Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দুৰ্দিনতো বৰপেটা জিলাৰ কৃষি ক্ষেত্ৰত আশাৰ সঞ্চাৰ, মন্দিয়াৰ পৰা ২১ মেট্ৰিক টন ৰঙালাও ৰপ্তানি কলকাতালৈ

publisher by publisher
June 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
দুৰ্দিনতো বৰপেটা জিলাৰ কৃষি ক্ষেত্ৰত আশাৰ সঞ্চাৰ, মন্দিয়াৰ পৰা ২১ মেট্ৰিক টন ৰঙালাও ৰপ্তানি কলকাতালৈ
3
SHARES
26
VIEWS
ShareShareShareShare

অৰ্ধ তলাবন্ধ পৰিস্থিতিৰ বাবে বৰপেটা জিলাৰ কৃষকসকলে উৎপাদিত শস্য বিক্ৰীৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাত অসম কৃষি ব্যৱসায় তথা গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপাৰ্টৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ বিশেষ সহযোগত কালি মন্দিয়াৰ পৰা ২১ মেট্ৰিক টন ৰঙালাও বহিঃ ৰাজ্যলৈ প্ৰেৰণৰ লগতে ৩.২০ মেট্ৰিক টন আলু যোৰহাটলৈ প্ৰেৰণ কৰা হয় ।

ADVERTISEMENT

মন্দিয়াৰ ৩ নং বৰদলনিৰ প্ৰগতিশীল কৃষক ৰহিমুদ্দিনৰ পৰা এই বৃহৎ পৰিমাণৰ ৰঙালাও প্ৰশাসনৰ সহযোগত স্থানীয় ব্যৱসায়ী মঞ্জু মিয়াই কলকাতাৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয় । নিজ পথাৰতে কেজি ৬.৫০ টকা দৰ লাভ কৰি খেতিয়ক ৰহিমুদ্দিনক কালি বেচ উৎফুল্লিত দেখা যায়।

RelatedPosts

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

AGP- BJP Spokespersons Joint Meeting In Ambari:লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে আমবাৰীত অগপ- বিজেপি মুখপাত্ৰৰ যৌথ সভা

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

এই ৰপ্তানি প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে কালি এপাৰ্টৰ তৰফৰ পৰা কৃষি বাণিজ্য বিশেষজ্ঞ গৌতম গোস্বামী, বৰপেটা মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন, মহকুমা কৃষি বিষয়া (তথ্য) প্ৰদীপ কুমাৰ দাস, মন্দিয়াৰ কৃষি উন্নয়ন বিষয়া নৱনীতা বৈশ্য আৰু ভাৰপ্ৰাপ্ত ভঁৰাল তত্বাৱধায়ক জগদীশ তালুকদাৰো উপস্থিত থাকে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, সকলোৰে মিলিত প্ৰচেষ্টাত বৰপেটা জিলাত উৎপাদিত পাচলি কলকাতাৰ অভিজাত বজাৰলৈ এনেদৰে বৃহৎ মাত্ৰাত ৰপ্তানি সম্ভৱ হৈ উঠিছে ।

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাইয়ো এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি কালিয়ে এক টুইটযোগে জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ শলাগ লয় । জনসংযোগ বিষয়াই জনোৱা মতে, কেৱল সিমানেই নহয়, কালি মন্দিয়াৰ পৰাই দুখন ট্ৰাকত ৩.২ মেট্ৰিক টন আলু যোৰহাটৰ বজাৰলৈ প্ৰেৰণ কৰা হয় ।

জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাত প্ৰশাসনৰ তৰফৰ পৰা সকলো সহযোগ আগবঢ়োৱাৰ উপৰি জিলা কৃষি বিভাগৰ বিষয়াসকলেও এই ক্ষেত্ৰত আগভাগ লোৱা দেখা যায় । ইয়াৰ ফলত চলিত সান্ধ্য আইনে কৃষকসকলৰ উৎপাদিত পাচলি বিক্ৰিত পেলোৱা নেতিবাচক প্ৰভাৱৰ পৰা কৃষকসকল কিছু উপকৃত হৈছে ।

উল্লেখযোগ্য যে বৰপেটা জিলা কৃষি ক্ষেত্ৰত অগ্ৰণী হোৱা হেতুকে অৰ্ধ তলাবন্ধৰ এই সময়চোৱাত জিলাখনৰ কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হৈছিল যদিও সম্প্ৰতি জিলা উপায়ুক্ত আৰু কৃষি বিভাগৰ তৎপৰতাত কৃষি বাণিজ্যৰ দিশত সুস্থিৰতা উভতি অহা পৰিলক্ষিত হৈছে । তেওঁ জনোৱা মতে, বিভাগৰ উদ্যোগত বাঘবৰৰ চৰ অঞ্চলৰ পৰা ৰঙালাওৰ আন এটি বৃহৎ গোট বাহিৰলৈ প্ৰেৰণৰ প্ৰচেষ্টা চলি আছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APARTAtul Bora
publisher

publisher

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d