Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাঠশালাৰ মাজমজিয়াত ভয়ংকৰ ঘটনা

আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ড০ ৰণজিৎ ডেকাৰ বাসভৱনত দুৰ্বত্তৰ পেট্রোল বোমা নিক্ষেপ, আৰক্ষীৰ তদন্ত আৰম্ভ

publisher by publisher
August 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
19
VIEWS
ShareShareShareShare

বজালী জিলাৰ প্ৰাণকেন্দ্ৰ পাঠশালাত যোৱা নিশা সংঘটিত হʼল এক ভয়ংকৰ ঘটনা । আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী ড০ ৰণজিৎ ডেকাৰ বাসগৃহলৈ লক্ষ্য কৰি যোৱা নিশা কোনো দুৰ্বৃত্তই কেৰাচিন বোমা নিক্ষেপ কৰা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

যোৱা নিশা প্ৰায় ন বজাত ডেকাৰ বাসগৃহৰ চৌহদৰ বেৰৰ ওপৰেৰে প্ৰথম মহলালৈ কোনো দুৰ্বৃত্তই কেৰাচিন বোমাটো নিক্ষেপ কৰে । লগে লগে বাসগৃহৰ প্ৰথম মহলাত বিস্ফোৰণৰ তীব্ৰ শব্দ হোৱাৰ লগতে এখন খিৰিকীৰ গ্লাচ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ উপৰিও কোঠালীটো জুইয়ে আৱৰি ধৰে । প্ৰথম অৱস্থাত ড০ ডেকাৰ পত্নী নন্দিনী তালুকদাৰৰ লগতে বাসগৃহত সেইসময়ত উপস্থিত থকা আত্মীয়স্বজনে চৰ্ট চাৰ্কিতৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি ধাৰণা কৰিছিল যদিও পিছত মজিয়াত কাচ আৰু কেৰাচিন তেলৰ অৱস্থিতি প্ৰত্যক্ষ কৰি পাঠশালা আৰক্ষীক খবৰ দিয়ে ।

RelatedPosts

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ উদ্যোগত সদৌ অসম ভিত্তিত সমবেত সংগীত-চিত্রাংকণ প্রতিযোগিতা

ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শন

ঘটনাস্থলীত পাঠশালা আৰক্ষীৰ লগতে বজালী আৰক্ষী অধীক্ষক উপস্থিত সেইয়া কেৰাচিন বোমা আক্ৰমণ বুলি নিশ্চিত হয় । উল্লেখ্য যে বোমা আক্ৰমণৰ সময়ত ড০ ডেকা ঘৰত উপস্থিত নাছিল যদিও সেই সময়ত তেওঁৰ পত্নী, পুত্ৰ আৰু কন্যা সন্তান উপস্থিত আছিল । ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৩০ মিনিট সময় পিছতেই ড০ ৰণজিৎ ডেকাৰ পত্নীলৈ এটা অচিনাকী নম্বৰেৰে ফোন কৰি ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই । দুৰ্বৃত্তই ফোনত হিন্দী ভাষাৰে কথা কৈ বিস্ফোৰণ কেনেকুৱা লাগিল আৰু পুনৰ ইয়াতকৈ ডাঙৰ বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে দুৰ্বৃত্তৰ দাবী মানি লʼবলৈ নিৰ্দেশ দিয়ে ।

ডেকাৰ আত্মীয় এগৰাকীয়ে দাবী কি বুলি প্ৰশ্ন কৰাত দুৰ্বৃত্তই পুনৰ ফোনযোগে জনাব বুলি কৈ সংযোগ বিচ্ছিন্ন কৰে । ইতিমধ্যে আৰক্ষীয়ে ড০ ডেকাৰ বাসগৃহৰ চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰাৰ লগতে অচিনাকী নম্বৰ সম্পৰ্কে ব্যাপক তদন্ত আৰাম্ভ কৰিছে ।

উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমী অধ্যক্ষ ড০ ৰণজিৎ ডেকা বিগত নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কি উদ্দেশ্য আগত ৰাখি দুৰ্বৃত্ত‌ই এনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ইয়াক লৈ এতিয়া সমগ্ৰ বজালী জিলাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰাৰ উপৰিও ড০ ডেকা তথা ডেকাৰ পৰিয়ালৰ বৰ্গৰ নিশ্চিত নিৰাপত্তা প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী, অগপ ভৱানীপুৰ বিধান পৰিষদৰ সম্পাদক শৰৎ ডেকা আদিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anundoram Borooah AcademyRanjit Deka
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d