Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক্ৰমশঃ কমিবলৈ লৈছে দৈনিক সংক্ৰমণ, তলাবন্ধ শিথিল কৰিছে বহু ৰাজ্য‌ই

publisher by publisher
May 30, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
ক্ৰমশঃ কমিবলৈ লৈছে দৈনিক সংক্ৰমণ, তলাবন্ধ শিথিল কৰিছে বহু ৰাজ্য‌ই
3
SHARES
31
VIEWS
ShareShareShareShare

ভাৰতত ক’ভিড সংক্ৰমণৰ হাৰ ক্ৰমশঃ নিম্নগামী হৈছে । বিগত ৪৮ দিনত দৈনিক সংক্ৰমণ সৰ্বনিম্ন আছিল শনিবাৰে (এক লাখ ৭৩ হেজাৰ ৭৯০) । অধিকাংশ ৰাজ্যত আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱা হেতুকে লাহে লাহে তলাবন্ধ শিথিল কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ।

ADVERTISEMENT

পুনেত বিগত পাঁচ দিনত দৈনিক আক্ৰান্তৰ সংখ্যা তিনিহেজাৰতকৈও কম আছিল । পজিটিভিটীৰ হাৰ ১০ শতাংশৰো তলত । সেয়ে সপ্তাহান্তত চহৰত চলিত তলাবন্ধ উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে । লগতে, দৈনিক পুৱা সাত বজাৰ পৰা ১১ বজালৈকে অত্যাৱশ্যকীয় পণ্যৰ দোকান খোলা ৰখাৰ অনুমতি দিয়া হৈছে । অত্যাৱশ্যকীয় পণ্যৰ ভিতৰত আছে শাক-পাচলি, ফল, গাখীৰ, মাংস, কণী, বেকাৰী, মিঠাই আদিৰ খাদ্যৰ দোকান । চশমাৰ দোকান, বৰষুণত ব্যৱহৃত সমগ্ৰীৰ দোকান, খেতিত ব্যৱহৃত সামগ্ৰীৰ দোকানো অত্যাৱশ্যকীয় পণ্যৰ ভিতৰত ৰখা হৈছে ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

সোমবাৰে পুৱা পাঁচ বজাৰ পৰা চহৰৰ ‘তলাখোলা’ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । তেওঁ কয়, সৰ্ব্বপ্ৰথমে নিৰ্মাণ কাৰ্য আৰু কাৰখানাবোৰ আৰম্ভ কৰা হ’ব । পৰৱৰ্তী সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে তলাবন্ধ খোলা হ’ব ।

বিগত ২৪ ঘণ্টাত ৰাজধানীত ন শ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । তামিলনাডুত সাত জুন পৰ্যন্ত তলাবন্ধ বৃদ্ধি কৰা হৈছে যদিও কিছু ক্ষেত্ৰত শিথিল কৰা হৈছে । তলাবন্ধৰ প্ৰথম পৰ্যায়ত কেন্দ্ৰ‌ই সকলো দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিছিল যদিও চৰকাৰে জনায় যে, স্থানীয় প্ৰশাসনৰ অনুমতিৰে দোকান, ঠেলা বা ভেনে পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ সামগ্ৰী বিক্ৰী কৰিব পাৰিব ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদুৰাপ্পাই আজি জনায়, যদি তলাবন্ধ বৃদ্ধি কৰাটো নিবিচাৰে ৰাজ্যবাসীয়ে সহযোগিতা আগবঢ়াব লাগিব । সাত জুন পৰ্যন্ত তলাবন্ধ ঘোষণা কৰা হৈছে যদিও বৃদ্ধি হোৱাৰ শংকা কৰা হৈছে । শনিবাৰে উত্তৰপ্ৰদেশতো সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে বুলি জনায় প্ৰশাসনে । ইপিনে, পৰিস্থিতি নিয়ন্ত্ৰিত নোহোৱাৰ বাবে কেৰালাত ন জুন আৰু গোৱাত সাত জুন পৰ্যন্ত তলাবন্ধ বৃদ্ধি কৰা হৈছে ।

কৰ’নাৰ তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । সেয়ে চৰকাৰক সহায় কৰিবৰ বাবে শিশুৰোগ বিশেষজ্ঞসকলৰ স’তে বিশেষ টাস্ক ফ’ৰ্ছ গঠন কৰিছে অন্ধ্ৰপ্ৰদেশে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arvind KejriwalB. S. YediyurappaCovid-19
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d