Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বেঁকী নৈৰ খহনীয়া ৰোধৰ দাবী, জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকালৈ স্মাৰকপত্ৰ বাগ্‌সা জিলা আমছুৰ

publisher by publisher
June 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
বেঁকী নৈৰ খহনীয়া ৰোধৰ দাবী, জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকালৈ স্মাৰকপত্ৰ বাগ্‌সা জিলা আমছুৰ
4
SHARES
35
VIEWS
ShareShareShareShare

বছৰ বছৰ ধৰি শালবাৰীৰ গোৱৰ্ধনা, নাৰায়ণগুৰি,বিশপানী,চূণপনী,এলেঙামাৰী,ছাফাকামাৰ,খাৰিজা বিজনীৰ ভিন্ন অঞ্চল আদিত বেঁকী নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰমাটি,খেতিপথাৰ আদি উছন কৰি পেলাইছে ৷

ADVERTISEMENT

এইবেলিও বেঁকীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ অঞ্চলত৷খহনীয়াৰ পৰা ৰাইজক মুক্ত কৰাৰ দাবীৰে আজি বাগ্‌সা জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

বাগ্‌সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খান আৰু সম্পাদকদ্বয় সাহাদত হুছেইন,জাহেৰ আলী স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি বেঁকীৰ খহনীয়াত ইতিমধ্যে হেজাৰ হেজাৰ বিঘা মাটি,ঘৰ দুৱাৰ,ৰাজহুৱা সম্পত্তি আদি জাহ গৈছে যদিও এতিয়ালৈকে স্থায়ীকৈ খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এইবাৰ আকৌ বেঁকী নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ।

যাৰ ফলত বৰপেটা ৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোৱৰ্দ্ধনাত ১৯০৬ চনত স্থাপিত হোৱা ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ মানচিত্ৰৰ পৰা বিলীন হৈ বেঁকী নৈৰ বুকুত জাহ যাবলৈ আৰু মাত্ৰ ৫০ ৰ পৰা ৬০ মিটাৰহে বাকী আছে। তাৰ সমান্তৰালকৈ জিলাখনৰ গোৱৰ্দ্ধনা প্ৰাথমিক শিক্ষাখণ্ডৰ কালপানী মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ তথা শালবাৰী মহকুমাৰ বিশপানী গাওঁস্থিত ১৯৮৫ চনত স্থাপিত এলটপাৰা প্ৰাথমিক বিদ্যালয়খনো সম্প্ৰতি বেঁকী নদীৰ তীব্ৰ খহনীয়াৰ কৱলত পৰি কিছু অংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।

অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠানখন যদি এইদৰে নদীৰ বুকুত বিলীন হৈ যায় তেন্তে শ শ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পৰা বঞ্চিত হ’ব। স্মাৰকপত্ৰখনত শংকৰ-মাধৱ সত্ৰ আৰু এলটপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নদীৰ তীব্ৰ খহনীয়াৰ পৰা উদ্ধাৰ কৰা, বাগ্‌সাৰ নাৰায়ণগুৰিৰ পৰা বৰপেটাৰ সৰভোগ দলংলৈকে বেঁকী নদীৰ দুয়োপাৰে স্থায়ী বান্ধৰ লগতে খহনীয়াৰ ফলত গৃহহীন হোৱা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় বাগ্‌সা আমছুৰ নেতাসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAMSUPijush Hazarika
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d