Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সােমবাৰৰ পৰা এসপ্তাহলৈ নতুন নির্দেশনা, হটস্পট হিচাপে চিহ্নিত ২৪৭ টা অঞ্চল

বিশ্বনাথ-গােৱালপাৰা-মৰিগাঁও জিলাক কন্টেইনমেন্ট জ’ন ঘােষণা, কঠোৰ হ’ব আন্তঃজিলা নিষেধাজ্ঞা

publisher by publisher
June 26, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
সােমবাৰৰ পৰা এসপ্তাহলৈ নতুন নির্দেশনা, হটস্পট হিচাপে চিহ্নিত ২৪৭ টা অঞ্চল
1
SHARES
13
VIEWS
ShareShareShareShare

ৰাজ্যত ক’ভিডৰ সংক্রমণ সামগ্রিকভাৱে হ্রাস পালেও এতিয়াও বহু অঞ্চলৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ আছে। সেয়েহে এনে অঞ্চলসমূহক চিনাক্ত কৰি সংক্রমণ ৰােধৰ লক্ষ্যৰে সম্প্রতি বলবৎ হৈ থকা নীতি-নির্দেশনাৰ কিছুৰ সাল-সলনি কৰি অহা সােমবাৰৰ পৰা এই অঞ্চলসমূহত কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

ADVERTISEMENT

সেই অনুসৰি, মৰিগাঁও, গােৱালপাৰা আৰু বিশ্বনাথ জিলাৰ লগতে গােলাঘাট জিলাৰ বােকাখাত মহকুমাৰ লগতে আন কেবাখনাে জিলাৰ মুঠ ২৪৭টা অঞ্চলক কন্টেইনমেন্ট জন হিচাপে শুকুৰবাৰে ঘােষণা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। শুকুৰবাৰে সন্ধিয়া জনতা ভৱনত এক সংবাদমেল সম্বােধন কৰি তেওঁ এই নির্দেশনা জাৰি কৰে।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

মহন্তই কয়, ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি মুখ্যমন্ত্রী অধ্যক্ষতাত গৃহ, ৰাজহ আৰু দুর্যোগ, স্বাস্থ্য বিভাগ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগত এখন পর্যালােচনা সভা অনুষ্ঠিত হয়। এই বৈঠকত কিছু নতুন নীতি-নিদের্শনা গ্রহণ কৰা হৈছে আৰু অহা সােমবাৰৰ পৰা এসপ্তাহৰ বাবে প্রযােজ্য হ’ব। দেওবাৰলৈকে পূর্বৰ নীতি নির্দেশনা বাহাল থাকিব।

উল্লেখ্য যে যােৱা এসপ্তাহত কোন কোন জিলাত কোনকেইটা অঞ্চলত সংক্রমণ বৃদ্ধি হৈছে শুকুৰবাৰে বৈঠকত পর্যালােচনা কৰা হয় আৰু ১০ জনৰ পৰা ৫০ জন বা ততােধিক সংক্রমিত হােৱা ২৪৭ টা অঞ্চল চিনাক্ত কৰা হয় বুলি মন্ত্রীজনে কয় ।একেদৰে ১০ জনৰ তলত সংক্রমণ হােৱা হিচাপে ৪,৫৮১টা অঞ্চল চিহ্নিত হােৱা বুলি মন্ত্রীজনে উল্লেখ কৰি কয় যে সদ্যহতে ১০ জনৰ ওপৰৰ সংক্রমণ হােৱা অঞ্চলসমূহ সম্পূর্ণ কন্টেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰা হৈছে আৰু ইয়াৰ তলত সংক্রমণ হােৱা অঞ্চলসমূহ চোকা দৃষ্টি ৰাখি ক’ভিড পৰীক্ষা, টিকাকৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে।

সমান্তৰালভাৱে উল্লিখিত তিনিওখন জিলা আৰু বােকাখাত মহকুমাত সংক্রমণ দ্রুতহাৰত বৃদ্ধি পােৱাৰ পৰিপ্ৰেক্ষিতত সােমবাৰে পুৱাৰে পৰা সম্পূর্ণ কন্টেইনমেন্ট জ’ন হ’ব বুলি সদৰী কৰি মন্ত্ৰী মহন্তই কয়, এই কন্টেইনমেন্ট জ’নত কেৱল অত্যাৱশ্যকীয় সেৱাহে মুকলি থাকিব। ইয়াৰ উপৰি কেৱল গেলামালৰ দোকান পুৱাৰে পৰা সন্ধিয়া পাঁচ বজালৈ খােলা থাকিব। এই গেলামালৰ দোকানসমূহৰ সন্মুখত শাক-পাচলি বিক্ৰী কৰিব পাৰিব।

বেলেগ শাক-পাচলিৰ বজাৰ নিজাববীয়াকৈ বহিব নােৱাৰিব। ইফালে, কামৰূপ মহানগৰ জিলাত সংক্রমণ হাৰ কিছু হ্রাস পােৱাত বলৱৎ হৈ থকা সান্ধ্য আইনৰ সময়সীমা হ্ৰাস কৰি সােমবাৰৰ পৰা তিনিবজালৈ সকলাে দোকান-পােহাৰ খােলাৰ নির্দেশনা জাৰি কৰা হৈছে আৰু উক্ত দিনটোৰ পৰা মহানগৰীত চাৰি বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব বুলি মন্ত্রীজনে কয়।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ পূৰ্বৰ নির্দেশনাত আঠখন জিলা ক্রমে দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউত সংক্রমণ হ্রাস পােৱাৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া পাঁচ বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ কৰিছিল আৰু সোমাবাৰৰ পৰা জাৰি হ’ব লগা নতুন নির্দেশনা অনুসৰি ই বাহাল থাকিব।

এই আঠ জিলাৰ লগত সােমবাৰৰ পৰা হাইলাকান্দি জিলা সংযুক্ত হ’ব বুলি মন্ত্রীজনে সদৰী কৰি এই জিলাকেইখনত চাৰি বজালৈকে সকলাে খােলা থাকিব বুলি কয়। উল্লেখ্য যে অনান্য জিলাসমূহ সােমবাৰৰ পৰা ১২ বজালৈকে খােলা থাকিব আৰু এক বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব।

সােমবাৰৰ পৰা কঠোৰ হ’ব আন্তঃজিলা যাতায়াত নিষেধাজ্ঞা

অহা সােমবাৰৰ পৰা ৰাজ্যত বলৱৎ হ’ব লগা ক’ভিডৰ নতুন নীতি-নির্দেশনা অনুসৰি আন্তঃজিলা যাতায়াত বন্ধৰ
নিষেধাজ্ঞা অতি কঠোৰ ৰূপত বলৱৎ হ’ব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্রী মহন্তই। উল্লেখ্য যে ৰাজ্যত বর্তমানেও আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে যদিও সম্পূৰ্ণৰূপে ই কার্যকৰী নােহােৱাত বহু অঞ্চলত সংক্রমণ হাৰ বৃদ্ধি পাই আহিছে। এই ক্ষেত্ৰত শুকুৰবাৰে বৈঠকত এই দিশত হােৱা আলােচনাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তঃজিলা যাতায়াত বন্ধ কঠোৰভাৱে কার্যকৰী কৰিবলৈ আৰক্ষী আৰু জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। স্বাস্থ্যমন্ত্রীয়েও এই কথা স্পষ্টকৈ প্ৰকাশ কৰে।

দুটা পালি প্রতিষেধক লওঁতাই বিমানকোঠ-ৰেল ষ্টেছনত ক’ভিড পৰীক্ষা কৰিব নালাগে

তিনিদিনীয়া স্বাস্থ্য বিভাগৰ মেগা প্রতিষেধক প্রদান শিবিৰত সৰ্বমুঠ ন লাখ ৮৪ হেজাৰ লােকক প্রতিষেধক প্রদান কৰা
হয় বুলি স্বাস্থ্যমন্ত্রী মহন্তই শুকুৰবাৰে সদৰী কৰি এতিয়াৰে পৰা প্ৰতিদিনে ডেৰ লাখ লােকক প্রতিষেধক প্ৰদান কৰা হ’ব বুলি কয়। পহিলা জুলাইৰ পৰা প্রতিষেধক প্রদানৰ সংখ্যা পুনৰ বৃদ্ধি কৰা হ’ব আৰু যিসকলে দুটাকৈ প্রতিষেধক গ্রহণ কৰিছে, তেওঁলােকে প্রমাণপত্র দেখুৱালে বিমানকোঠ আৰু ৰেল ষ্টেছনত ক’ভিড পৰীক্ষা কৰিব নালাগে বুলি মন্ত্রীজনে কয়।

প্রথম পালি প্রতিষেধক লােৱা কৰ্মচাৰীয়ে সােমবাৰৰ পৰা আহিব লাগিব কার্যালয়লৈ

প্রথম পালি প্রতিষেধক লােৱা ৰাজ্যৰ চৰকাৰী চাকৰিয়ালসকলে অহা সােমবাৰৰ পৰা কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলি শুকুৰবাৰে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্রী মহন্তই। অৱশ্যে পাঁচ বছৰৰ তলৰ সন্তান থকা, গৰ্ভৱতী মহিলা, দিব্যাংগ কর্মচাৰীসকলক এই নির্দেশৰ পৰা ৰেহাই দিয়া হৈছে তেওঁলােকে ঘৰৰ পৰাই কার্য সম্পাদন কৰিব লাগিব বুলি মন্ত্রীজনে
কয়।

শিশুৰ লগত জড়িত প্রথম শাৰীৰ যযাদ্ধাক শীঘ্রে প্রতিষেধক ল’বলৈ কঠোৰ নির্দেশনা

শিশুৰ লগত জড়িত তথা ক’ভিড যােদ্ধাৰ প্ৰথম শাৰীৰ কৰ্মী যেনে আশাকর্মী, এম পি ডব্লিউ, এছ ডব্লিউ, অংগনবাড়ী কর্মী আদিয়ে যদি প্রতিষেধক লােৱা নাই তেন্তে তেওঁলােকক তৎকালীনভাৱে প্রতিষেধক ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। এই কথা প্রকাশ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে তেওঁলােকক অগ্রাধিকাৰ ভিত্তিত প্রতিষেধক প্রদান কৰিবলৈ জিলা প্রশাসন, স্বাস্থ্য বিভাগক নির্দেশ দিয়া হৈছে। প্রতিষেধক নােলােৱাকৈ যদি কোনাে আঁতৰি থাকে, তেওঁলােকৰ পাৰিতােষিক-দৰমহা বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়া হৈছে বুলি মহন্তই কয়।

পৰীক্ষা কৰা ক’ভিডৰ মুঠ নমুনাৰ ৭৭ শতাংশৰ দেহত ডেল্টা ভেৰিয়েন্ট

বর্তমানলৈকে ৰাজ্যৰ বাহিৰত পৰীক্ষা কৰােৱা ক’ভিড নমুনাৰ ভিতৰত ৭৭ শতাংশৰ দেহতে ডেল্টা ভেৰিয়েন্ট উপস্থিতি ধৰা পৰিছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই শুকুৰবাৰে সদৰী কৰে। উল্লেখ্য যে ৰাজ্যৰ ১০ টা চৰকাৰী পৰীক্ষাগাৰত ক’ভিডৰ আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত এই পৰীক্ষাগাৰসমূহৰ পৰা প্রতিমাহে ৩০টাকৈ অর্থাৎ মাহত সৰ্বমুঠ তিনিশটা নমুনা কলকাতাত থকা ‘নেচনেল ইনষ্টিটিউট অফ বায়’মেজিকেল জিন’মিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। ক’ভিডৰ দ্বিতীয় টৌ আৰম্ভ হােৱাৰ সময়ত তথা এপ্রিলৰ পৰা এই নমুনা পৰীক্ষাগাৰটোলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী মহন্ত কয়, ইতিমধ্যে এপ্রিল-মে’ৰ পৰীক্ষাৰ ফলাফল আমি লাভ কৰিছাে।

এই নমুনা পৰীক্ষাত আমি দেখিছাে ৭৭ শতাংশ ডেল্টা ভেৰিয়েণ্ট আৰু ২৩ শতাংশ কাপা ভেৰিয়েণ্টৰ তথ্য পােহৰলৈ আহিছে। যত ডেল্টা ভেৰিয়েণ্ট থাকে, তাত দ্রুত সংক্রমণ হয়। হাওঁফাওঁত বেছিকৈ আৰু শক্তিশালীভাৱে আক্রমণ। কৰে। তাৰ পাছত মন’ক্লিনিকেল এন্টিবডী ড্ৰাগছ আমি ব্যৱহাৰ কৰােতে ইয়াৰ কার্যক্ষম অলপ কম দেখা যায়। এই ক্ষেত্ৰত আমি সজাগ হৈ আছে। যিকেইজন ৰােগীৰ নমুনাত এই তথা পােহৰলৈ আহিছে তেওঁলােকক স্বাস্থ্য বিভাগৰ পৰা পােনপটীয়াকৈ যােগাযােগ কৰা হৈছে আৰু ইয়াৰ ভিতৰত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19Keshab Mahanta
publisher

publisher

Related Posts

পুনৰ কঁপি উঠিল পাকিস্তান!
News

পুনৰ কঁপি উঠিল পাকিস্তান!

May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 
India

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
News

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

May 12, 2025
Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d