰেন্সযুগে বিমষ্টেক দেশসমূহৰ বৈদেশিক মন্ত্ৰীসমূহ বৈঠকত মিলিত হয়  । ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, বাংলাদেশসহ ম্যানমাৰো এই আন্তৰ্জাতিক গোষ্ঠীৰ সদস্য । এই বৈঠকত বিমষ্টেকৰ চনদ চূড়ান্ত কৰা হৈছে বুলি জনায় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আসন্ন বিমষ্টেক শীৰ্ষ সন্মিলনত এই চনদ গ্ৰহণ কৰা হ’ব । বিমষ্টেক বৈঠকত ম্যানমাৰৰ সেনাৰ ভূমিকা সন্দৰ্ভত বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই কয়, ‘বিমষ্টেক বহুপাক্ষিক সংস্থা । সেয়ে বহুপাক্ষিক বিষয়সমূহৰ ভিত্তিতে আলোচনা হোৱাটো স্বাভাৱিক ।’

তেওঁ লগতে কয়, ‘শান্তি আৰু নিৰাপত্তাৰ জৰিয়তেহে উন্নয়ন আৰু সমৃদ্ধি সম্ভৱ হয় । নিৰাপত্তাৰ ক্ষেত্ৰত আমি চিৰাচৰিত আৰু নিত্যনতুন সমস্যাৰ সন্মুখীন হওঁ । নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ বাবে সহযোগিতা অতি গুৰুত্বপূৰ্ণ । ২০১৭ৰ পৰা এই পৰ্যন্ত আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে তিনিবাৰ বৈঠকত মিলিত হৈছে । সন্ত্ৰাসবাদ, উপকূলৱৰ্তী অঞ্চলৰ নিৰাপত্তা, চাইবাৰ সন্ত্ৰাসসহ বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা হৈছে ।’

ইপিনে, ম্যানমাৰৰ গণতন্ত্ৰকামী আন্দোলনকাৰীক দুৰ্বল কৰিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে শাসক জুণ্টাই । পৰৱৰ্তী নিৰ্দেশ জাৰি নৌহোৱা পৰ্যন্ত শুকুৰবাৰৰ পৰা বেটাৰ ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছে । ইয়াৰ পাছতো প্ৰতিবাকাৰীসকলক দমন কৰা সম্ভৱ নহয় । ইয়াৰ প্ৰত্যোত্তৰত  প্ৰতিবাকাৰীসকলে সেনাৰ বিৰুদ্ধে গেৰিলা আক্ৰমণৰ প্ৰস্তুতিৰ হুংকাৰ দিছে ।

সম্প্ৰতি, সেনাই আটক কৰা নেত্ৰী অঙ্গ ছান ছ্যু কীৰ বিৰুদ্ধে জুণ্টাই নতুন অভিযোগ উত্থাপন কৰিছে । যোৱা বৃহস্পতিবাৰে ছ্যু কীৰ অধিবক্তাই জনায় যে, তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গোপনীয়তা আইন ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে । ছ্যু কীৰ বিৰুদ্ধে এইটো পঞ্চম অভিযোগ । ব্ৰিটিছ শাসনৰ সময়ত প্ৰস্তুত কৰা এই আইন ভংগৰ বিষয়টো প্ৰমাণিত হ’লে, অভিযুক্ত‌ৰ ১৪ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে ।

বিগত ২৫ মাৰ্চত ধৃত অষ্ট্ৰেলীয় বিত্তীয় উপদেষ্টা ছিন টাৰ্ণেলসহ ছ্যু কীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰা হয় যদিও ৩০ মাৰ্চৰ পূৰ্বে ছ্যু কীৰ অধিবক্তাক অৱগত কৰা হোৱা নাই বুলি জনায় অধিবক্তাগৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arindam BagchiAung San Suu KyiJunta
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d