Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সােমবাৰৰ পৰা এসপ্তাহলৈ নতুন নির্দেশনা, হটস্পট হিচাপে চিহ্নিত ২৪৭ টা অঞ্চল

বিশ্বনাথ-গােৱালপাৰা-মৰিগাঁও জিলাক কন্টেইনমেন্ট জ’ন ঘােষণা, কঠোৰ হ’ব আন্তঃজিলা নিষেধাজ্ঞা

publisher by publisher
June 26, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
সােমবাৰৰ পৰা এসপ্তাহলৈ নতুন নির্দেশনা, হটস্পট হিচাপে চিহ্নিত ২৪৭ টা অঞ্চল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰাজ্যত ক’ভিডৰ সংক্রমণ সামগ্রিকভাৱে হ্রাস পালেও এতিয়াও বহু অঞ্চলৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ আছে। সেয়েহে এনে অঞ্চলসমূহক চিনাক্ত কৰি সংক্রমণ ৰােধৰ লক্ষ্যৰে সম্প্রতি বলবৎ হৈ থকা নীতি-নির্দেশনাৰ কিছুৰ সাল-সলনি কৰি অহা সােমবাৰৰ পৰা এই অঞ্চলসমূহত কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

ADVERTISEMENT

সেই অনুসৰি, মৰিগাঁও, গােৱালপাৰা আৰু বিশ্বনাথ জিলাৰ লগতে গােলাঘাট জিলাৰ বােকাখাত মহকুমাৰ লগতে আন কেবাখনাে জিলাৰ মুঠ ২৪৭টা অঞ্চলক কন্টেইনমেন্ট জন হিচাপে শুকুৰবাৰে ঘােষণা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। শুকুৰবাৰে সন্ধিয়া জনতা ভৱনত এক সংবাদমেল সম্বােধন কৰি তেওঁ এই নির্দেশনা জাৰি কৰে।

মহন্তই কয়, ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি মুখ্যমন্ত্রী অধ্যক্ষতাত গৃহ, ৰাজহ আৰু দুর্যোগ, স্বাস্থ্য বিভাগ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগত এখন পর্যালােচনা সভা অনুষ্ঠিত হয়। এই বৈঠকত কিছু নতুন নীতি-নিদের্শনা গ্রহণ কৰা হৈছে আৰু অহা সােমবাৰৰ পৰা এসপ্তাহৰ বাবে প্রযােজ্য হ’ব। দেওবাৰলৈকে পূর্বৰ নীতি নির্দেশনা বাহাল থাকিব।

উল্লেখ্য যে যােৱা এসপ্তাহত কোন কোন জিলাত কোনকেইটা অঞ্চলত সংক্রমণ বৃদ্ধি হৈছে শুকুৰবাৰে বৈঠকত পর্যালােচনা কৰা হয় আৰু ১০ জনৰ পৰা ৫০ জন বা ততােধিক সংক্রমিত হােৱা ২৪৭ টা অঞ্চল চিনাক্ত কৰা হয় বুলি মন্ত্রীজনে কয় ।একেদৰে ১০ জনৰ তলত সংক্রমণ হােৱা হিচাপে ৪,৫৮১টা অঞ্চল চিহ্নিত হােৱা বুলি মন্ত্রীজনে উল্লেখ কৰি কয় যে সদ্যহতে ১০ জনৰ ওপৰৰ সংক্রমণ হােৱা অঞ্চলসমূহ সম্পূর্ণ কন্টেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰা হৈছে আৰু ইয়াৰ তলত সংক্রমণ হােৱা অঞ্চলসমূহ চোকা দৃষ্টি ৰাখি ক’ভিড পৰীক্ষা, টিকাকৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে।

সমান্তৰালভাৱে উল্লিখিত তিনিওখন জিলা আৰু বােকাখাত মহকুমাত সংক্রমণ দ্রুতহাৰত বৃদ্ধি পােৱাৰ পৰিপ্ৰেক্ষিতত সােমবাৰে পুৱাৰে পৰা সম্পূর্ণ কন্টেইনমেন্ট জ’ন হ’ব বুলি সদৰী কৰি মন্ত্ৰী মহন্তই কয়, এই কন্টেইনমেন্ট জ’নত কেৱল অত্যাৱশ্যকীয় সেৱাহে মুকলি থাকিব। ইয়াৰ উপৰি কেৱল গেলামালৰ দোকান পুৱাৰে পৰা সন্ধিয়া পাঁচ বজালৈ খােলা থাকিব। এই গেলামালৰ দোকানসমূহৰ সন্মুখত শাক-পাচলি বিক্ৰী কৰিব পাৰিব।

বেলেগ শাক-পাচলিৰ বজাৰ নিজাববীয়াকৈ বহিব নােৱাৰিব। ইফালে, কামৰূপ মহানগৰ জিলাত সংক্রমণ হাৰ কিছু হ্রাস পােৱাত বলৱৎ হৈ থকা সান্ধ্য আইনৰ সময়সীমা হ্ৰাস কৰি সােমবাৰৰ পৰা তিনিবজালৈ সকলাে দোকান-পােহাৰ খােলাৰ নির্দেশনা জাৰি কৰা হৈছে আৰু উক্ত দিনটোৰ পৰা মহানগৰীত চাৰি বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব বুলি মন্ত্রীজনে কয়।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ পূৰ্বৰ নির্দেশনাত আঠখন জিলা ক্রমে দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউত সংক্রমণ হ্রাস পােৱাৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া পাঁচ বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ কৰিছিল আৰু সোমাবাৰৰ পৰা জাৰি হ’ব লগা নতুন নির্দেশনা অনুসৰি ই বাহাল থাকিব।

এই আঠ জিলাৰ লগত সােমবাৰৰ পৰা হাইলাকান্দি জিলা সংযুক্ত হ’ব বুলি মন্ত্রীজনে সদৰী কৰি এই জিলাকেইখনত চাৰি বজালৈকে সকলাে খােলা থাকিব বুলি কয়। উল্লেখ্য যে অনান্য জিলাসমূহ সােমবাৰৰ পৰা ১২ বজালৈকে খােলা থাকিব আৰু এক বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব।

সােমবাৰৰ পৰা কঠোৰ হ’ব আন্তঃজিলা যাতায়াত নিষেধাজ্ঞা

অহা সােমবাৰৰ পৰা ৰাজ্যত বলৱৎ হ’ব লগা ক’ভিডৰ নতুন নীতি-নির্দেশনা অনুসৰি আন্তঃজিলা যাতায়াত বন্ধৰ
নিষেধাজ্ঞা অতি কঠোৰ ৰূপত বলৱৎ হ’ব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্রী মহন্তই। উল্লেখ্য যে ৰাজ্যত বর্তমানেও আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে যদিও সম্পূৰ্ণৰূপে ই কার্যকৰী নােহােৱাত বহু অঞ্চলত সংক্রমণ হাৰ বৃদ্ধি পাই আহিছে। এই ক্ষেত্ৰত শুকুৰবাৰে বৈঠকত এই দিশত হােৱা আলােচনাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তঃজিলা যাতায়াত বন্ধ কঠোৰভাৱে কার্যকৰী কৰিবলৈ আৰক্ষী আৰু জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। স্বাস্থ্যমন্ত্রীয়েও এই কথা স্পষ্টকৈ প্ৰকাশ কৰে।

দুটা পালি প্রতিষেধক লওঁতাই বিমানকোঠ-ৰেল ষ্টেছনত ক’ভিড পৰীক্ষা কৰিব নালাগে

তিনিদিনীয়া স্বাস্থ্য বিভাগৰ মেগা প্রতিষেধক প্রদান শিবিৰত সৰ্বমুঠ ন লাখ ৮৪ হেজাৰ লােকক প্রতিষেধক প্রদান কৰা
হয় বুলি স্বাস্থ্যমন্ত্রী মহন্তই শুকুৰবাৰে সদৰী কৰি এতিয়াৰে পৰা প্ৰতিদিনে ডেৰ লাখ লােকক প্রতিষেধক প্ৰদান কৰা হ’ব বুলি কয়। পহিলা জুলাইৰ পৰা প্রতিষেধক প্রদানৰ সংখ্যা পুনৰ বৃদ্ধি কৰা হ’ব আৰু যিসকলে দুটাকৈ প্রতিষেধক গ্রহণ কৰিছে, তেওঁলােকে প্রমাণপত্র দেখুৱালে বিমানকোঠ আৰু ৰেল ষ্টেছনত ক’ভিড পৰীক্ষা কৰিব নালাগে বুলি মন্ত্রীজনে কয়।

প্রথম পালি প্রতিষেধক লােৱা কৰ্মচাৰীয়ে সােমবাৰৰ পৰা আহিব লাগিব কার্যালয়লৈ

প্রথম পালি প্রতিষেধক লােৱা ৰাজ্যৰ চৰকাৰী চাকৰিয়ালসকলে অহা সােমবাৰৰ পৰা কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলি শুকুৰবাৰে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্রী মহন্তই। অৱশ্যে পাঁচ বছৰৰ তলৰ সন্তান থকা, গৰ্ভৱতী মহিলা, দিব্যাংগ কর্মচাৰীসকলক এই নির্দেশৰ পৰা ৰেহাই দিয়া হৈছে তেওঁলােকে ঘৰৰ পৰাই কার্য সম্পাদন কৰিব লাগিব বুলি মন্ত্রীজনে
কয়।

শিশুৰ লগত জড়িত প্রথম শাৰীৰ যযাদ্ধাক শীঘ্রে প্রতিষেধক ল’বলৈ কঠোৰ নির্দেশনা

শিশুৰ লগত জড়িত তথা ক’ভিড যােদ্ধাৰ প্ৰথম শাৰীৰ কৰ্মী যেনে আশাকর্মী, এম পি ডব্লিউ, এছ ডব্লিউ, অংগনবাড়ী কর্মী আদিয়ে যদি প্রতিষেধক লােৱা নাই তেন্তে তেওঁলােকক তৎকালীনভাৱে প্রতিষেধক ল’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। এই কথা প্রকাশ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে তেওঁলােকক অগ্রাধিকাৰ ভিত্তিত প্রতিষেধক প্রদান কৰিবলৈ জিলা প্রশাসন, স্বাস্থ্য বিভাগক নির্দেশ দিয়া হৈছে। প্রতিষেধক নােলােৱাকৈ যদি কোনাে আঁতৰি থাকে, তেওঁলােকৰ পাৰিতােষিক-দৰমহা বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়া হৈছে বুলি মহন্তই কয়।

পৰীক্ষা কৰা ক’ভিডৰ মুঠ নমুনাৰ ৭৭ শতাংশৰ দেহত ডেল্টা ভেৰিয়েন্ট

বর্তমানলৈকে ৰাজ্যৰ বাহিৰত পৰীক্ষা কৰােৱা ক’ভিড নমুনাৰ ভিতৰত ৭৭ শতাংশৰ দেহতে ডেল্টা ভেৰিয়েন্ট উপস্থিতি ধৰা পৰিছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই শুকুৰবাৰে সদৰী কৰে। উল্লেখ্য যে ৰাজ্যৰ ১০ টা চৰকাৰী পৰীক্ষাগাৰত ক’ভিডৰ আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত এই পৰীক্ষাগাৰসমূহৰ পৰা প্রতিমাহে ৩০টাকৈ অর্থাৎ মাহত সৰ্বমুঠ তিনিশটা নমুনা কলকাতাত থকা ‘নেচনেল ইনষ্টিটিউট অফ বায়’মেজিকেল জিন’মিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। ক’ভিডৰ দ্বিতীয় টৌ আৰম্ভ হােৱাৰ সময়ত তথা এপ্রিলৰ পৰা এই নমুনা পৰীক্ষাগাৰটোলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী মহন্ত কয়, ইতিমধ্যে এপ্রিল-মে’ৰ পৰীক্ষাৰ ফলাফল আমি লাভ কৰিছাে।

এই নমুনা পৰীক্ষাত আমি দেখিছাে ৭৭ শতাংশ ডেল্টা ভেৰিয়েণ্ট আৰু ২৩ শতাংশ কাপা ভেৰিয়েণ্টৰ তথ্য পােহৰলৈ আহিছে। যত ডেল্টা ভেৰিয়েণ্ট থাকে, তাত দ্রুত সংক্রমণ হয়। হাওঁফাওঁত বেছিকৈ আৰু শক্তিশালীভাৱে আক্রমণ। কৰে। তাৰ পাছত মন’ক্লিনিকেল এন্টিবডী ড্ৰাগছ আমি ব্যৱহাৰ কৰােতে ইয়াৰ কার্যক্ষম অলপ কম দেখা যায়। এই ক্ষেত্ৰত আমি সজাগ হৈ আছে। যিকেইজন ৰােগীৰ নমুনাত এই তথা পােহৰলৈ আহিছে তেওঁলােকক স্বাস্থ্য বিভাগৰ পৰা পােনপটীয়াকৈ যােগাযােগ কৰা হৈছে আৰু ইয়াৰ ভিতৰত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Keshab Mahanta
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d