Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

বিগত পৰীক্ষাত অনুউত্তীৰ্ণৰ কি হ’ব ?

মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল মূল্যায়নৰ সন্দৰ্ভত বৈঠকত উত্থাপিত প্ৰশ্ন

publisher by publisher
June 24, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
বিগত পৰীক্ষাত অনুউত্তীৰ্ণৰ কি হ’ব ?
1
SHARES
13
VIEWS
ShareShareShareShare

ইতিমধ্যে বাতিল ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ মূল্যায়নৰ আধাৰ হ’ব শিক্ষাৰ্থীসকলে ইয়াৰ পূৰ্বৰ পৰীক্ষাসমূহত নৱম আৰু দশম শ্ৰেণীত লাভ কৰা নম্বৰ । সম্প্ৰতি এই বিষয়টোক লৈ অনুষ্ঠিত হোৱা সঘন বৈঠক আৰু কালিও এনে সম্পৰ্কীয় বৈঠকত এনে ইংগিতে স্পষ্ট হৈছে । কি পদ্ধতিৰ পৰীক্ষাৰ মূল্যায়ন কৰিব পৰা যাব তাকে লৈ কালি অনুষ্ঠিত আলোচনাত আন এক বিষয়ে চৰ্চা লাভ কৰিছে । এনে বহু ছাত্ৰ-ছাত্ৰী আছে যিসকলে পূৰ্বৰ পৰীক্ষাসমূহত উন্নত ফলাফল দেখুৱাব পৰা নাই । পৰৱৰ্তী পৰীক্ষাতহে অধিক মনোযোগী হ’ব বুলিও ভবা বহু ছাত্ৰ-ছাত্ৰী আছে ।

ADVERTISEMENT

তদুপৰি, বিভিন্ন কাৰণত সময়ে সময়ে হৈ থকা বিদ্যালয়ৰ আভ্যন্তৰীণ পৰীক্ষাসমূহত উপযুক্ত ফলাফল লাভ নকৰা ছাত্ৰ-ছাত্ৰীও আছে । এনে বহু ছাত্ৰ-ছাত্ৰীৰ আশা-ভৰসাৰ থলী আছিল মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো । মেট্ৰিক পৰীক্ষাতে নিজৰ সম্পূৰ্ণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি সাজু হৈ থকা ছাত্ৰ-ছাত্ৰীৰ অভাৱ নাই । কিন্তু এইবাৰ তেনে নহ’ল । এই প্ৰসংগত প্ৰশ্ন উত্থাপন হৈছে যে পূৰ্বৰ পৰীক্ষাত ভাল প্ৰদৰ্শন নকৰা সকলৰ এতিয়া কি হ’ব পুনৰ ফলাফল ভাল কৰাৰ সুযোগৰ পৰা বঞ্চিত হ’ব নেকি ছাত্ৰ-ছাত্ৰীসকল । একাংশ অভিভাৱকে কয় যে, এনে বহু কথাই চালি-জাৰি চোৱাৰ প্ৰয়োজন আছে । যাতে, ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত মূল্যায়নৰ পৰা বঞ্চিত নহয় ।

RelatedPosts

অসম চৰকাৰে আজিৰে পৰা দশম শ্ৰেণীৰ চাৰি লাখ শিক্ষাৰ্থীক বিদ্যালয়ত পাঠদান কৰিবলৈ প্ৰস্তুত

১২ জুলাইত প্ৰতিবেদন দাখিল নকৰা বিদ্যালয়ৰ ফলাফল ঘোষণা নহয়

চলিত বৰ্ষত বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল কিদৰে ঘোষণা কৰা হ’ব এই সন্দৰ্ভত শিক্ষা বিভাগে গঠন কৰি দিয়া নজনীয়া সমিতিখনৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনাৰ বৈঠক কালি অসম মাধ্যমিক শিক্ষা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ।

প্ৰাক্তন উপাচাৰ্য তথা উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ ড° অলক কুমাৰ বুঢ়াগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই বৈঠকত মূলতঃ ছেবা কৰ্তৃপক্ষই বিদ্যালয়সমূহৰ পৰা বিচৰা পৰীক্ষাৰ্থীৰ তথ্যৰ ওপৰত ভিত্তি কৰি কেনে পদ্ধতিৰে ফলাফল মূল্যায়ন কৰিব পৰা যায় তাৰ সূত্ৰৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

উল্লেখ্য যে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ইতিমধ্যে ছেবা কৰ্তৃপক্ষই পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব লগা সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বিগত পৰীক্ষাৰ পাৰদৰ্শিতাৰ তথ্য বিচাৰি প্ৰ-পত্ৰ প্ৰেৰণ কৰিছে । এই প্ৰ-পত্ৰত সংশ্লিষ্ট বিদ্যালয়খনৰ কিমান পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব, তাৰে নিয়মীয়া, বিশেষভাৱে সক্ষম আৰু বিগত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান পৃথকে পৃথকে তথ্য যোগানৰ নিৰ্দেশ দিয়া হৈছে ।

সমান্তৰালভাৱে প্ৰথমবাৰলৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা তথা নিয়মীয়া শিক্ষাৰ্থীসকলে ২০১৯ত নৱম শ্ৰেণীত লাভ কৰা মুঠ নম্বৰ, ২০২০ত দশম শ্ৰেণীত অনুষ্ঠিত চাৰিটা ইউনিট টেষ্ট, ছমহীয়া পৰীক্ষা আৰু মেট্ৰিকৰ আগমুহূৰ্তত লোৱা টেষ্টত কিমান নম্বৰ লাভ কৰিছিল প্ৰ-পত্ৰৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ।

একেদৰে বিগত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা তথা এইবাৰ পুনৰ আবেদন কৰা কোনো শিক্ষাৰ্থীয়ে ২০২০-২১ শিক্ষাবৰ্ষত নিয়মীয়া পাঠদানত অংশগ্ৰহণ কৰিছিল নেকি, কোন বৰ্ষত অনুত্তীৰ্ণ, কেতিয়ালৈকে নিয়মীয়া পাঠদানত আছিল আদি তদ্য‌ও সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰা বিচৰা হৈছে । এই তথ্য অধ্যয়ন কৰিয়েই উচ্চস্তৰীয় সমিতিখনে ফলাফল ঘোষণাৰ পদ্ধতি মূল্যায়ন কৰি শীঘ্ৰে শিক্ষা বিভাগৰ হাতত প্ৰতিবেদন দাখিল কৰিব ।

ইফালে, বৈঠকৰ অন্তত সমিতিৰ অধ্যক্ষ ড° বুঢ়াগোহাঁইয়ে কয় যে, বৈজ্ঞানিকভাৱে বিবেচনা কৰি বস্তুনিষ্ঠভাৱে ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুত কৰা হ’ব, যাতে সকলো পৰীক্ষাৰ্থীৰ বাবে এই আৰ্হিৰ গ্ৰহণযোগ্যতা থাকে । তেওঁ কয় যে, ইতিমধ্যে শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ পাৰদৰ্শিতাৰ তথ্য বিদ্যালয়সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে । এই তথ্যসূত্ৰসমূহৰ ওপৰত ভিত্তি কৰি বস্তুনিষ্ঠ আৰু বৈজ্ঞানিক এই দুটা বস্তু সংযুক্ত কৰি মূল্যায়নৰ ব্যৱস্থা কৰা হ’ব । সংগ্ৰহ কৰা তথ্য অধ্যয়ন কৰা হৈছে, যাতে কোনো ত্ৰুটি থাকি নাযায় আৰু শীঘ্ৰে প্ৰতিবেদন চৰকাৰৰ হাতত দাখিল কৰা হ’ব বুলি তেওঁ কয় ।

উল্লেখ্য যে, উক্ত বৈঠকত নজনীয়া সমিতিখনৰ অন্যতম সদস্য তথা ছেবাৰ অধ্যক্ষ আৰ চি জ‌ইন, মাধ্যমিক শিক্ষাৰ উপ-সচিব এছ এন দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা, শিক্ষাবিদ ৰঞ্জিত ডাম, হাকিম তাৰাফদাৰ, চি বি ৰায়, মৃণাল খাউণ্ড আৰু সমিতিখনৰ সমন্বয়ক ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Alak Kumar BuragohainPrasanna BoraS N Das
publisher

publisher

Related Posts

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d