Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীৰ বিদেশ যাত্ৰা

publisher by publisher
September 22, 2021
in India, News
Reading Time: 1 min read
0
তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীৰ বিদেশ যাত্ৰা
2
SHARES
24
VIEWS
ShareShareShareShare

বহু চর্চিত আমেৰিকা ভ্ৰমণত ৰাওনা হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ কৰ’না অতিমাৰীৰ মাজত এয়ে প্রথমবাৰ কোনো বিদেশ ভ্ৰমণ কৰিছে প্রধানমন্ত্রী ৷ এইবাৰৰ ভ্ৰমণৰ তেওঁৰ মূল উদ্দেশ্য মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে মুখামুখি বৈঠক ৷ ক্ষমতাত অহাৰ পাছত এয়ে প্রথমবাৰ প্ৰধানমন্ত্ৰী মোদীৰ স’তে বৈঠকত মিলিত হ’ব বাইডেন ৷ মার্কিন ৰাষ্ট্ৰপতিৰ ওপৰিও অষ্ট্ৰেলিয়া আৰু জাপানৰ প্রধানমন্ত্রীৰ স’তেও দ্বিপাক্ষিক বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তিনিদিনীয়া ভ্ৰমণসূচী প্রধানমন্ত্রীৰ ৷

ADVERTISEMENT

আজি এয়াৰ ইণ্ডিয়া ৱান বিমানত মার্কিন ৰাষ্ট্ৰত ভৰি দিছে প্রধানমন্ত্রীয়ে ৷ আমেৰিকা যোৱাৰ পথত আফগানিস্তানৰ আকাশ মাৰ্গ এৰি যাব প্রধানমন্ত্রীৰ বিমানে ৷ কাৰণ তালিবান ক্ষমতাত অহাৰ পাছত আফগানিস্তানৰ আকাশ নিৰাপদ নহয় বুলিয়ে অনুমান কৰিছে ভাৰতৰ নিৰাপত্তা এজেন্সিবোৰে ৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ বিমান যাবৰ বাবে পাকিস্তানে তেওঁলোকৰ আকাশসীমা ব্যৱহাৰৰ অনুমতি দিছে ৷

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

আমেৰিকালৈ ৰাওনা হোৱাৰ আগতে প্রধানমন্ত্রী মোদীয়ে জনায়, ‘এই ভ্ৰমণে আমেৰিকাৰ স’তে আমাৰ কৌশলগত বুজাবুজি আৰু শক্তিশালী কৰাৰ সুযোগ দিব ৷ তদুপৰি জাপান আৰু অষ্ট্ৰেলিয়াৰ স’তেও সম্পর্ক কটকীয়া হ’ব ৷’ মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উপৰিও উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তেও প্রধানমন্ত্রীয়ে সাক্ষাৎ কৰিব ৷

আফগানিস্তান পৰিস্থিতিৰ লগতে প্রধানমন্ত্রীৰ এই ভ্ৰমণত চীনৰ আগ্রাসী মনোভাব সম্পৰ্কেও মার্কিন ৰাষ্ট্ৰপতিৰ স’তে আলোচনা কৰা হ’ব ৷ কাৰণ চীনৰ এই আগ্রাসী নীতি ভাৰত আৰু আমেৰিকা, দুই দেশৰ বাবেই উদ্বেগৰ কাৰণ ৷ জ’ বাইডেনৰ উদ্যোগত আয়োজিত কৰ’নাৰ শীর্ষ সম্মেলনতো প্রধানমন্ত্রী মোদী আৰু বৈদেশিক সচিব হর্ষবর্ধন শ্রিংগলাই অংশগ্ৰহণ কৰিব ৷ লগতে মার্কিন কর্প’ৰেট সংস্থাবোৰৰ শীর্ষ কর্তাসকলৰ স’তেও বৈঠকত মিলিত হ’ব ভাৰতৰ প্রধানমন্ত্রী ৷

অহা ২৪ ছেপ্টেম্বৰত নিউ ইয়র্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতো বক্তব্য দিব প্রধানমন্ত্রীয়ে ৷ মূলত কৰ’না অতিমাৰীৰ বিৰুদ্ধে যুঁজ, জলবায়ু পৰিৱর্তন আৰু অন্যান্য কিছুসংখ্যক গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য ৰাখিব ৷ যোৱাবাৰ ২০১৯ৰ ছেপ্টেম্বৰত আমেৰিকা গৈছিল প্রধানমন্ত্রী মোদী । সেই ভ্ৰমণত আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ স’তে হিউষ্টনত ‘হাউডি মোদী’ অনুষ্ঠানত অংশ লৈছিল প্রধানমন্ত্রী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPJoe BidenKamala HarrisNarendra Modi
publisher

publisher

Related Posts

Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d