Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বৃহস্পতিৰ আকাশৰ পুঞ্জীভূত মেঘৰ নামকৰণ আৱিষ্কাৰকৰ নামত

publisher by publisher
May 20, 2021
in News, science, world
Reading Time: 1 min read
0
বৃহস্পতিৰ আকাশৰ পুঞ্জীভূত মেঘৰ নামকৰণ আৱিষ্কাৰকৰ নামত
4
SHARES
38
VIEWS
ShareShareShareShare

পুঞ্জীভূত মেঘৰ শাৰী । গুৰুগৃহ বৃহস্পতিৰ এক বিশাল অঞ্চলজুৰি বিস্তৃতভাৱে জমা হৈ আছে মেঘৰ বিশাল খণ্ড । সেই কথা আগতেই জনাইছিল দক্ষিণ আফ্ৰিকাৰ এজন মহাকাশবিজ্ঞানীয়ে । ক্লাইড ফ’ষ্টাৰ নামৰ সেই মহাকাশচাৰীজনৰ দাবী যে সঁচা আছিল, তাৰো প্ৰমাণ দিলে নাছাৰ ‘জুনো’ নামৰ শক্তিশালী টেলিস্কোপৰ কেমেৰাৰে তোলা ফটোৱে ।

ADVERTISEMENT

যোৱা ১৫ মে’ত তোলা সেই ফটোসমূহ দেখাৰ পাছতে আপ্লুত হৈ পৰা বিজ্ঞানীসকলে বৃহস্পতিৰ সেই অংশৰ নামকৰণ কৰিলে ক্লাইডৰ নামতে । পুঞ্জীভূত মেঘ সমৃদ্ধ বৃহস্পতিৰ উক্ত সংঘৰ নাম ৰখা হৈছে ‘ক্লাউডছ্ স্পট’ । নাছাৰ তৰফৰ পৰা বিবৃতি যোগে এই কথা জনাইছে । ফলত সম্প্ৰতি বৃহস্পতি সংক্ৰান্তিয় গৱেষণাত অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিল মহাকাশবিজ্ঞানী ফষ্টাৰ ।

RelatedPosts

আজিৰ আকাশত উদয় হ’ব ‘গুৰুগ্রহ’ মাজনিশা খালী চকুৰেও দেখা যাব বৃহস্পতিক

কাইলৈৰ আকাশত দেখা যাব ‘উল্ফ মুন’

কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সংঘৰ্ষৰ আশংকা মহাকাশত

উল্লেখ্য যে প্ৰায় এবছৰৰ পূৰ্বে নিজৰ মাত্ৰ ১৪ ইঞ্চিৰ টেলিস্কোপ দিয়েই ফষ্টাৰে বৃহস্পতিৰ সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল । ফষ্টাৰে দাবী কৰিছিল যে বৃহস্পতিক ঘেৰী থকা পৰিৱেশত ঘনীভূত হোৱা মেঘে ধোঁৱাৰ আকাৰ লৈ ক্ৰমাৎ ওপৰৰ দিশে উঠি গৈ থকা তেওঁ প্ৰত্যক্ষ কৰিছে । বৃহস্পতিৰ সেই অংশটো ‘ছাউথ টেম্পাৰেণ্ট বেলটি’ নামেৰে পৰিচিত ।

নাছাৰ ‘জুনো’ৰ দ্বাৰা প্ৰেৰণ কৰা ফটো নিৰীক্ষণ কৰি বিজ্ঞানীসকলে বুজিব পাৰিছে যে, সৰু টেলিস্কোপত ক্লাইডৰ পৰ্যৱেক্ষণ অভ্ৰান্ত হ’লেও তেওঁ অতি ক্ষুদ্ৰ পৰিসৰতহে সেয়া দেখিছিল । অৱশ্যে, সেই টেলিস্কোপতো যে নিৰীক্ষণ ইমান নিখুঁত হ’ব পাৰে, সেই দক্ষতাক সন্মান জনায়ে ক্লাইডৰ নামত নামাংকিত হ’ল বৃহস্পতি গ্ৰহৰ সেই অংশ ।

নাছাই জনাইছে যে, বৃহস্পতিৰ ‘গ্ৰেট ৰেড স্পট’ অংশৰ ওপৰত এই মেঘ দেখা গৈছে । এই অংশটোৱেই পৃথিৱীৰ কমেও ১.৩ গুণ । অৱশ্যে এই মেঘাচ্ছন্ন অৱস্থা অতি ক্ষণস্থায়ী । আনকি বৃহস্পতিৰ বতৰৰ যিকোনো পৰিৱেশেই বেছি ক্ষণৰ বাবে সৃষ্টি নহয় । জুনোৱে প্ৰেৰণ কৰা ফটোসমূহ ভালদৰে বিশ্লেষণ কৰি এই তথ্য লাভ কৰিছে নাছাৰ অভিজ্ঞ বিজ্ঞানীসকলে ।

দক্ষিণ আফ্ৰিকাৰ মহাকাশ বিজ্ঞানীৰ ক্লাইডৰ দৃষ্টিগোচৰ হৈছিল যে নতুন কোনো দাগ বৃহস্পতিৰ বুকুত সৃষ্টি হৈছে । মিথেন গেছ ঘনীভূত হ’লে যেনে দাগ হয়, তাৰ স’তে বহু মিল থকা বুলিও ক্লাইডে ধাৰণা কৰিছিল । অৱশ্যে কিছু ক্ষণৰ পাছত সেই দাগ উধাও হয় ।

এইবাৰ জুনোৰ মাধ্যমেৰে সেই অন্তৰ্ধান হোৱাৰ ৰহস্যটোকে ভেদ কৰিলে নাছাৰ বিজ্ঞানীয়ে । বৃহস্পতিৰ আকাশৰ ধুমুহাৰ সৃষ্টি হ’লে তাৰ বিস্তাৰ কমেও ৩২০ কিলোমিটাৰলৈ হ’ব পাৰে । অৱশ্যে পুঞ্জীভূত মেঘ দ্ৰুতগতিৰে আঁতৰি যায় । সেয়ে সকলোবোৰ ক্ষণস্থায়ী । জুনোৰ মাধ্যমেৰে বৃহস্পতিৰ সন্দৰ্ভত এনে অনেক অজান তথ্য‌ই সম্প্ৰতি পোহৰলৈ আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Clyde FosterClyde's SpotJupiterNASA
publisher

publisher

Related Posts

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d