Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপহাৰৰ নিলামী

publisher by publisher
September 18, 2021
in India, News, Politics, Sports
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপহাৰৰ নিলামী
2
SHARES
22
VIEWS
ShareShareShareShare

চৰকাৰে চলিত বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপহাৰ নিলাম কৰিছে, ইয়াৰ ভিতৰত আছে টকিঅ’ অলিম্পিকৰ নীৰজ চোপ্ৰাৰ জেভলিন, বক্সাৰ লাভলিনা বৰগোহাঁইৰ গ্ল’ভছ আৰু শ্বাটলাৰ পি ভি সিদ্ধুৰ বেডমিণ্টন ৰেকেট ।

ADVERTISEMENT

২১ অক্টোবৰ ২০২১ পৰ্যন্ত হ’বলগীয়া ই-নিলামত প্ৰায় ১,৩৩০ টা নিদৰ্শন দৰপত্ৰৰ বাবে আছে । প্ৰেছ ইনফৰমেচন বিউৰ’ৰ অনুসৰি, আটাইতকৈ ব্যয়বহুল সামগ্ৰীটো হৈছে নীৰজ চোপ্ৰাৰ জেভলিন ইয়াৰ মূল্য এক কোটি টকাৰ পৰা আৰম্ভ কৰা হৈছে আৰু সৰ্বনিম্ন হৈছে এটা আলংকাৰিক হাতী, যাৰ মূল্য দুশ টকা ।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

নিলামৰ পৰা প্ৰাপ্ত অৰ্থ নমামি গংগে প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব, এটা সংৰক্ষণ মিছন যাৰ উদ্দেশ্য ‘প্ৰদূষণৰ কাৰ্যকৰী উপশম… আৰু ‌ৰাষ্ট্ৰীয় গংগা পুনৰোজ্জীৱন’ । প্ৰধানমন্ত্ৰী মোদীৰ ৭১তম জন্মদিন উপলক্ষ্যে শুকুৰবাৰে টুইটাৰত নিলামৰ বাবে সামগ্ৰীবোৰৰ তালিকা ঘোষণা কৰিছিল সংস্কৃতি মন্ত্ৰণালয়ে ।

চলিত বৰ্ষত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিকৰ সময়ত ব্যৱহৃত ক্ৰীড়া সামগ্ৰীবোৰে তালিকাত আধিপত্য বিস্তাৰ কৰিছে ।

পুৰুষ আৰু মহিলা দলৰ সদস্যৰ দ্বাৰা স্বাক্ষৰিত হকী ষ্টিক আৰু পেৰালিম্পিকত স্বৰ্ণ পদক জয়ী প্ৰমোদ ভগত আৰু কৃষ্ণ নাগৰ আৰু ৰূপৰ পদক জয়ী সুহাশ য়থিৰাজৰ বেডমিণ্টন ৰেকেট হৈছে অন্যতম । লগতে স্বৰ্ণপদক প্ৰাপ্ত সুমিত এণ্টিলৰ জেভলিন আৰু মনীষ নাৰৱালৰ শ্বাৰ্প শ্বুটিং চশমাও আছে ।

.@MinOfCultureGoI is organizing e-Auction of gifts and mementos received by Prime Minister @narendramodi, from 17th September onwards.

To participate in the e -Auction visit https://t.co/WsovnD8Pon between 17th Sept & 7th October, 2021

Read: https://t.co/motK6O345e pic.twitter.com/Dtja3uubUi

— PIB India (@PIB_India) September 16, 2021

মূল্য :

www.pmmmentos.gov.in ৱেবছাইটৰ অনুসৰি, এই প্ৰতিবেদন প্ৰকাশৰ সময়ত নীৰজ চোপ্ৰাৰ জেভলিনৰ মূল্য ১০ কোটি টকা পৰ্যন্ত হৈছে ।

ৰূপৰ পদক জয়ী লাভলিনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছৰ মূল্য ৮০ লাখৰ পৰা আৰম্ভ হৈ ১০ কোটি টকা হৈছে ।

সুমিত এণ্টিলৰ জেভলিনৰ মূল্য তিনি কোটি টকাৰ বিপৰীতে পি ভি সিদ্ধুৰ বেডমিণ্টন ৰেকেটৰ মূল্য হৈছে ২.০২ কোটি । মহিলা দলৰ হকী ষ্টিক আৰু এটা কমলা ৰঙৰ অংগবস্ত্ৰ (সুতি কাপোৰ) প্ৰত্যেকৰ মূল্য এক কোটি ।

৫০ লাখ টকাৰ ওপৰত দৰ পোৱা সামগ্ৰীসমূহ হৈছে প্ৰমোদ ভগতৰ বেডমিণ্টন ৰেকেট (৯০ লাখ টকা), কৃষ্ণা নাগৰৰ ৰেকেট (৯০ লাখ টকা), পুৰুষ দলৰ হকী ষ্টিক (৮০ লাখ), পেৰালিম্পিকত ৰূপৰ পদকপ্ৰাপ্ত যোগেশ খাতুনিয়াৰ ডিস্কাছ (৫০ লাখ টকা) ।

যিসমূহ সামগ্ৰীয়ে এই পৰ্যন্ত প্ৰথম নিলামী পোৱা নাই তাৰ ভিতৰত আছে টকিঅ’ পেৰালিম্পিক আৰু অলিম্পিক দলৰ স্বাক্ষৰিত ষ্টোল, যাৰ মূল্য ৯০ লাখ টকা আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ভৱানী দেৱীৰ ব্যৱহৃত ফেন্স, ইয়াৰ মূল্য ৬০ লাখ টকা ।

পেৰালিম্পিকত স্বৰ্ণপদক জয়ী শ্বুটাৰ মনীষ নৰৱালৰ টি-শ্বাৰ্টে ২০.১ লাখ টকা আৰু শ্বুটাৰ অবনী লেখাৰা আৰু টেবল টেনিছ খেলুৱৈ ভাৱনা পেটেল – যিয়ে ২০২০ পেৰালিম্পিকত যথাক্ৰমে সোণ আৰু ৰূপৰ পদক জয় কৰিছিল তেওঁলোকৰ সমগ্ৰীবোৰে এই পৰ্যন্ত নিলামী পোৱা নাই । তেওঁলোকৰ সামগ্ৰীসমূহৰ প্ৰাৰম্ভিক মূল্য হৈছে ১৫ লাখ টকা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BidLovlina BorgohainNarendra ModiNeeraj ChopraP V SindhuSumit Antiltokyo olympic
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d