Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভোলাৰী ঘাটিত পাক বায়ুসেনাৰ সাতজন বিষয়া নিহত! ভাৰতৰ দাবীত ছীলমোহৰ পাকিস্তানৰ

    পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত!

    পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত!

    ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী

    Literary critic Ismail Hussain arrested :সাহিত্যিক ইছমাইল হুছেইনক আটক মঙলদৈ আৰক্ষীৰ

    Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ

    যৌথ অভিযানত ছয় উগ্ৰপন্থী নিহত ! কিদৰে লাভ কৰিছিল তথ্য, কি দৰে চলাইছিল অভিযান ? 

    Popular singer Gayatri Hazarika passes away:সৰা পাতে পাতে ফাগুন নামে’ শীৰ্ষক গীতৰ কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ঘৰত কোৱা ভাষাতো প্ৰণয়ন হ’ব পাঠ্যপুথি

publisher by publisher
July 16, 2021
in Assam, Education, India, News, Politics
Reading Time: 1 min read
0
ঘৰত কোৱা ভাষাতো প্ৰণয়ন হ’ব পাঠ্যপুথি
3
SHARES
27
VIEWS
ShareShareShareShare

অসমত নতুন ভাষা নীতি প্ৰৱৰ্তনৰ উদ্দেশ্যে যাৱতীয় প্ৰস্তুতিৰে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ । অসম বিধানসভাত এই তথ্য সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । । তেওঁ কয় যে প্ৰচলিত সকলো ভাষাক জীয়াই ৰখাই হ’ল এই নীতিৰ মূল লক্ষ্য ।

ADVERTISEMENT

প্ৰক্ৰিয়াটো আৰম্ভ কৰা সন্দৰ্ভত ডাঃ পেগুৱে কয়, ‘কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন ভাষা নীতি অনুসৰি কথিত ভাষাতো পাঠ্যপুথিত প্ৰণয়ন কৰি নিম্ন প্ৰাথমিক পৰ্যায়ত শিকোৱা হ’ব । ইয়াৰ ফলত ভাষাতো সুৰক্ষিত হোৱাৰ লগতে এই ভাষা কোৱা ছাত্ৰ-ছাত্ৰীসকলেও পাঠ্যপুথিৰ বিষয় সহজে বুজিব পাৰিব । আমি যদি ছাদ্ৰী ভাষাতে পাঠ্যপুথি প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলক শিকাওঁ তাৰ ফলত তেওঁলোকে বুজাতো সহজ হ’ব আৰু ভাষাটোও ৰক্ষা হ’ব ।

RelatedPosts

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

SEBA : ছেবাই ঘোষণা কৰিলে বাতিল হোৱা মেট্ৰিক পৰীক্ষাৰ তাৰিখ

Lachit Barphukan Portal : লাচিত বৰফুকন প’ৰ্টেল-এপ মুকলি

ইতিমধ্যে প্ৰথম পদক্ষেপ হিচাপে ছাদ্ৰী ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে । যদি বাগিচাৰ বাহিৰৰ আৰু ছাদ্ৰী ভাষা নোকোৱা কোনোৱে ভাষাটো শিকিব বিচাৰে তাত বাধা দিয়াৰ কথা নাহে । ইচ্ছা কৰিলে ছাত্ৰ-ছাত্ৰীয়ে যিকোনো ভাষা শিকিব পাৰিব । অৱশ্যে উচ্চ প্ৰাথমিকৰ পৰা তেনে পাঠ্যক্ৰম নাথাকিব যদিও ভাষাটো পঢ়াৰ অন্য ধৰণে সুযোগ থাকিব ।’

চলিত বৰ্ষতে তিৱা ভাষাৰ পাঠ্যপুথিও এই ভাষাৰ প্ৰচলন থকা প্ৰাথমিক বিদ্যালয়ত বিতৰণৰ লক্ষ্য লোৱা হৈছে বুলি শিক্ষামন্ত্ৰীয়ে জনায় । পেগুৱে কয়, ‘যিসমূহ প্ৰাথমিক বিদ্যালয়ত ৫১ শতাংশ তিৱা ছাত্ৰ-ছাত্ৰী আছে সেইবোৰত পৰ্যায়ক্ৰমে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত বিষয় হিচাপে তিৱা ভাষা প্ৰৱৰ্তন কৰা হ’ব । ইয়াৰ বাবে ৰোমান লিপি ব্যবহাৰ কৰা হ’ব ।’

উল্লেখ্য যে তিৱা ভাষা প্ৰৱৰ্তনৰ বিষয়টো বিধানসভাৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীত উত্থাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । কথিত ভাষাত পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত পৰিপূৰক এক প্ৰশ্নত জনিয়াৰ বিধায়ক ৰকিবুল ইছলামে দেশী, গোৱালপৰীয়া, বৰপেটীয়া ভাষাটো পাঠ্যপুথি প্ৰণয়নৰ পৰামৰ্শ আগবঢ়ায় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ranoj Pegu‪Rokibul Islam
publisher

publisher

Related Posts

ভোলাৰী ঘাটিত পাক বায়ুসেনাৰ সাতজন বিষয়া নিহত! ভাৰতৰ দাবীত ছীলমোহৰ পাকিস্তানৰ
News

May 16, 2025
পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত!
News

পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত!

May 16, 2025
ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী
News

ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী

May 16, 2025
Literary critic Ismail Hussain arrested :সাহিত্যিক ইছমাইল হুছেইনক আটক মঙলদৈ আৰক্ষীৰ
News

Literary critic Ismail Hussain arrested :সাহিত্যিক ইছমাইল হুছেইনক আটক মঙলদৈ আৰক্ষীৰ

May 16, 2025
Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ
India

যৌথ অভিযানত ছয় উগ্ৰপন্থী নিহত ! কিদৰে লাভ কৰিছিল তথ্য, কি দৰে চলাইছিল অভিযান ? 

May 16, 2025
Popular singer Gayatri Hazarika passes away:সৰা পাতে পাতে ফাগুন নামে’ শীৰ্ষক গীতৰ কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই
News

Popular singer Gayatri Hazarika passes away:সৰা পাতে পাতে ফাগুন নামে’ শীৰ্ষক গীতৰ কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

May 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d