Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আহি আছে ভয়ংকৰ সৌৰ ধুমুহা ব্যাহত হ’ব পাৰে ইণ্টাৰনেট সেৱা

publisher by publisher
September 10, 2021
in News, TechWorld
Reading Time: 1 min read
0
আহি আছে ভয়ংকৰ সৌৰ ধুমুহা ব্যাহত হ’ব পাৰে ইণ্টাৰনেট সেৱা

NASA image use policy. NASA Goddard Space Flight Center enables NASA’s mission through four scientific endeavors: Earth Science, Heliophysics, Solar System Exploration, and Astrophysics. Goddard plays a leading role in NASA’s accomplishments by contributing compelling scientific knowledge to advance the Agency’s mission. Follow us on Twitter Like us on Facebook Find us on Instagram

2
SHARES
19
VIEWS
ShareShareShareShare

ভয়ংকৰ ‘ছ’লাৰ ষ্ট’র্ম’ অর্থাৎ সৌৰ ধুমুহাৰ আগমন ঘটিছে। এই সৌৰ ধুমুহাৰ ফলত ভাগি পৰিব পাৰে সমগ্ৰ বিশ্বৰ ইণ্টাৰনেট সেৱা ব্যৱস্থা। কে’বা সপ্তাহ অথবা কে’বামাহ ধৰি এইদৰে সৌৰ ধুমুহাৰ ফলত হ’ব পাৰে বিশ্বত ইণ্টাৰনেটৰ যােগাযােগ ব্যাহত। এই ধৰণৰ সৌৰ ধুমুহাক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘কৰ’নেল মাছ ইজেকচন (চি এম ই)। এনে সৌৰ ধুমুহা সমগ্র সৌৰ মণ্ডলৰ বাবে অতিকৈ বিপজ্জনক।

ADVERTISEMENT

আমেৰিকাৰ কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকে চলােৱা শেহতীয়া এক গৱেষণাত এনে অশনি সংকেত লাভ কৰা হৈছে। যােৱা মঙলবাৰে সৌৰ ধুমুহাৰ সন্দৰ্ভত প্রস্তুত কৰা এই গৱেষণাপত্র অনলাইনত প্ৰকাশ হৈছিল। গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, এইবাৰ যি সৌৰ ধুমুহাৰ সৃষ্টি হৈছে, এনে ধৰণৰ ভয়ংকৰ সৌৰ ধুমুহা ইয়াৰ পূর্বে এই বিশ্বই ১৮৫৯ আৰু ১৯২১ বৰ্ষত প্রত্যক্ষ কৰিছিল। অর্থাৎ এশ বছৰ বিৰতিৰ পাছত আকৌ এবাৰ ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে এই ধৰাপৃষ্ঠ।

RelatedPosts

পুনৰ বিমান দুর্ঘটনা, দাউদাউকৈ জ্বলিল এফ-৩৫ যুদ্ধ বিমান

Flying Car:কেলিফৰ্ণিয়াৰ আকাশত উৰন্ত গাড়ী !

Forest fires in the United States:আমেৰিকাত পুনৰ ভয়াৱহ বনজুই

১৯২১ বৰ্ষত হােৱা ভয়ংকৰ সৌৰ ধুমুহাই পৃথিৱীৰ যি ক্ষয়ক্ষতি হৈছিল সেয়া আছিল অভূতপূর্ব। বিজ্ঞানৰ পৰিভাষাত ইয়াৰ নাম হ’ল ‘কেৰিংটন এফেক্ট’। সেইবাৰৰ সৌৰ ধুমুহাৰ প্ৰাৱল্যত পৃথিৱীক ঘেৰি থকা বিশাল চৌম্বক ক্ষেত্ৰত বৃহৎ বৃহৎ ফাট মেলিছিল। এই ফাটবােৰত প্ৰৱেশ কৰিছিল অত্যন্ত বিষাক্ত সৌৰকণা আৰু মহাজাগতিক ৰশ্মিয়ে। টেলিগ্রাফৰ তাঁৰ সশব্দে ফাটি-ছিগি গৈ দাউদাউকৈ জুলিছিল দীর্ঘ সময় ধৰি যি ‘অৰ’ৰা’ অর্থাৎ মেৰুজ্যোতিপৃথিৱীৰ দুই মেৰুত সাধাৰণতে প্রত্যক্ষ হয়, সৌৰ ধুমুহাৰ প্ৰাৱল্যত ১৯২১ত বিষুবৰেখাৰ তলত থকা কলম্বিয়াতাে অতি উজ্জ্বলভাৱে প্রত্যক্ষ হৈছিল মেৰুজ্যোতি।

কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে প্রতিবেদনত এইদৰে উল্লেখ কৰিছে। এনে ভয়ংকৰ সৌৰ ধুমুহা বা চি এম ইয়ে পৃথিৱীক কোবাই যােৱাৰ সম্ভাৱনা প্রতি দশকতে ১.৬ শতাংশৰ পৰা ১২ শতাংশ থাকে। এইবাৰাে একেদৰে সৌৰ ধুমুহাৰ প্ৰকোপ সহ্য কৰিব লাগে পৃথিৱীয়ে। ইয়াৰ সম্ভাৱনা যথেষ্ট অধিক। ১৮৫৯ আৰু ১৯২১ বৰ্ষৰ দৰে তীব্ৰ নহ’লেও ১৯৮৯ৰ মাৰ্চৰ যি সৌৰ ধুমুহাৰ সৃষ্টি হৈছিল তাৰ প্ৰভাৱত কানাডাৰ কুইবেক প্ৰদেশত একেৰাহে নঘণ্টা ধৰি বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈছিল।

পৃথিৱীৰ চাৰিওফালে থকা শক্তিশালী চৌম্বক ক্ষেত্রই সৌৰ ধুমুহাসহ সূৰ্যৰ পৰা ছিটিক অহা নানা ধৰণৰ ক্ষতিকাৰক দ্রব্যৰ পৰা পৃথিৱীবাসীক সুৰক্ষা প্ৰদান কৰি আহিছে। দুই মেৰুত চৌম্বক ক্ষেত্র সবাতােকৈ অধিক শক্তিশালী হৈ থকাৰ ফলতে সৌৰকণাৰ ঢৌ আহিলেও দুই মেৰুৰ চৌম্বক ক্ষেত্ৰই ইয়াক ওভতাই পঠায়। এই সংঘৰ্ষতে মেৰু অঞ্চলত সৃষ্টি হয় মেরুজ্যোতিৰ। পৃথিৱীসহ সৌৰ মণ্ডলৰ সকলাে গ্রহৰ দিশতে অগ্ৰসৰ হয় এই সৌৰ ধুমুহা। যি গ্রহৰ চৌম্বক ক্ষেত্র প্রায় নাই বা অতি দুর্বল, নাই বায়ুমণ্ডল; তেনে গ্রহে সৌৰ ধুমুহাৰ প্রকোপ অধিক সহ্য কৰিব লগা হয়।

সেয়েহে কোনাে কালত মঙল গ্ৰহত প্ৰাণৰ অস্তিত্ব সম্ভৱ হ’লেও সেয়া টিকি থকাটো সম্ভৱ নহ’ল বুলি বিজ্ঞানীসকলে দাবী কৰি আহিছে। মঙলৰ চাৰিওকাষে চৌম্বক ক্ষেত্র প্রায় নাই বুলি ক’ব পাৰি। তদুপৰি মঙলৰ বায়ুমণ্ডলাে যথেষ্ট পাতল। কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক-অধ্যাপক সংগীতা আব্দু জ্যোতিয়ে সৌৰ ধুমুহাৰ সন্দৰ্ভত এইদৰে কয়, সবাতােকৈ অধিক উদ্বেগৰ বিষয়টো হৈছে, আমি অতিমাৰীৰ বাবে যিদৰে প্রস্তুত নাছিলাে, সৌৰ ধুমুহাৰ ক্ষেত্ৰতাে একে হােৱাৰ আশংকা আছে।

কিয়নাে সূৰ্যৰ বায়ুমণ্ডলত (কৰ’না) কেতিয়া ভয়ংকৰ সৌৰ ধুমুহাৰ সৃষ্টি হ’ব তাৰ পূর্বাভাস দিয়াটো এতিয়াও সম্ভৱ হৈ উঠা নাই। অৱশ্যে এই কথা আমি ক’ব পাৰাে যে এনে ভয়ংকৰ সৌৰ ধুমুহা পৃথিৱীৰ দিশলৈ অহাৰ বাবে অন্ততঃ ১৩ ঘণ্টা সময়ৰ প্রয়ােজন হ’ব। গৱেষণা পত্ৰত লগতে বিশ্ববিদ্যালয়খনৰ গৱেষকে কয় যে আধুনিক ইণ্টাৰনেট যােগাযােগ ব্যৱস্থাৰ ওপৰত এইবাৰৰ সৌৰ ধুমুহাৰ আঘাত কিমান ভয়াৱহ হ’ব পাৰে সেই বিষয়ত কোনাে তথ্য বিজ্ঞানীসকলে বর্তমানলৈকে লাভ কৰিব পৰা নাই।

ইয়াৰ অন্যতম কাৰণ হৈছে ইয়াৰ পূর্বে ১৯২১ত অন্তিমবাৰৰ বাবে পৃথিৱীয়ে যি সৌৰ ধুমুহাৰ সন্মুখীন হৈছিল সেই সময়ত এই বিশ্বত ইণ্টাৰনেট ব্যৱস্থা গঢ় লৈ উঠা নাছিল। গৱেষকসকলৰ আশংকা , এইবাৰ যি ভয়ংকৰ সৌৰ ধুমুহাৰ পৃথিৱী অভিমুখে আগমন ঘটিছে তাৰ প্রকোপত সমুদ্রৰ তলেদি এখন মহাদেশৰ পৰা আন মহাদেশলৈ যােৱা ইণ্টাৰনেটৰ যাৱতীয় কে যথেষ্ট ক্ষতিগ্রস্ত হ’ব। বার্তাৰ গতিবৃদ্ধিৰ বাবে এই ইণ্টাৰনেট কেব্লসমূহত ৩০ৰ পৰা ৯০ মাইল অন্তৰত স্থাপন কৰা হয় ‘ৰিপিটাৰ। পৃথিৱীৰ চৌম্বক ক্ষেত্র স্বাভাৱিক হৈ নাথাকিলে এই ‘ৰিপিটাৰসমূহ বাধাগ্রস্ত হয়।

এটা ‘ৰিপিটাৰ’ ক্ষতিগ্রস্ত হলেই বাধাগ্রস্ত হয় সেই লাইনৰ যাৱতীয় ইণ্টাৰনেট যােগাযােগ ব্যৱস্থা। দেশৰ ভিতৰত ইণ্টাৰনেট যােগাযােগৰ কেব্লসমূহৰ দৰে সমুদ্রৰ তলেদি পাৰ কৰি নিয়া এইসমূহ ইণ্টাৰনেট যােগাযােগৰ কেলাে ফাইবাৰৰ জৰিয়তে তৈয়াৰ কৰা হয়। সেয়েহে সৌৰ ধুমুহাত এনেবােৰ ফাইবাৰ কে নষ্ট হােৱাৰ যথেষ্ট শংকা থাকে। এনেবােৰ কাৰণতে বিজ্ঞানীসকলে এশ বছৰ পাছত সঁচাকৈ সৌৰ ধুমুহাই পৃথিৱীক খুন্দা মাৰিলে ইণ্টাৰনেট যােগাযােগ ব্যৱস্থা বিশ্বজুৰি বাধাগ্রস্ত হ’ব বুলি শংকা প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CaliforniaCalifornia Solar Stormsolar storm
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d