Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

উত্তৰাখণ্ডত চাৰিমাহত তৃতীয় মুখ্যমন্ত্ৰী, আজি পুষ্কৰ সিঙৰ শপত

উপ-নিৰ্বাচন নোহোৱাৰ শংকাত পদত্যাগ ৰাৱটৰ

publisher by publisher
July 4, 2021
in India, News, Sports
Reading Time: 1 min read
0
উত্তৰাখণ্ডত চাৰিমাহত তৃতীয় মুখ্যমন্ত্ৰী, আজি পুষ্কৰ সিঙৰ শপত
4
SHARES
40
VIEWS
ShareShareShareShare

উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হ’ল পুষ্কৰ সিং ধামি । তেওঁ ৰাজ্যখনৰ একাদশ মুখ্যমন্ত্ৰীৰূপে আজি শপতগ্ৰহণ কৰিব । মুখ্যমন্ত্ৰী টিৰথ সিং ৰাৱটে অন্তৰ্কন্দল তথা ১০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত হোৱাৰ ক্ষীণ আশাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰাৰ বাবে নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হয় ।

ADVERTISEMENT

যোৱা মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ বিৰুদ্ধে তীব্ৰ বিসম্বাদৰ পৰিপ্ৰেক্ষিতত এই সময়ৰ সাংসদ টিৰথ সিং ৰাৱটক মুখ্যমন্ত্ৰীৰ পদ দিয়া হৈছিল । সেয়ে এই পদত বাহাল থাকিবলৈ তেওঁ ১০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যখনৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিব লাগিব । ক’ভিড মহামাৰীল পৰিপ্ৰেক্ষিতত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটো সুদূৰ পৰাহত হৈ পৰিছে । বিশেষকৈ অহা এবছৰৰ ভিতৰতে উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচনো আসন্ন হৈ আছে । ইয়াৰ উপৰি চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলত ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন কৰাক লৈ দেশৰ নিৰ্বাচন আয়োগ বিভিন্ন মহলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।

RelatedPosts

পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানক কঠোৰ সতৰ্কবাণী ৰাজনাথ সিঙৰ 

পশ্চিম এছিয়া উত্তেজনাৰ মাজতে দেশক আশ্বাস প্ৰতিৰক্ষা মন্ত্ৰীৰ

চীনা প্ৰতিৰক্ষামন্ত্ৰীৰ স’তে ৰাজনাথৰ বৈঠক !  

এই পৰিপ্ৰেক্ষিতত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ কিমান সাজু হ’ব তাকে লৈ প্ৰশ্ন আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙে সংবাদ মাধ্যমক কয়, ‘উত্তৰাখণ্ডত এক সাংবিধানিক সংকটৰ সৃষ্টি হৈছে কিয়নো আগন্তুক বিধানসভা নিৰ্বাচনলৈ এবছৰৰো কম সময় আছে । এই সময়ত উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে সন্মতি দিবনে ! নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনাদেশ আছিল যদিও পূৰ্বতেও অনুমতি নিদিয়াৰ উদাহৰণ আছে । নিৰ্বাচন আয়োগে ক’ভিড অতিমাৰীৰ বাবে কিছুমান ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে বুলি লিখিতভাৱে প্ৰকাশ কৰিছে ।’

ইপিনে, বিগত তিনিদিনে দিল্লীত বাহৰ পাতি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ স’তে আলোচনাত ব্যস্ত থকা টিৰথ সিঙক শুকুৰবাৰে বিয়লি নিজ ৰাজ্যলৈ যাবলৈ কোৱা হয় । ইয়াৰ পাছতে তেওঁ উত্তৰাখণ্ডৰ ৰাজ্যপাল বেৱী ৰাণী মৌৰ্যৰ সাক্ষাৎ বিচাৰে । ইয়াৰ পূৰ্বে তেওঁ দলৰ ৰাষ্ট্ৰীয় মুৰব্বী জে পি নড্ডাক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে । এক চমু বিবৃতিত টিৰথ সিঙে কয়, ‘সাংবিধানিক সংকটৰ পৰিস্থিতিত ম‌ই পদত্যাগ কৰাটো উপযুক্ত হ’ব বুলি বিবেচনা কৰিলো । ক’ভিডৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব নাযাব ।’

এই পৰিস্থিতিত সুযোগ আহি পৰিল পুষ্কৰ সিঙলৈ । কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ ঘনিষ্ঠৰূপে পৰিচিত পুষ্কৰ সিঙক উত্তৰাখণ্ডৰ ৫৭ জন বিজেপি বিধায়কে মুখ্যমন্ত্ৰীৰূপে বাছনি কৰে । ৰাজ্যখনৰ ৰাজধানী ডেৰাডুনত বিধায়কসকলে বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লয় । ৰাজ্যৰ কুমায়ু অঞ্চলৰ খাটিমা বিধানসভা সমষ্টিত হোৱা দুবাৰকৈ বিধায়ক ৪৫ বছৰীয়া পুষ্কৰ সিঙে ৰাজ্যৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ভগৎ সিং ক’শিয়াৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈ তেওঁৰ ওপৰত আৰোপ কৰা বিশ্বাসৰ বাবে দলীয় নেতাসকলক ধন্যবাদ জনাই পুষ্কৰ সিঙে কয় যে, সকলোৰে সহযোগত সন্মুখৰ প্ৰত্যাহ্বানৰ স’তে মোকাবিলা কৰিব । দলনেতা নিৰ্বাচনৰ বাবে বিজেপিৰ বিধায়কসকলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষকৰূপে উপস্থিত আছিল কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰাজ্যৰ ভাৰপ্ৰাপ্ত দুষ্যন্ত কুমাৰ গৌতম । নতুন মুখ্যমন্ত্ৰীৰূপে বিভিন্নজনৰ নাম চৰ্চাত আছিল । ইয়াৰে ভিতৰত সতপাল মহাৰাজ, ধন সিং ৰাৱট আদিৰ নাম উল্লেখযোগ্য । মনকৰিবলগীয়া যে ৰাজ্যখনত মাত্ৰ চাৰিমাহৰ ভিতৰতে তিনিজনকৈ মুখ্যমন্ত্ৰীয়ে শপত ল’লে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pushkar Singh DhamiRajnath singhTirath Singh RawatTrivendra Singh Rawat
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d