Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

মাত্ৰ ৪২ বছৰ বয়সতে প্ৰয়াত এছিয়ান গেমছত স্বৰ্ণপদক জয়ী বক্সাৰ পদ্মশ্ৰী ডিংকু সিং

publisher by publisher
June 10, 2021
in India, News, Sports
Reading Time: 1 min read
0
মাত্ৰ ৪২ বছৰ বয়সতে প্ৰয়াত এছিয়ান গেমছত স্বৰ্ণপদক জয়ী বক্সাৰ পদ্মশ্ৰী ডিংকু সিং
3
SHARES
26
VIEWS
ShareShareShareShare

প্ৰসিদ্ধ বক্সাৰ নাংগম ডিংকু সিঙৰ মৃত্যু । মৃত্যুৰ সময়ত তেওঁৰ বয়স মাত্ৰ ৪২ বছৰ হৈছিল । ২০১৭ৰ পৰা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ । বিগত বৰ্ষত কৰ’নাটো আক্ৰান্ত হৈছিল ডিংকু । ফলত শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে । বক্সাৰজনে ১৯৯৮ত বেংককত এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল ।

Dingko File 571 855বিগত বৰ্ষৰ জানুৱাৰীত ডিংকুক দিল্লীত ৰেডিয়েচন দিয়া হয় । ইয়াৰ পাছত তেওঁ ইম্ফলত নিজ গৃহত উভতি আহে । এপ্ৰিলত পুনৰ শৰীৰক অৱস্থাৰ অৱনতি ঘটাত তেওঁক দিল্লীলৈ লৈ অনা হয় । জণ্ডিছটো আক্ৰান্ত ডিংকু । ১৯৯৮ত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল । ২০১৩ত পদ্মশ্ৰী অৰ্জন কৰে ।

প্ৰতিভাৱান খেলুৱৈগৰাকীৰ মৃত্যুত ভাৰতৰ বক্সিং জগতত শোকাকোল পৰিৱেশ বিৰাজ কৰিছে । অলিম্পিক্স পদকজয়ী বক্সাৰ বিজেন্দ্ৰ সিঙে টুইট কৰে, ‘ম‌ই অতি শোকস্তব্ধ । তেওঁৰ জীৱনৰ যুঁজে অন্যক অনুপ্ৰেৰণা যোগাব বুলি আশাপ্ৰদ । ম‌ই প্ৰাৰ্থনা কৰিছো তেওঁৰ শোকসন্তপ্ত পৰিয়ালে যাতে এই সময় পাৰ কৰিবলৈ শক্তি পায় ।’

https://twitter.com/boxervijender/status/1402822003380293632?s=20

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি কয়, ‘শ্ৰী ডিংকু সিং অন্যতম তাৰকা আছিল । এজন অসামান্য বক্সাৰ, তেওঁ নিজে খ্যাতি অৰ্জন কৰি ভাৰতীয় বক্সিঙৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰি দিছিল । তেওঁৰ মৃত্যুত শোকাহত । তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা ।’

Shri Dingko Singh was a sporting superstar, an outstanding boxer who earned several laurels and also contributed to furthering the popularity of boxing. Saddened by his passing away. Condolences to his family and admirers. Om Shanti.

— Narendra Modi (@narendramodi) June 10, 2021

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে, ‘বক্সিঙত এছিয়ান গেমছৰ স্বৰ্ণপদক প্ৰাপ্ত অল্প বয়সী এন ডিংকু সিঙৰ মৃত্যুৱে মোক গভীৰ বেদনা দিছে । মণিপুৰৰ পদ্মশ্ৰী ডিংকুৱে উত্তৰ-পূৰ্বাঞ্চলৰ বক্সিঙৰ এটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল । এই অপূৰণীয় ক্ষতিত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা ।’

The demise of very young N Dingko Singh, an Asian Games gold medalist in boxing, has left me deeply pained. Hailing from Manipur, Padma Shri Dingko inspired a generation of boxers from the North East.

My heartfelt condolences to the bereaved family at this irreparable loss. pic.twitter.com/rMM2Ce7yxH

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 10, 2021

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট কৰে, ‘ডিংকু সিং কেৱল ভাৰতৰ শ্ৰেষ্ঠ বক্সিং খেলুৱৈয়ে নাছিল, এক সংবেদন আছিল যিয়ে বক্সিঙক ভাৰতৰ খেলৰ মানচিত্ৰত স্থাপন কৰিছিল । কিংবদন্তিগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছো । তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা ।’

ADVERTISEMENT

Dingko Singh was not only one of India's finest boxers but a sensation who put boxing on the sports map of the country. Saddened at the untimely death of the legend. My deepest condolences to his family and millions of fans. pic.twitter.com/RJRIj9KDLQ

— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) June 10, 2021

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaNarendra ModiNgangom Dingko SinghSarbananda SonowalVijender Singh
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d