Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

প্ৰথমবাৰৰ বাবে পাকিস্তানত প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰদান হিন্দু যুৱতীক

publisher by publisher
September 22, 2021
in News
Reading Time: 1 min read
0
প্ৰথমবাৰৰ বাবে পাকিস্তানত প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰদান হিন্দু যুৱতীক
3
SHARES
27
VIEWS
ShareShareShareShare

পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু যুৱতীয়ে দেশখনৰ সৰ্বোচ্চ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল । ২৭ বছৰীয়া চিকিৎসক যুৱতী ছনা ৰামচন্দ্ৰ গুলবানীয়ে চেণ্ট্ৰেল ছুপেৰিয়ৰ ছাৰ্ভিচেছ (চি এছ এছ)ৰ পৰীক্ষাত যোৱা মে’তে উত্তীৰ্ণ হৈছিল । শেহতীয়াভাৱে ডাঃ ছনাই অসামৰিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিলে ।

ADVERTISEMENT

পাকিস্তানৰ অসামৰিক সেৱাৰ পৰীক্ষা হিচাপে চি এছ এছ যথেষ্ট কঠিন । এই পৰীক্ষাৰ মাধ্যমৰে পাকিস্তানত অসামৰিক সেৱাৰ বিভিন্ন পদত নিযুক্ত প্ৰদান কৰা হয় । চি এছ এছত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ মাত্ৰ দুই শতাংশহে সফলতা লাভ কৰি আহিছে ।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

ডাঃ ছনা মূলত চিকাৰপুৰৰ বাসিন্দা । সংবাদ মাধ্যমৰ স’তে হোৱা সাক্ষাৎকাৰত ডাঃ ছনাই কয়, ‘ম‌ই যথেষ্ট আনন্দিত । এয়া মোৰ প্ৰথম পদক্ষেপ আছিল আৰু প্ৰথমবাৰতে ম‌ই চি এছ এছ লাভ কৰিলো । এই পৰীক্ষাত সফলতা লাভৰ বাবে ম‌ই বহু কষ্ট কৰিছিলো । মোৰ পৰিয়ালে অৱশ্যে ম‌ই প্ৰশাসনিক সেৱালৈ অহাতো বিচৰা নাছিল । তেওঁলোকে মোক চিকিৎসক হিচাপে কৰ্মৰত হোৱাতো বিচাৰিছিল । কিন্তু ম‌ই এগৰাকী চিকিৎসক হোৱাৰ পাছতো প্ৰশাসনিক সেৱাত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলো ।’

উল্লেখ্য যে ছনা এগৰাকী শল্য চিকিৎসক হোৱাৰ লগতে তেওঁ ইউৰ’ল’জী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী চিকিৎসক । ডাঃ ছনাই চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু চি এছ এছ পৰীক্ষাত সফলতা লাভৰ পাছত তেওঁ কয় যে চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজকে কেতিয়াও দুৰ্বল বা হীন ভবা অনুচিত । পাকিস্তানৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী হিন্দু যুৱতী ডাঃ ছনা সম্প্ৰতি কৰাচীৰ বাসিন্দা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CSSPakistanSana Ramchand Gulwani
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d