Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আহি আছে ভয়ংকৰ সৌৰ ধুমুহা ব্যাহত হ’ব পাৰে ইণ্টাৰনেট সেৱা

publisher by publisher
September 10, 2021
in News, TechWorld
Reading Time: 1 min read
0
আহি আছে ভয়ংকৰ সৌৰ ধুমুহা ব্যাহত হ’ব পাৰে ইণ্টাৰনেট সেৱা

NASA image use policy. NASA Goddard Space Flight Center enables NASA’s mission through four scientific endeavors: Earth Science, Heliophysics, Solar System Exploration, and Astrophysics. Goddard plays a leading role in NASA’s accomplishments by contributing compelling scientific knowledge to advance the Agency’s mission. Follow us on Twitter Like us on Facebook Find us on Instagram

2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

পুনৰ বিমান দুর্ঘটনা, দাউদাউকৈ জ্বলিল এফ-৩৫ যুদ্ধ বিমান

Flying Car:কেলিফৰ্ণিয়াৰ আকাশত উৰন্ত গাড়ী !

Forest fires in the United States:আমেৰিকাত পুনৰ ভয়াৱহ বনজুই

ভয়ংকৰ ‘ছ’লাৰ ষ্ট’র্ম’ অর্থাৎ সৌৰ ধুমুহাৰ আগমন ঘটিছে। এই সৌৰ ধুমুহাৰ ফলত ভাগি পৰিব পাৰে সমগ্ৰ বিশ্বৰ ইণ্টাৰনেট সেৱা ব্যৱস্থা। কে’বা সপ্তাহ অথবা কে’বামাহ ধৰি এইদৰে সৌৰ ধুমুহাৰ ফলত হ’ব পাৰে বিশ্বত ইণ্টাৰনেটৰ যােগাযােগ ব্যাহত। এই ধৰণৰ সৌৰ ধুমুহাক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘কৰ’নেল মাছ ইজেকচন (চি এম ই)। এনে সৌৰ ধুমুহা সমগ্র সৌৰ মণ্ডলৰ বাবে অতিকৈ বিপজ্জনক।

ADVERTISEMENT

আমেৰিকাৰ কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকে চলােৱা শেহতীয়া এক গৱেষণাত এনে অশনি সংকেত লাভ কৰা হৈছে। যােৱা মঙলবাৰে সৌৰ ধুমুহাৰ সন্দৰ্ভত প্রস্তুত কৰা এই গৱেষণাপত্র অনলাইনত প্ৰকাশ হৈছিল। গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, এইবাৰ যি সৌৰ ধুমুহাৰ সৃষ্টি হৈছে, এনে ধৰণৰ ভয়ংকৰ সৌৰ ধুমুহা ইয়াৰ পূর্বে এই বিশ্বই ১৮৫৯ আৰু ১৯২১ বৰ্ষত প্রত্যক্ষ কৰিছিল। অর্থাৎ এশ বছৰ বিৰতিৰ পাছত আকৌ এবাৰ ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে এই ধৰাপৃষ্ঠ।

১৯২১ বৰ্ষত হােৱা ভয়ংকৰ সৌৰ ধুমুহাই পৃথিৱীৰ যি ক্ষয়ক্ষতি হৈছিল সেয়া আছিল অভূতপূর্ব। বিজ্ঞানৰ পৰিভাষাত ইয়াৰ নাম হ’ল ‘কেৰিংটন এফেক্ট’। সেইবাৰৰ সৌৰ ধুমুহাৰ প্ৰাৱল্যত পৃথিৱীক ঘেৰি থকা বিশাল চৌম্বক ক্ষেত্ৰত বৃহৎ বৃহৎ ফাট মেলিছিল। এই ফাটবােৰত প্ৰৱেশ কৰিছিল অত্যন্ত বিষাক্ত সৌৰকণা আৰু মহাজাগতিক ৰশ্মিয়ে। টেলিগ্রাফৰ তাঁৰ সশব্দে ফাটি-ছিগি গৈ দাউদাউকৈ জুলিছিল দীর্ঘ সময় ধৰি যি ‘অৰ’ৰা’ অর্থাৎ মেৰুজ্যোতিপৃথিৱীৰ দুই মেৰুত সাধাৰণতে প্রত্যক্ষ হয়, সৌৰ ধুমুহাৰ প্ৰাৱল্যত ১৯২১ত বিষুবৰেখাৰ তলত থকা কলম্বিয়াতাে অতি উজ্জ্বলভাৱে প্রত্যক্ষ হৈছিল মেৰুজ্যোতি।

কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে প্রতিবেদনত এইদৰে উল্লেখ কৰিছে। এনে ভয়ংকৰ সৌৰ ধুমুহা বা চি এম ইয়ে পৃথিৱীক কোবাই যােৱাৰ সম্ভাৱনা প্রতি দশকতে ১.৬ শতাংশৰ পৰা ১২ শতাংশ থাকে। এইবাৰাে একেদৰে সৌৰ ধুমুহাৰ প্ৰকোপ সহ্য কৰিব লাগে পৃথিৱীয়ে। ইয়াৰ সম্ভাৱনা যথেষ্ট অধিক। ১৮৫৯ আৰু ১৯২১ বৰ্ষৰ দৰে তীব্ৰ নহ’লেও ১৯৮৯ৰ মাৰ্চৰ যি সৌৰ ধুমুহাৰ সৃষ্টি হৈছিল তাৰ প্ৰভাৱত কানাডাৰ কুইবেক প্ৰদেশত একেৰাহে নঘণ্টা ধৰি বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈছিল।

পৃথিৱীৰ চাৰিওফালে থকা শক্তিশালী চৌম্বক ক্ষেত্রই সৌৰ ধুমুহাসহ সূৰ্যৰ পৰা ছিটিক অহা নানা ধৰণৰ ক্ষতিকাৰক দ্রব্যৰ পৰা পৃথিৱীবাসীক সুৰক্ষা প্ৰদান কৰি আহিছে। দুই মেৰুত চৌম্বক ক্ষেত্র সবাতােকৈ অধিক শক্তিশালী হৈ থকাৰ ফলতে সৌৰকণাৰ ঢৌ আহিলেও দুই মেৰুৰ চৌম্বক ক্ষেত্ৰই ইয়াক ওভতাই পঠায়। এই সংঘৰ্ষতে মেৰু অঞ্চলত সৃষ্টি হয় মেরুজ্যোতিৰ। পৃথিৱীসহ সৌৰ মণ্ডলৰ সকলাে গ্রহৰ দিশতে অগ্ৰসৰ হয় এই সৌৰ ধুমুহা। যি গ্রহৰ চৌম্বক ক্ষেত্র প্রায় নাই বা অতি দুর্বল, নাই বায়ুমণ্ডল; তেনে গ্রহে সৌৰ ধুমুহাৰ প্রকোপ অধিক সহ্য কৰিব লগা হয়।

সেয়েহে কোনাে কালত মঙল গ্ৰহত প্ৰাণৰ অস্তিত্ব সম্ভৱ হ’লেও সেয়া টিকি থকাটো সম্ভৱ নহ’ল বুলি বিজ্ঞানীসকলে দাবী কৰি আহিছে। মঙলৰ চাৰিওকাষে চৌম্বক ক্ষেত্র প্রায় নাই বুলি ক’ব পাৰি। তদুপৰি মঙলৰ বায়ুমণ্ডলাে যথেষ্ট পাতল। কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক-অধ্যাপক সংগীতা আব্দু জ্যোতিয়ে সৌৰ ধুমুহাৰ সন্দৰ্ভত এইদৰে কয়, সবাতােকৈ অধিক উদ্বেগৰ বিষয়টো হৈছে, আমি অতিমাৰীৰ বাবে যিদৰে প্রস্তুত নাছিলাে, সৌৰ ধুমুহাৰ ক্ষেত্ৰতাে একে হােৱাৰ আশংকা আছে।

কিয়নাে সূৰ্যৰ বায়ুমণ্ডলত (কৰ’না) কেতিয়া ভয়ংকৰ সৌৰ ধুমুহাৰ সৃষ্টি হ’ব তাৰ পূর্বাভাস দিয়াটো এতিয়াও সম্ভৱ হৈ উঠা নাই। অৱশ্যে এই কথা আমি ক’ব পাৰাে যে এনে ভয়ংকৰ সৌৰ ধুমুহা পৃথিৱীৰ দিশলৈ অহাৰ বাবে অন্ততঃ ১৩ ঘণ্টা সময়ৰ প্রয়ােজন হ’ব। গৱেষণা পত্ৰত লগতে বিশ্ববিদ্যালয়খনৰ গৱেষকে কয় যে আধুনিক ইণ্টাৰনেট যােগাযােগ ব্যৱস্থাৰ ওপৰত এইবাৰৰ সৌৰ ধুমুহাৰ আঘাত কিমান ভয়াৱহ হ’ব পাৰে সেই বিষয়ত কোনাে তথ্য বিজ্ঞানীসকলে বর্তমানলৈকে লাভ কৰিব পৰা নাই।

ইয়াৰ অন্যতম কাৰণ হৈছে ইয়াৰ পূর্বে ১৯২১ত অন্তিমবাৰৰ বাবে পৃথিৱীয়ে যি সৌৰ ধুমুহাৰ সন্মুখীন হৈছিল সেই সময়ত এই বিশ্বত ইণ্টাৰনেট ব্যৱস্থা গঢ় লৈ উঠা নাছিল। গৱেষকসকলৰ আশংকা , এইবাৰ যি ভয়ংকৰ সৌৰ ধুমুহাৰ পৃথিৱী অভিমুখে আগমন ঘটিছে তাৰ প্রকোপত সমুদ্রৰ তলেদি এখন মহাদেশৰ পৰা আন মহাদেশলৈ যােৱা ইণ্টাৰনেটৰ যাৱতীয় কে যথেষ্ট ক্ষতিগ্রস্ত হ’ব। বার্তাৰ গতিবৃদ্ধিৰ বাবে এই ইণ্টাৰনেট কেব্লসমূহত ৩০ৰ পৰা ৯০ মাইল অন্তৰত স্থাপন কৰা হয় ‘ৰিপিটাৰ। পৃথিৱীৰ চৌম্বক ক্ষেত্র স্বাভাৱিক হৈ নাথাকিলে এই ‘ৰিপিটাৰসমূহ বাধাগ্রস্ত হয়।

এটা ‘ৰিপিটাৰ’ ক্ষতিগ্রস্ত হলেই বাধাগ্রস্ত হয় সেই লাইনৰ যাৱতীয় ইণ্টাৰনেট যােগাযােগ ব্যৱস্থা। দেশৰ ভিতৰত ইণ্টাৰনেট যােগাযােগৰ কেব্লসমূহৰ দৰে সমুদ্রৰ তলেদি পাৰ কৰি নিয়া এইসমূহ ইণ্টাৰনেট যােগাযােগৰ কেলাে ফাইবাৰৰ জৰিয়তে তৈয়াৰ কৰা হয়। সেয়েহে সৌৰ ধুমুহাত এনেবােৰ ফাইবাৰ কে নষ্ট হােৱাৰ যথেষ্ট শংকা থাকে। এনেবােৰ কাৰণতে বিজ্ঞানীসকলে এশ বছৰ পাছত সঁচাকৈ সৌৰ ধুমুহাই পৃথিৱীক খুন্দা মাৰিলে ইণ্টাৰনেট যােগাযােগ ব্যৱস্থা বিশ্বজুৰি বাধাগ্রস্ত হ’ব বুলি শংকা প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CaliforniaCalifornia Solar Stormsolar storm
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d