Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

অলিম্পিকত নাথাকে ভাৰােত্তোলন-বক্সিং ?

publisher by publisher
August 10, 2021
in News, Sports
Reading Time: 1 min read
0
অলিম্পিকত নাথাকে ভাৰােত্তোলন-বক্সিং ?
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জ জয়

Assam wins two gold medals in boxing:ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ বাবে ভাল খবৰ 

Lavlina reaches the quarterfinals of women’s boxing:মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

তিনি বছৰৰ পাছত পেৰিছত হ’বলগীয়া অলিম্পিকত স্বর্ণপদক জয়ৰ স্বপ্ন ভংগ হ’ব পাৰে লাভলীনা বৰগােহাঁই আৰু মীৰাবাঈ চানুৰ; কিয়নাে পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’ব পাৰে বক্সিং আৰু ভাৰােত্তোলন।এই দুবিধ ক্ৰীড়াৰ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্রহণৰ পূর্ণ ক্ষমতা লাভ কৰিলে আন্তর্জাতিক অলিম্পিক কমিটী (অইঅ’চিয়ে। নিজৰ ২৭ বছৰীয়া জন্মদিনৰ দিনাই এই হতাশাজনক খবৰ লাভ কৰিলে টকিঅত ৰূপৰ পদক বিজয়ী মণিপুৰৰ ভাৰােত্তোলক চানুৱে।

ADVERTISEMENT

সেইদৰে ব্ৰঞ্জ বিজয়ী লাভলীনাই স্বদেশত ভৰি দি সম্ভাষণ-আদৰণিৰ বন্যাত উটি-ভাহি যােৱাৰ সময়তে তেওঁৰ স্বপ্নভংগৰ আশংকাৰ বিষয়ে অৱগত হয়। উল্লেখ্য টকিঅ’ অলিম্পিকৰ সামৰণিৰ দিনাই অনুষ্ঠিত হয় আন্তর্জাতিক অলিম্পিক কমিটী (আইঅচি)ৰ বৈঠক। তেতিয়াই আইঅচিয়ে নিজৰ নিয়ম বহুখিনি সালসলনি কৰি অধিক ক্ষমতাৰ অধিকাৰী হয়। সিদ্ধান্ত লােৱা হয় যে অলিম্পিকৰ স্বীকৃতিপ্রাপ্ত কোনাে খেলৰ আন্তর্জাতিক সংস্থাই যদি আইঅচিৰ সিদ্ধান্তক মানি নলয় বা অলিম্পিকৰ লক্ষ্যক কালিমালিপ্ত কৰাৰ চেষ্টা কৰে, তেন্তে সংশ্লিষ্ট সংস্থাৰ পূর্ণ সদস্যপদ কাঢ়ি লােৱা হ’ব।

আনকি অলিম্পিকৰ পৰাও সেই খেল কৰ্তন কৰা হ’ব পাৰে। বৈঠকতে আইঅ’চিৰ সভাপতি থমাছ বাখকো কোনাে ক্রীড়া সংস্থাৰ বিপক্ষে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সম্পূর্ণ ক্ষমতা প্রদান কৰা হয়। ভাৰােত্তোলন আৰু বক্সিঙৰ আন্তর্জাতিক সংস্থাৰ স’তে আইঅচিৰ দীর্ঘদিনীয়া মতানৈক্য অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিততে এই দুবিধ খেলৰ ওপৰত কোপ পৰাৰ আশংকা কৰা হৈছে।

এই ক্ষেত্ৰত অধিক আশংকাৰ সৃষ্টি হৈছে ভাৰােত্তোলনত। কিয়নাে বিগত কিছু বছৰত ভাৰােত্তোলনত ধাৰাবাহিক ড’পিঙৰ অভিযােগ উত্থাপিত হৈ অহাৰ সমান্তৰালকৈ এই ক্রীড়াৰ আন্তর্জাতিক সংস্থাৰ বিৰুদ্ধে আছে বিত্তীয় খেলিমেলি, অপেছাদাৰী পৰিচালন ব্যৱস্থা আৰু দুর্বল নেতৃত্বৰ অভিযােগ। আন্তর্জাতিক ৱেইটলিফিটিং ফেডাৰেচনৰ সভাপতি পদত প্রায় দুটা দশক ধৰি বাহাল আছিল তমছ আজান। যােৱা বছৰহে তেওঁ সেই পদ ত্যাগ কৰিছিল। ইফালে, দুবছৰৰ পূর্বে আন্তর্জাতিক বক্সিং সন্থাও গভীৰ সমস্যাৰ মাজত সােমাইছিল।

সন্থাৰ সভাপতি পদ নির্বাচনক কেন্দ্ৰ কৰি সেইদৰে ২০১৬ৰ ৰিঅ’ অলিম্পিকত বক্সিং খেলৰ যােগ্যতাক কেন্দ্ৰ কৰিও প্ৰশ্নৰ অৱতাৰণা হৈছিল। সিদ্ধান্ত লােৱা হৈছে যে আইঅচিয়ে টকিঅ’ অলিম্পিকত বক্সিঙৰ প্ৰদৰ্শনৰ লগতে আন্তর্জাতিক বক্সিং সন্থাৰ কাম-কাজত দৃষ্টি ৰাখিব। তাৰ পাছতহে বক্সিঙৰ সন্দৰ্ভত কোনাে সিদ্ধান্ত ল’ব। বৈঠকত আইঅচিয়ে সর্বসম্মতিক্রমে সিদ্ধান্ত লয় যে যিবােৰ ক্ৰীড়াৰ স’তে এইধৰণৰ সমস্যা আছে, সেইবােৰ বাদ দি নতুন খেল অন্তর্ভুক্ত কৰা হ’ব। উল্লেখ্য যে আইঅ’চিয়ে ইতিমধ্যে ২০২৪ৰ পেৰিছ অলিম্পিকলৈ ভাৰােত্তোলক আৰু বক্সাৰৰ ‘কোটা’ হ্রাস কৰিছিল।

ভাৰােত্তোলনত ভাৰতৰ পৰা অলিম্পিকলৈ যােৱা ভাৰােত্তোলকৰ সংখ্যা সততে কম। এইবাৰ কেৱল চানুৱেহে যােগ্যতা অর্জন কৰিছিল আৰু ২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই দেশৰ হকে ভাৰােত্তোলনৰ পদক আনিছিল। ইয়াৰ বিপৰীতে বক্সিঙত প্রতিবাৰেই ভাৰতৰ পৰা বহুসংখ্যক বক্সাৰে অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰে। এইবাৰ লাভলীনাই পদক জয় কৰাৰ উপৰি এম চি মেৰী কম, পূজা ৰাণী আৰু সতীশ কুমাৰেও পদক জয়ৰ সম্ভাৱনা প্রকট কৰি তুলিছিল। অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত ভাৰতে এই পর্যন্ত ভাৰােত্তোলনত দুটা আৰু বক্সিঙত তিনিটা পদক পাইছে।

সেয়ে এই দুবিধ খেল অলিম্পিকৰ পৰা নিলম্বিত হলে ভাৰতীয় ক্রীড়াবিদ বিশেষকৈ লাভলীনা, চানু আদি ক্ষতিগ্রস্ত হ’ব। কেৱল আন্তর্জাতিক সংস্থাৰ বিষয়ববীয়াৰ খামখেয়ালিৰ বাবেই বিৰাট মূল্য দিব লাগিব লাভলীনা বা চানুৰ উপৰি বিভিন্ন দৰে বহুতাে প্রতিভাৱান ক্রীড়াবিদে। প্রসংগক্রমে উল্লেখ্য যে ভাৰােত্তোলন আৰু বক্সিং হৈছে আইঅ’চিৰ অলিম্পিক কার্যসূচীৰ অন্তৰ্গত ২৮ বিধ মুখ্য ক্ৰীড়াৰ অন্যতম।

ইয়াৰ উপৰি আয়ােজক চহৰ বা দেশখনে ঘৰুৱা বজাৰখনৰ প্রতি লক্ষ্য ৰাখি আন কেতবােৰ খেল নির্দিষ্ট অলিম্পিকত অন্তর্ভুক্ত কৰিব পাৰে। এইবাৰ টকিঅই অন্তর্ভুক্ত কৰে বেছবল, ছটবল আৰু কাৰাটে। ইয়াৰ উপৰি নৱ প্ৰজন্মক আকর্ষিত কৰাৰ লক্ষ্যৰে আইঅচিৰ তৰফৰ পৰাও স্কেটব’র্ডিং, স্পর্ট ক্লাইম্বিং আৰু ছার্কিং ইভেন্ট অন্তর্ভুক্ত কৰিছিল। এই তিনিবিধ খেল পৰৱর্তী পেৰিছ অলিম্পিকতাে থকাটো ইতিমধ্যে স্পষ্ট হৈছে। ইয়াৰ উপৰি পেৰিছ অলিম্পিকত প্রথমবাৰলৈ অন্তর্ভুক্ত হ’ব ব্রেকডান্সিং।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lovlina BorgohainMirabai ChanuOlympic
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d