Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শন

অগপ প্ৰাৰ্থীক ভোটদানৰ বাবে ২৮৭ বিপিএফ, জিএছপি কৰ্মী-সমৰ্থকৰ ইউপিপিএলত যোগদান

publisher by publisher
March 29, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শন
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ ইতিহাসেৰে প্ৰসিদ্ধ ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত কালি অসম গণ পৰিষদৰ মনোনীত তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাৰ সমৰ্থনত মিত্ৰ দল ইউপিপিএলৰ উদ্যোগত অন্য এক শক্তি প্ৰদৰ্শনেৰে মহাজোঁটক তীব্ৰ প্ৰত্যাহ্বান জনায়।

ADVERTISEMENT

উল্লেখ্য যে, বিগত ১০টা বছৰে এআইইউডিএফ দলৰ দখলত থকা ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিটো এআইইউডিএফ দলৰ পৰা উদ্ধাৰ কৰি এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক জয়ী কৰাৰ বাবে মৰণপন যুঁজ দিয়াৰ ঘোষণা কৰে শালবাৰীত অনুষ্ঠিত বিশাল জনসভাত ইউপিপিএলৰ মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰীয়ে ।

বিউটি বসুমতাৰীয়ে তেওঁৰ ভাষণত কয় যে, ‘ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনত এআইইউডিএফ-ক বিদায় দি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক জয়ী কৰা মানেই সমষ্টিটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজত সফল হোৱা ।’

জনসভাত ভাষণ দি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ তথা ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰীয়ে দাবী কৰে যে, ভৱানীপুৰ বিধানসভা সমষ্টিক এআইইউডিএফ-ৰ কৱলৰ পৰা উদ্ধাৰৰ বাবে সমষ্টিটোৰ বিজেপি, জিএছপি, ইউপিপিএল, অগপ দলৰ সকলো নেতা, কৰ্মী, সমৰ্থকে ঐক্যবদ্ধ হৈছে । ইউপিপিএলৰ ২৫ হেজাৰ ভোট লাভ কৰাৰ লগতে অন্য সকলো জনগোষ্ঠীৰ ৫৫ ভোটাৰ ৰাইজে ভোটদান কৰিব ভৱানীপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক। মুঠ ৮০ হেজাৰ ভোট লাভ কৰি ৰণজিৎ ডেকাৰ বিজয় নিশ্চিত ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাই তেওঁৰ ভাষণত কয় যে, এইবাৰৰ নিৰ্বাচনত অগপ,বিজেপি, জিএছপি, ইউপিপিএল দলে অৰ্থাৎ মিত্ৰজোঁট একত্ৰিত হৈ প্ৰতিদ্বন্দিতা কৰাটো এক সমন্বয়ৰ বাবে গণতান্ত্ৰিক যুঁজ । অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব আৰু ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত চৌদিশে সকলো জনগোষ্ঠীৰ ৰাইজৰ উষ্ম সঁহাৰিয়ে প্ৰমাণ কৰে যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টি মিত্ৰজোঁটে দখল কৰিব ।

ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত দলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে আত ধৰা জনসভাত বিজেপি নেতা সঞ্জয় কুমাৰ মেধি, নাগেশ কুমাৰ বৈশ্য, ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰেও ভাষণ দিয়াৰ লগতে ইউপিপিএলৰ নেতা-নেত্ৰী ক্ৰমে প্ৰদীপ সৰকাৰ, সৌৰভ কুমাৰ দাস, মালতী স্বৰ্গীয়াৰী, ডালিমী খেৰকটাৰী, চিলাৰায় বসুমতাৰী, এবছু নেতা কুমুদ বড়ো,অগপ নেতা মৃণাল কলিতাসহ ইউপিপিএল, বিজেপি, জিএছপি, অগপ, এবছুৰ নেতৃবৃন্দ উপস্থিত থাকে ।

জনসভাত প্ৰাৰ্থী ৰণজিৎ ডেকাক ইউপিপিএল, এবছুকে ধৰি কে’বাটাও সামাজিক সংগঠনৰ শতাধিক ভিন্ন পৰ্যায়ৰ সমিতিয়ে গামোছা, আৰণাই আদিৰে উষ্ম আদৰণি জনায় । উল্লেখ্য যে, কালিৰ জনসভাত ভৱানীপুৰ সমষ্টিৰ ১৮৪ গৰাকী বিপিএফৰ আৰু ১০৩ গৰাকী জিএছপি দলৰ নেতা – কৰ্মীয়ে ইউপিপিএল দলত যোগদান কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদানৰ উদ্দেশ্যে ইউপিপিএল দলক শক্তিশালী কৰাৰ বাবেই বিপিএফ আৰু জিএছপি ত্যাগ কৰি ইউপিপিএলত যোগদান কৰা বুলি ঘোষণা কৰে জনসভাত।

ইপিনে কালি সাউদৰভিঠাত বাথৌ আশ্ৰমত বড়ো জনগোষ্ঠীয় জাতীয় সংগঠন নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সংগঠনটোৰ তিনি শতাধিক বিষয়ববীয়া, বাথৌ সেৱকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক উষ্ম আদৰণি জনাই বাথৌ মহাসভাৰ তৰফৰ পৰা সমৰ্থন জনোৱা বুলি ঘোষণা কৰে।

সভাত প্ৰাৰ্থী ৰণজিৎ ডেকাৰ লগতে নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰীয়ে ভাষণ দিয়ে । ইফালে কালি শালবাৰীত বড়োলেণ্ড আন্দোলনৰ স্বেচ্ছাসেৱক বাহিনীৰ তৰফৰ পৰাও মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ ডেকাক সমৰ্থন জনাই আদৰণি জনায়। প্ৰাৰ্থী ৰণজিৎ ডেকাই ৰূপহীত মিত্ৰজোঁটৰ এটা নিৰ্বাচনী কাৰ্যালয়ো মুকলি কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beauty BasumataryRanjit DekaUPPL
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d