Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কোনোবাটো পৰিত্যক্ত, আকৌ কোনোবাটো পৰিণত আছে পৰ্যটনস্থলীত

বিপুল অর্থ ব্যয়সাপেক্ষে নির্মিত অলিম্পিক ক্রীড়াগ্রামৰ পৰিণতি

publisher by publisher
July 27, 2021
in News
Reading Time: 1 min read
0
কোনোবাটো পৰিত্যক্ত, আকৌ কোনোবাটো পৰিণত আছে পৰ্যটনস্থলীত
2
SHARES
22
VIEWS
ShareShareShareShare

প্রাচীন গ্রীচত আৰম্ভ হৈছিল অলিম্পিক। যীশুক মান্যতা দিয়াৰ বাবে ধর্মীয় উৎসৱৰূপে অলিম্পিয়া নামেৰে গ্ৰীচৰ অলিম্পিয়া চহৰত এই অলিম্পিক আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়। এতিয়া সেই অলিম্পিকেই হৈ পৰিছে সমগ্র বিশ্বৰ ক্রীড়াবিদসকলৰ এক ক্রীড়া উৎসৱ।

ADVERTISEMENT

প্রতি চাৰি বছৰৰ ব্যৱধানত অনুষ্ঠিত হােৱা এই অলিম্পিকলৈ প্রত্যেক ক্রীড়াবিদৰ লগতে ক্রীড়াপ্রেমীয়েও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ১৮৯৬ত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল। ১৮৯৪ত সেই আধুনিক অলিম্পিকৰ ধাৰণাটো মানুহৰ মনলৈ আনিছিল ফ্রান্সৰ বেৰণ পিয়েৰে দ্য কুবাৰটিনে।

RelatedPosts

মানৱ অধিকাৰ প্ৰশ্নত চীনত শীতকালীন অলিম্পিক ‘কূটনৈতিক বয়কট’ কৰিব আমেৰিকাই !

ভাৰতৰ সফলতাৰ পাছত ইমৰাণ চৰকাৰক সমালােচনা

অলিম্পিকত নাথাকে ভাৰােত্তোলন-বক্সিং ?

কোন চহৰত অলিম্পিক অনুষ্ঠিত হ’ব সেয়া বহু বছৰৰ আগতেই স্থিৰ হয়। সেই ঘােষণা অনুসৰিয়ে সেই চহৰ বা দেশখনে বহু আগৰে পৰাই প্রস্তুতি আৰম্ভ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ প্রতিযােগীয়ে সেই চহৰত উপস্থিত হয় অলিম্পিকৰ পদক জয়ৰ লক্ষ্যৰে।

তেওঁলােকৰ লগত থাকে প্রশিক্ষক, চিকিৎসক, অন্যান্য সহকাৰী তথা পৰিয়ালৰ লােকো। এনে বিশাল সংখ্যক মানুহৰ থকা- খােৱা তথা বিভিন্ন প্রতিযােগিতা আয়ােজনৰ বাবে অতি বৃহৎ অঞ্চলৰ প্রয়ােজন হয়। লগতে প্রয়ােজন হয় বৃহৎ আকাৰৰ আন্তঃগাঁথনিৰ।

এখন গাঁও যিমান ডাঙৰ হ’ব পাৰে, অলিম্পিক বাবে সেই আকাৰৰ বা তাতকৈ ডাঙৰ অঞ্চলৰ প্রয়ােজন হয়। সেই বাবেই যত অলিম্পিক অনুষ্ঠিত হয়, তাৰ সংলগ্ন খেলুৱৈক ৰখা বিশাল অঞ্চলটোক অলিম্পিক গেমছ ভিলেজ বা ক্রীড়াগ্রাম বুলি কোৱা হয়। জাপানৰ মাটিত এই সর্ববৃহৎ ক্রীড়া প্রতিযােগিতা দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে।

ইয়াৰ পূর্বে ১৯৬৪ত টকিঅ’তেই অলিম্পিক অনুষ্ঠিত হৈছিল। ২০১১ত ফুকুশ্বিমাত ভূমিকম্প আৰু ছুনামিৰ পাছত ২০১৩ৰ সাত ছেপ্টেম্বৰত চৰকাৰীভাৱে আন্তর্জাতিক অলিম্পিক কমিটীয়ে ঘােষণা কৰিছিল যে ২০২০ অলিম্পিক টকিঅ’ত অনুষ্ঠিত হ’ব।

তেতিয়াৰ পৰাই টকিঅ’ই অলপ অলপকৈ ইয়াৰ প্রস্তুতি আৰম্ভ কৰিছিল। সমগ্র দেশৰ ক্রীড়াবিদসকলৰ সমাবেশত যিমান বিপুল পৰিমাণৰ লাভৰ বিষয়টো নিহিত থাকে, সেইদৰে অলিম্পিক আয়ােজনৰ বিশাল ব্যয়ৰ ভাৰাে সংশ্লিষ্ট চহৰখনেই বহন কৰিবলগীয়া হয়। বিশাল অংকৰ ধন ব্যয় কৰি এইবাৰ ১১ হেজাৰ ৩২৪জন ক্রীড়াবিদ তথা বহু সংখ্যক প্রশিক্ষক, চিকিৎসক, সহকাৰী আদিৰ থকা-খােৱাৰ ব্যৱস্থা আৰু ৩৩৯টা ইভেণ্টৰ প্রতিযােগিতাৰ আয়ােজন কৰিছে টকিঅ’ চহৰে।

ইয়াৰ বাবে নিৰ্মাণ কৰা হৈছে। সুবিশাল তথা অত্যাধুনিক অলিম্পিক ক্রীড়াগ্রাম। এই ক্ষেত্ৰত জাপানৰ আনুমানিক ব্যয় হৈছে প্রায় ১৫ হেজাৰ চাৰিশ কোটি ডলাৰ। অথচ অলম্পিক সমাপ্ত হােৱাৰ পাছত বিপুল অর্থ ব্যয় কৰি নির্মাণ কৰা এই ক্রীড়াগ্রাম সমূহৰ অৱস্থা কি হয়, তাৰ খবৰ কোনেও নাৰাখে।

পুনৰ পৰৱৰ্তী অলিম্পিকত ব্যৱহাৰ কৰা হ’ব বুলি সংৰক্ষণাে কৰি ৰাখিব নােৱাৰি। কিয়নাে উক্ত চহৰখনে পুনৰ কেতিয়ালৈ অলিম্পিক আয়ােজনৰ দায়িত্ব পাব, সেয়া কোনেও ক’ব নােৱাৰে। পালেও তাৰ সময়ৰ ব্যৱধান ইমানেই বেছি হ’ব যে সেই ক্রীড়াগ্রাম ব্যৱহাৰৰ যােগ্য হৈ থাকিব নে নাই, তাৰাে কোনাে নিশ্চয়তা নাথাকে।

টকিঅ’ত নির্মাণ কৰা ক্রীড়াগ্রামৰ ভৱিষ্যৎ কি হ’ব, সেয়া এতিয়াও নির্ধাৰণ কৰা নাই। অৱশ্যে এতিয়ালৈকে যিমান অলিম্পিক অনুষ্ঠিত হৈছে তথা যিমানবােৰ অলিম্পিক ক্রীড়াগ্রাম নির্মাণ হৈছে, সেই সকলােবােৰৰে ভৱিষ্যৎ পৰিণতি পৰস্পৰৰ পৰা পৃথক হােৱা দেখা গৈছে।

কোনােবাটো যদি পুনৰ ব্যৱহাৰ কৰা হৈছে, আন কোনাে ক্রীড়াগ্রাম সম্পূর্ণৰূপে পৰিত্যক্ত অৱস্থাত পৰি আছে। ১৯৯৬ৰ আটলান্টা অলিম্পিক অনুষ্ঠিত হৈছিল চেণ্টেনিয়েল অলিম্পিক পির্কত। পাছত এই পার্কত সাধাৰণ মানুহৰ ব্যৱহাৰৰ বাব নতুনকৈ সজাই তােলা হৈছিল। পার্কত অনুষ্ঠিত অলিম্পিকৰ স্মৃতিৰূপে এক স্মাৰকো নির্মাণ কৰা হৈছে।

সাধাৰণ লােকৰ বাবে এই পার্ক এক দর্শনীয় স্থান। ক্রীড়াবিদসকলে থকাৰ বাবে কাষতে থকা ক্লার্ক আটলান্টা বিশ্ববিদ্যালয়ৰ চৌহদত অসংখ্য সৰু সৰু ঘৰ নিৰ্মাণ কৰা হৈছিল। সেইবােৰ পৰৱর্তী সময়ত বিশ্ববিদ্যালয়খনৰ ছাত্রাবাসত পৰিণত হয়।

১৯৯২ৰ অলিম্পিকৰ পূর্বে স্পেইনৰ বাৰ্চিলােনাত কোনাে উন্নত সাগৰৰ উপকূল নাছিল। অলিম্পিকৰ সময়ত মিছৰৰ পৰা বালি আনি সাগৰৰ তীৰত থকা ঘৰ-দুৱাৰ ভাঙি চহৰখনে এক বিশাল উপকূল তৈয়াৰ কৰে। অলিম্পিক ক্রীড়াগ্রামৰে অন্তৰ্গত আছিল এই বীচ্চ।

অলিম্পিকে বার্চিলােনাক নতুন ৰূপ প্রদান কৰিছিল। সম্প্রতি এই বীচ্চ বিশ্বৰ অন্যতম পর্যটনস্থলীত পৰিণত হৈছে। প্রতিযােগীসকলক ৰখা ঘৰত এতিয়া পর্যটকসকলে নিশা কটায়। অষ্ট্রেলিয়াৰ ছিডনী অলিম্পিক পার্কত অনুষ্ঠিত হৈছিল ২০০০ৰ অলিম্পিক।সম্প্রতি উক্ত পার্কত বিভিন্ন সামাজিক অনুষ্ঠান, খেলা, ব্যৱসায়িক সন্মিলন তথা অন্যান্য অনুষ্ঠানৰ আয়ােজন কৰা হয়।

ক্রীড়াগ্রামৰ খেলুৱৈ থকা ঠাইবােৰ এতিয়া আবাসস্থলীত পৰিণত হৈছে। ১৯৯১ত গ্ৰীচৰ এথেন্সত মেডিটেনিয়ান গেমছ অনুষ্ঠিত হৈছিল। ২০০৪ৰ অলিম্পিকতাে এথেন্সৰ মেডিটেৰিনিয়ান গেমছৰ ক্রীড়াগ্রামক পুনৰ ব্যৱহাৰ কৰা হয়। তাৰ পাছৰ পৰা ইয়াক আবাসস্থলীত পৰিণত কৰা হৈছে।

সম্প্রতি উক্ত ক্রীড়াগ্রামত প্রায় ১০ হেজাৰ লােকে বাস কৰে। প্রতিযােগিতা শেষ হােৱাৰ পাছত ক্রীড়াগ্রামসমূহ কিদৰে কামত লগাব পাৰি তাৰেই উদাহৰণ হৈছে আটলান্টা, বার্চিলােনা, ছিডনী বা এথেন্স। আকৌ এনে উদাহৰণাে অনেক আছে, যত ক্রীড়াগ্রামসমূহক সঠিক ৰূপত ব্যৱহাৰ কৰা হােৱা নাই। বিশাল অংকৰ সম্পত্তিক যেন নষ্ট হােৱাৰ বাবেই পেলাই ৰখা হৈছে।

তাৰেই এক উদাহৰণ ইউৰােপৰ ব’ছনিয়া এণ্ড হার্জেগ’ভিনাৰ ছাৰাজেভাে শীতকালীন অলিম্পিক ক্রীড়াগ্রাম। ১৯৮৪ত এই বিশাল ক্রীড়া প্রতিযােগিতা আয়ােজন কৰি ইতিহাস ৰচনা কৰিছিল ছাৰাজেভােৱে। প্রথমবাৰলৈ কোনাে কমিউনিষ্ট দেশত শীতকালীন অলিম্পিকৰ আয়ােজন কৰা হৈছে।

অৱশ্যে ১৯৮০ত প্রথম কমিউনিষ্ট দেশৰূপে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হৈছিল গ্রীষ্মকালীন অলিম্পিক। ছাৰাজেভাে শীতকালীন অলিম্পিকৰ পাছত সেই ক্রীড়াগ্রাম আজি পর্যন্ত পৰিত্যক্ত হৈ আছে। ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ পাছত আয়ােজকসকলে সিদ্ধান্ত লৈছিল যে ক্রীড়াগ্রামৰ বিভিন্ন অঞ্চল পুনৰ ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ ভিতৰত অন্যতম আছিল সাঁতােৰৰ বিভিন্ন প্রতিযােগিতাৰ বাবে নির্মাণ কৰা একুৱাটিক চেণ্টাৰ। অথচ অলিম্পিক শেষ হােৱাৰ পাছত সেই একুৱাটিক চেণ্টাৰ আজি পর্যন্ত বন্ধ হৈ আছে। ২০২০ৰ বাবেই টকিঅ’ত বিপুল অংকৰ ধন ব্যয় কৰি ক্ৰীড়াগ্রাম নির্মাণ কৰা হৈছে। অতিমাৰীৰ কথা মনত ৰাখি অতিৰিক্ত সতর্কতা অবলম্বন কৰাৰ বাবে মাত্রাধিক খৰচো বহন কৰিবলগীয়া হৈছে। অলিম্পিক শেষ হােৱাৰ পাছত এই ক্রীড়াগ্রামৰ কি পৰিণতি হয়, সেয়া সময়তহে দেখা যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Olympic
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d